প্ৰধানমন্ত্ৰীয়ে গুজৰাটতকোচৰব আশ্ৰম উদ্বোধন আৰুসাবৰমতী আশ্ৰম প্ৰকল্পৰ মাষ্টাৰ প্লেন মুকলি অনুষ্ঠানত কৰা সম্বোধনৰ পূৰ্ণপাঠ
March 12th, 10:45 am
পূজ্য বাপুৰ এই সাবৰমতী আশ্ৰম সদায় অতুলনীয় শক্তিৰ এক সজীৱ কেন্দ্ৰ হৈ আহিছে। আৰু,মই ইয়ালৈ অহাৰ সুযোগ লাভ কৰা মাত্ৰেকে, আমাৰ মাজত বাপুৰ প্ৰেৰণা স্পষ্টকৈ অনুভৱ কৰিব পাৰোঁ। সত্য আৰু অহিংসাৰ আদৰ্শ থাকিব লাগে, ৰাষ্ট্ৰক পূজাৰ সংকল্প, দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ জৰিয়তে নাৰায়ণক সেৱাৰ অনুভূতি, সাবৰমতী আশ্ৰমে আজিও বাপুৰ এই প্ৰমূল্যবোধবোৰ জীয়াই ৰাখিছে। মোৰ সৌভাগ্য যে আজি মই ইয়াত সাবৰমতী আশ্ৰমৰ পুনৰ-উন্নয়ন আৰু সম্প্ৰসাৰণ কৰ্মৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰথমতে,কোচৰব আশ্ৰমৰো বিকাশ সাধন কৰা হৈছেআৰু মই সুখী যে আজি ইয়াৰ উদ্বোধন কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰপৰা উভতি অহাৰ পিছত গান্ধীজীয়ে কোচৰব আশ্ৰমত প্ৰথম আশ্ৰম স্থাপন কৰে। গান্ধীজীয়ে ইয়াত যঁতৰত সূতা কাটিছিল। দুবছৰ কোচৰব আশ্ৰমত থকাৰ পিছত গান্ধীজীয়ে সাবৰমতী আশ্ৰমলৈ আহে। পুনৰ-নিৰ্মাণৰ পিছত এতিয়া গান্ধীজীৰ সেই দিনৰ স্মৃতিবোৰ কোচৰব আশ্ৰমত উন্নত ৰূপত সংৰক্ষিত হৈ থাকিব। শ্ৰদ্ধাৰ বাপুৰ চৰণত প্ৰণাম কৰি তেওঁক শ্ৰদ্ধা জনাইছোঁ। লগতে, এই গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক স্থানসমূহৰ উন্নয়নৰ বাবে সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সবৰমতীত কোচৰাব আশ্ৰম উদ্বোধন কৰে
March 12th, 10:17 am
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সবৰমতী আশ্ৰম সদায়ে অতুলনীয় শক্তিৰ এক জীৱন্ত কেন্দ্ৰ হৈ আহিছে আৰু আমি নিজৰ মাজতে বাপুৰ অনুপ্ৰেৰণা অনুভৱ কৰোঁ। সবৰমতী আশ্ৰমে বাপুৰ সত্য আৰু অহিংসা, ৰাষ্ট্ৰ সেৱা আৰু বঞ্চিতসকলৰ সেৱাত ঈশ্বৰৰ সেৱা জীয়াই ৰাখিছে, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ কোচৰাব আশ্ৰমত থকা সময়ৰ কথা উল্লেখ কৰে য'ত গান্ধীজী সবৰমতীলৈ যোৱাৰ আগতে আছিল। পুনৰনিৰ্মিত কোচৰব আশ্ৰম আজি ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে পূজ্য মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি আজিৰ গুৰুত্বপূৰ্ণ আৰু অনুপ্ৰেৰণামূলক প্ৰকল্পসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।Lokmanya Tilak was a great institution builder and a nurturer of traditions: PM Modi
August 01st, 12:00 pm
PM Modi was conferred the Lokmanya Tilak National Award in Pune. PM Modi described the honour bestowed on him by the place and institution directly linked with the Lokmanya as ‘unforgettable’. He dedicated the Lokmanya Tilak Award to the 140 crore citizens of India. He assured them that the government will leave no stone unturned to help them achieve their dreams and aspirations. The Prime Minister also donated the cash prize to the Namami Gange Project.মহাৰাষ্ট্ৰৰ পুনেত প্ৰধানমন্ত্ৰীক প্ৰদান কৰিলে লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা
August 01st, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক আজি মহাৰাষ্ট্ৰৰ পুনেত লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। লোকমান্য তিলকৰ উত্তৰাধিকাৰক সন্মান জনাই ১৯৮৩ চনত তিলক স্মাৰক মন্দিৰ ট্ৰাষ্টে এই বঁটা প্ৰদান আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে নগদ ধনৰ পুৰস্কাৰ নমামি গংগা প্ৰকল্পৰ নামত উচৰ্গা কৰে৷আমি পানী সংৰক্ষণ কৰিবলৈ সকলোধৰণৰ প্ৰয়াস কৰিব লাগিব: মন কী বাতত প্ৰধানমন্ত্ৰী
March 27th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। যোৱা সপ্তাহত, আমি এনে এক কৃতিত্ব অৰ্জন কৰিছিলোঁ যিয়ে আমাক গৌৰৱান্বিত কৰি তুলিছিল। আপুনি হয়তো শুনিছে যে ভাৰতে যোৱা সপ্তাহত ৪০০ বিলিয়ন ডলাৰ, অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য লাভ কৰিছে। প্ৰথমবাৰৰ বাবে, এনে লাগে যে ই অৰ্থনীতিৰ সৈতে সম্পৰ্কিত, কিন্তু ই অৰ্থনীতিতকৈ অধিক, ই ভাৰতৰ শক্তি, ভাৰতৰ সম্ভাৱনাৰ সৈতে সম্পৰ্কিত। এটা সময়ত, ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ আছিল ১০০ বিলিয়ন, কেতিয়াবা ১৫০ বিলিয়ন, কেতিয়াবা ২০০ বিলিয়ন, এতিয়া, ভাৰত ৪০০ বিলিয়ন ডলাৰত উপনীত হৈছে। ইয়াৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বতে ভাৰতত নিৰ্মাণ কৰা বস্তুৰ চাহিদা বৃদ্ধি পাইছে, আনটোৰ অৰ্থ হৈছে যে ভাৰতৰ যোগান শৃংখলা দিনক দিনে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ এটা ডাঙৰ বাৰ্তাও আছে। যেতিয়া সংকল্প সপোনতকৈ ডাঙৰ হয় তেতিয়া দেশখনে মহান পদক্ষেপ গ্ৰহণ কৰে। যেতিয়া অহৰ্নিশে সংকল্পৰ বাবে আন্তৰিক প্ৰচেষ্টা কৰা হয়, সেই সংকল্পবোৰো প্ৰমাণিত হয়, আৰু আপুনি দেখিছে, এজন ব্যক্তিৰ জীৱনতো একে ধৰণৰ ঘটনা ঘটে। যেতিয়া এজনৰ সংকল্প, তেওঁৰ প্ৰচেষ্টা তেওঁৰ সপোনতকৈ ডাঙৰ হয়, তেতিয়া সাফল্য নিজে বাট বুলি তেওঁৰ ওচৰলৈ আহে।২৫.০৭.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 25th, 09:44 am
দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –ভাৰতৰ স্বাধীনতা সংগ্রামত অংশগ্রহণকাৰী মহান ব্যক্তিসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ
March 12th, 03:21 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি সকলো স্বাধীনতা সংগ্রামী, স্বাধীনতা আন্দোলনৰ সৈতে জড়িত যুঁজ আৰু সংগ্রামৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ তেওঁ ভাৰতৰ গৌৰৱময় স্বাধীনতা সংগ্রামৰ ইতিহাসত যিসকলে উপযুক্ত স্বীকৃতি নোপোৱাৰ লগতে যিবোৰ ঘটনা লোকচক্ষুৰ আঁতৰত আছিল, সেইবোৰৰ প্রতিও উপযুক্ত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্রমত আজাদীৰ অমৃত মহোৎসৱ (ইন্ডিয়া@৭৫)ৰ শুভাৰম্ভ কৰি ভাষণ আগবঢ়ায়৷‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 12th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫-ৰ
March 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।সবৰমতী আশ্ৰমৰপৰা অমৃত মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হ’বঃ প্ৰধানমন্ত্ৰী
March 12th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ‘পদযাত্ৰা’ (মুক্তি সমদল)ৰ ফ্লেগ অফ কৰে।১২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ সম্পৰ্কীয় কাৰ্যকলাপ উদ্বোধন কৰিব
March 11th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে ১২ মাৰ্চ, ২০২১ তাৰিখে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিব। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন ডিজিটেল উদ্যোগৰো শুভাৰম্ভ কৰিব। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও উপস্থিত থাকিব।PM Modi and President Trump visit Sabarmati Ashram
February 24th, 12:46 pm
PM Narendra Modi, US President Donald Trump and the First Lady, Melania Trump visited the Sabarmati Ashram in Ahmedabad. They paid tribute to Mahatma Gandhi.Honouring the legacy of Mahatma Gandhi
February 21st, 02:53 pm
Ever since he took over as the Prime Minister of India, Narendra Modi has been on a mission to ensure that Mahatma Gandhi’s ideals, principles and teachings are held aloft, both in India and abroad, through his speeches and actions.১৭ জানুৱাৰী তাৰিখে আহমেদাবাদৰ দেও ধলেৰা গাঁৱত আই ক্ৰিয়েট কেন্দ্ৰ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ লিখিত ৰূপ
January 17th, 03:15 pm
মাননীয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতান্যাহু, শ্ৰীমতী চাৰা নেতান্যাহু, গুজৰাটৰ মূখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানী জী, উপ-মূখ্যমন্ত্ৰী শ্ৰী নীতিন পেটেল জী, আই ক্ৰিয়েট কেন্দ্ৰৰ লগত জড়িত সকলো বুদ্ধিজীৱি, উদ্ভাৱক, গৱেষক তথা ইয়াত উপস্থিত ভাতৃ-ভগ্নীসকল আৰু মোৰ নৱপ্ৰজন্মৰ বন্ধুসকল,দেশবাসীৰ নামত আইক্ৰিয়েট চেণ্টাৰ উচৰ্গা প্ৰধানমন্ত্ৰী মোদী, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ
January 17th, 03:14 pm
প্ৰধানমন্ত্ৰী মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুয়ে আজি আহমেদাবাদৰ সমীপৱৰ্তী গাঁৱত প্ৰতিষ্ঠা কৰা এটা আইক্ৰিয়েট সুবিধাসম্পন্ন কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে। আইক্ৰিয়েট হৈছে এটা স্বতন্ত্ৰ কেন্দ্ৰ, যাৰ উদ্দেশ্য হৈছে খাদ্য সুৰক্ষা, পানী, যোগাযোগ, চাইবাৰ নিৰাপত্তা, তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, শক্তি, বায়’-মেডিকেল সা-সামগ্ৰী তথা সঁজুলি ইত্যাদিৰ দৰে প্ৰধান সমস্যাৰ সমাধান দিব পৰাকৈ সৃষ্টিশীলতা, নতুনত্ব, কাৰিকৰী, প্ৰডাক্ট ডিজাইন আৰু উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰা। উন্নত মানৰ উদ্যোগী গঢ় দিব পৰাকৈ ভাৰতৰ পৰিস্থিতিতন্ত্ৰৰ উন্নয়ন সাধন কৰাটোৱেই আইক্ৰিয়েটৰ লক্ষ্য।Gujarat extends a warm welcome to PM Modi, Israeli PM Netanyahu
January 17th, 01:22 pm
People of Gujarat today extended a warm and hearty welcome to Prime Minister Modi, Israeli PM Netanyahu and his wife.It is due of Sardar Patel's efforts that we are realising the dream of 'Ek Bharat, Shreshtha Bharat': PM Modi
September 17th, 12:26 pm
PM Modi today laid foundation stone for 'National Tribal Freedom Fighters' Museum in Gujarat's Dhaboi. Addressing a public meeting, PM Modi said, We remember our freedom fighters from the tribal communities who gave a strong fight to colonialism.PM dedicates Sardar Sarovar Dam to the nation, lays foundation stone for National Tribal Freedom Fighters' Museum
September 17th, 12:25 pm
PM Modi today laid foundation stone for 'National Tribal Freedom Fighters' Museum in Gujarat's Dhaboi. Addressing a public meeting, PM Modi said, We remember our freedom fighters from the tribal communities who gave a strong fight to colonialism.Our aim is more productivity with high-speed connectivity: PM Modi
September 14th, 04:55 pm
PM Narendra Modi and PM Shinzo Abe today jointly laid foundation stone for India’s first High Speed Rail project between Mumbai and Ahmedabad. The project is being funded by Japan and would give major boost to ‘Make in India’, skill development and employment.Press Statement by PM Modi during State visit of PM of Japan
September 14th, 02:17 pm
PM Modi and PM Abe of Japan reviewed bilateral ties between both countries. Fifteen key agreements in the fiel d of science and technology, sports, academics were inked. PM Modi also expressed content over increasing FDI from Japanese market.