List of MoUs/Agreements signed during the India-Bangladesh Virtual Summit
December 17th, 03:58 pm
List of MoUs/Agreements signed during the India-Bangladesh Virtual SummitBangladesh continues to be one of the significant pillars of India's 'Neighbourhood First' policy: PM
December 17th, 11:04 am
PM Narendra Modi held virtual bilateral meeting with Bangladesh PM Sheikh Hasina. In his remarks, PM Modi said that Bangladesh continues to be one of the significant pillars of India’s ‘Neighbourhood First’ policy. Both the leaders inaugurated the Chilahati-Haldibari rail link between India and& Bangladesh, released a commemorative stamp honouring Bangabandhu and launched a digital exhibition showcasing the achievements of Mahatma Gandhi and Sheikh Mujibur Rahman.PM Modi, Bangladesh PM hold virtual bilateral meeting
December 17th, 11:03 am
PM Narendra Modi held virtual bilateral meeting with Bangladesh PM Sheikh Hasina. In his remarks, PM Modi said that Bangladesh continues to be one of the significant pillars of India’s ‘Neighbourhood First’ policy. Both the leaders inaugurated the Chilahati-Haldibari rail link between India and& Bangladesh, released a commemorative stamp honouring Bangabandhu and launched a digital exhibition showcasing the achievements of Mahatma Gandhi and Sheikh Mujibur Rahman.ভাৰত-শ্ৰীলংকাৰ মাজত হোৱা দ্বিপাক্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মুকলি ভাষণ
September 26th, 11:00 am
মই এই ভাৰ্চুৱেল সন্মিলনলৈ আপোনাক স্বাগতম জনাইছো৷ সদায়ৰ দৰে আপোনাৰ প্ৰথমটো চৰকাৰী ভ্ৰমণত আপোনাক স্বাগতম জনাবলৈ পাই সুখী অনুভৱ কৰিলোহেঁতেন৷ এই নিমন্ত্ৰণ আপোনাৰ বাবে সদায়েই থাকিব৷ বৰ্তমানৰ স্থিতিলৈ লক্ষ্য ৰাখি আমি ভাৰ্চুৱেল সন্মিলনত মিলিত হ’বলৈ পাই সুখী অনুভৱ কৰিছো৷ এই সন্মিলনৰ বাবে আপুনি মোৰ নিমন্ত্ৰণ স্বীকাৰ কৰিলে, ইয়াৰ বাবে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলন সন্দৰ্ভত ভাৰত-শ্ৰীলংকাৰ যুটীয়া বিবৃত
September 26th, 11:00 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী এইচ ই মহিন্দা ৰাজাপাকছাই আজি এক ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত কৰে য'ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক আৰু উভয়ৰে পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক তথা আন্তৰ্জাতিক বিষয়ৰ ওপৰত আলোচনা কৰেPhone call between Prime Minister Shri Narendra Modi and H.E. Sheikh Hasina, Prime Minister of the People's Republic of Bangladesh
April 29th, 08:12 pm
PM Narendra Modi spoke to Sheikh Hasina, Prime Minister of Bangladesh. The two leaders discussed the regional situation in the wake of the COVID-19 pandemic and briefed each other about the steps being taken to mitigate its effects in the respective country.Prime Minister's video conference with the Heads of Indian Missions
March 30th, 07:32 pm
Prime Minister Shri Narendra Modi held a videoconference with the Heads of all of India’s Embassies and High Commissions worldwide at 1700 hrs today. This conference—the first such event for Indian Missions worldwide—was convened to discuss responses to the global COVID-19 pandemic.PM at the helm of India’s Fight against COVID-19
March 29th, 10:00 am
Prime Minister Shri Narendra Modi is continuing his interactions with various stakeholders in India’s fight against COVID-19.Telephonic Conversation between PM and Amir of the State of Qatar
March 26th, 11:25 pm
Prime Minister Shri Narendra Modi had a telephonic conversation today with His Highness Sheikh Tamim Bin Hamad al Thani, the Amir of the State of Qatar.Prime Minister's Telephone Conversation with Crown Prince Mohd. Bin Salman of Saudi Arabia
March 17th, 09:31 pm
PM Narendra Modi had a telephone conversation today with the Crown Prince of the Kingdom of Saudi Arabia, His Highness Mohammed bin Salman. The two leaders discussed the global situation regarding the COVID – 19 pandemic.ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ভাৰতে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? পঢ়ক!
March 16th, 02:44 pm
ছাৰ্ক নেতৃত্ব আৰু প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত হোৱা যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীয়ে ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱক ৰোধ কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ আলোকপাত কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘প্ৰস্তুত হওক কিন্তু আতংকিত নহ’ব, এয়াই হ’ল আমাৰ মাৰ্গদৰ্শী মন্ত্ৰ৷ আমি এই সমস্যাক উলাইয়ো কৰিব নোৱাৰো আৰু ইয়াৰ প্ৰতিক্ৰিয়াসমূহ পৰিহাৰো কৰিব নোৱাৰো৷ আমি প্ৰতিক্ৰিয়াশীল প্ৰণালীৰ সৈতে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰয়াস কৰিছো৷’’ছাৰ্ক দেশসমূহৰ বাবে ক’ভিড-১৯ আপাতকালীন পুঁজি গঠনৰ বাবে ভাৰতৰ প্ৰস্তাৱ৷ এই বিষয়ে ইয়াত জানক….
March 16th, 02:42 pm
ছাৰ্ক নেতৃত্ব আৰু প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ আপাতকালীন পুঁজি গঠনৰ প্ৰস্তাৱ দাঙি ধৰে৷ এই পুঁজি ছাৰ্ক দেশসমূহৰ স্বেচ্ছামূলক অৱদানৰ ওপৰত নিৰ্ভৰ কৰিব৷ প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতে ১০ মিলিয়ন ডলাৰৰ অৰ্থ এই পুঁজিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷‘ক’ভিড-১৯’ প্ৰতিৰোধ সন্দৰ্ভত ছাৰ্ক নেতৃবৃন্দৰ ভিডিঅ’ কনফাৰেন্সৰসামৰণিত প্ৰধানমন্ত্ৰীৰ মন্তব্য
March 15th, 08:18 pm
আপোনালোকে আগবঢ়োৱা বহুমূলীয়া সময় আৰু পৰামৰ্শসমূহৰ বাবে আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছো। আজিৰ আলোচনা অতিকে গঠনমূলক আৰু ফলপ্ৰসূ হৈছে বুলি অনুভৱ কৰিছো।PM’s Remarks on Way Forward at Video Conference of SAARC Leaders on combating COVID-19
March 15th, 07:00 pm
Leading India's stand on combating spread of Coronavirus, PM Modi proposed to create a COVID-19 Emergency Fund for SAARC countries. This would be based on voluntary contributions from all the member countries. To start with, India made an initial offer of 10 million dollars for this fund.ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ছাৰ্ক নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সত মুকলি ভাষণ
March 15th, 06:54 pm
ইমান কম সময়ৰ ভিতৰত এই বিশেষ বৈঠকত মিলিত হোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷ মই বিশেষ ৰূপত আমাৰ মিত্ৰ প্ৰধানমন্ত্ৰী অলীক ধন্যবাদ জ্ঞাপন কৰিছো যিয়ে নিজৰ অস্ত্ৰোপচাৰ সমাপ্ত হোৱাৰ ঠিক পিছতে আমাৰ সৈতে জড়িত হৈছে৷ মই তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছো৷ মই ৰাষ্ট্ৰপতি আশ্বৰফ ঘনীক তেওঁৰ সদ্য সমাপ্ত উপ নিৰ্বাচনৰ বাবেও অভিনন্দন জ্ঞাপন কৰিছো৷ মই ছাৰ্কৰ নতুন মহাসচিবক স্বাগতম জনাইছো যি আমাৰ মাজত আজি উপস্থিত আছে৷ মই গান্ধীনগৰৰ পৰা ছাৰ্কৰ দুৰ্যোগ প্ৰৱন্ধন কেন্দ্ৰৰ সঞ্চালকৰ উপস্থিতিকো সন্মান প্ৰদৰ্শন কৰিছো৷ছাৰ্ক অঞ্চলত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
March 15th, 06:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গৰে অঞ্চলটোত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এক উমৈহতীয়া কৌশল প্ৰস্তুত কৰাৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে মত বিনিময় কৰে৷কাইলৈ ছাৰ্ক নেতৃবৰ্গৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 14th, 09:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৫ মাৰ্চ, ২০২০ত ছাৰ্ক নেতৃবৰ্গৰ সৈতে ক’ভিদ-১৯ৰে মোকাবিলা কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰিব৷ ক’ভিদ-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী সমূহীয়া কৌশল প্ৰস্তুত কৰাৰ সন্দৰ্ভত সকলো ছাৰ্ক ৰাষ্ট্ৰক লৈ হ’বলগীয়া ভিডিঅ’ কনফাৰেন্সত তেওঁ ভাৰতক নেতৃত্ব দিব৷ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী কৌশল প্ৰস্তুত কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক আহ্বান প্ৰধানমন্ত্ৰীৰ
March 13th, 02:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী কৌশল প্ৰস্তুত কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে৷ তেওঁ লগতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কৌশলবোৰৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক একেলগ হৈ বিশ্বত এক নিদৰ্শন দাঙি ধৰাৰ লগতে এক সুস্থ পৃথিৱীৰ প্ৰতি বৰঙণি আগবঢ়োৱাৰ পৰামৰ্শ আগবঢ়ায়৷ভূটান ভ্ৰমণকালত প্ৰদানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
August 17th, 05:42 pm
ভাৰতৰ অভিন্ন তথা বিশেষ বন্ধুদেশ ভুটানলৈ আহি আপোনালোক সকলোৰে মাজত উপস্থিত হৈ মোৰ অতিশয় আনন্দ অনুভৱ হৈছে৷ মোৰ সৈতে অহা প্ৰতিনিধিবৃন্দ তথা আমাক উষ্ণ অভ্যর্থনা জনোৱাৰ বাবে মই মাননীয় প্ৰধানমন্ত্রী আৰু ভুটানৰ ৰয়েল চৰকাৰক আন্তৰিক কৃতজ্ঞতা জনাইছো৷India-Nepal Joint Statement during the State Visit of Prime Minister of India to Nepal
May 11th, 09:30 pm
Prime Minister Narendra Modi jointly addresses the media with PM KP Oli of Nepal during the press meet. Stating that India-Nepal ties were special, PM Modi reaffirmed India's continued support to the northern neighbour.