প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ‘ভোকেল ফৰ লোকেল’-ৰ পক্ষত সৰৱ ভূমিকাত অৱতীৰ্ণ হ’ব আধ্যাত্মিক গুৰুসক

November 17th, 02:14 pm

‘স্থানীয় সামগ্ৰীৰ পক্ষত স্থিতি গ্ৰহণ’ৰ আহ্বানৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ভেকেল ফৰ লোকল’ অভিযানক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহযোগিতা জনাবলৈ কালি জনোৱা আহ্বানে দেশৰ আধ্যাত্মিক জগতৰ অগ্ৰণী গুৰুসকলৰ মজত বিপুল সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্ত সমাজে পৰম উত্সাহৰেই প্ৰতিক্ৰিয়া প্ৰকট কৰিছে। আধ্যাত্মিক গুৰুসকলে ‘ভোকেল ফৰ লোকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক জনপ্ৰিয় কৰাৰ বাবে তেওঁলোকৰ সমৰ্থন আগবঢ়োৱাৰ পণ গ্ৰহণৰে ৰাজহুৱা দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে।

Yoga has the potential to herald in a new Yuga of peace, compassion, brotherhood : PM Modi

February 24th, 07:59 pm

PM Narendra Modi today unveiled 112-ft face of Adiyogi at Isha Yoga Center in Coimbatore. Speaking at the event he said, “India has given gift of Yoga to the world and by practicing Yoga, spirit of oneness is created.” He added further that today entire world wanted peace from wars and stress, and for that Yoga was the only way.

PM to unveil statue of Adiyogi, contribute your insights now!

February 20th, 03:35 pm

On the auspicious occasion of Mahashivratri (24th February 2017) the Prime Minister Shri Narendra Modi will take part in the programme to mark the unveiling of a 112 feet statue of Adiyogi- the Shiva at the Isha Yoga Center, Velliangiri Foothills in Coimbatore, Tamil Nadu. The Prime Minister and Sadhguru Jaggi Vasudev will interact with the audience.