পিএমএৱাইৰ অধীনত ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণ কোটি কোটি ভাৰতীয়ৰ বাবে ‘জীয়াই থকাৰ সুচলতা’ৰ বাবে এক প্ৰেৰণা আৰু মৰ্যাদা - প্ৰধানমন্ত্ৰী

June 10th, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গ্ৰাম্য আৰু নগৰীয়া ঘৰ আবণ্টনৰ সিদ্ধান্তই আমাৰ দেশ গৃহ নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰৰ নিষ্ঠাক প্ৰতিফলিত কৰিছে, যাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ মান উন্নত কৰা হৈছে।

সকলোকে সৰ্বশ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

February 21st, 03:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে, বিশেষকৈ যুৱপ্ৰজন্মক শ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে পৰ্যটন মন্ত্ৰালয়ে শ্ৰেষ্ঠ পৰ্যটন ভিলেজ প্ৰতিযোগিতা আৰম্ভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাই বিপণন ঋতু ২০২২-২৩ৰ সন্দৰ্ভত ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) বঢ়োৱাত মঞ্জুৰী দিয়ে

September 08th, 02:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰী মণ্ডলৰ সমিতিয়ে ৰবি বিপণন ঋতু (আৰএমএছ) ২০২২-২৩ৰ বাবে সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ত বৃদ্ধি কৰাত মঞ্জুৰী দিয়ে।

বস্ত্ৰশিল্পৰ ক্ষেত্ৰতো ‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ’(পিএলআই) দিয়াৰ সিদ্ধান্তলৈ অনুমোদন। ইয়াৰ জৰিয়তে ভাৰতে বস্ত্ৰৰ বিশ্ব বাণিজ্যক্ষেত্ৰত থকা প্ৰতিপত্তি পুনৰ আহৰণ কৰাৰ দিশত অগ্ৰসৰ হ’ব

September 08th, 02:49 pm

‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন সাকাৰ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ‘এমএমএফ এপাৰেল’, ‘এমএমএফ ফেব্ৰিকছ’ আৰু অন্যান্য ১০টা গোট/কাৰিকৰী বস্ত্ৰৰ উতপাদিত সামগ্ৰী ক্ষেত্ৰত ১০,৬৮৩ কোটি টকাৰ প্ৰাককলিত পুঁজিসহ ‘উত্পাদন-সংযোজিত উদগণী’(পিএলআই) আঁচনি ৰূপায়ণৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। ‘আৰঅ’এছচিটিএল’, ‘আৰঅ’ডিটিইপি’ৰ লগতে প্ৰতিযোগিতামূলক দৰত কেঁচামালৰ যোগান, দক্ষতা বিকাশ আদিৰ দৰে চৰকাৰী খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ ৰূপায়ণৰ এই সিদ্ধান্তই বস্ত্ৰ উত্পাদনৰ ক্ষেত্ৰখনৰ বাবে এক নতুন যুগৰ সূচনা কৰিব।

হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 06th, 11:01 am

হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।

হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

September 06th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।

ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

July 16th, 12:07 pm

ক’ৰোনাৰ বিৰুদ্ধে দেশখনৰ যুঁজত আপোনালোক সকলোৱে বহু গুৰুত্বপূৰ্ণ প্ৰসংগত আপোনালোকৰ স্থিতি দাঙি ধৰিছে। মাথো দুদিন পূৰ্বে, মই উত্তৰ পূবৰ সকলো সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতেও এই প্ৰসংগত আলোচনা কৰিবলৈ সুযোগ পাইছিলো। মই ইয়াৰ যিকেইখন ৰাজ্যত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে, সেইকেইখনৰ ক্ষেত্ৰত বিশেষভাৱে কৈছো।

ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ক’ভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ আলোচনা

July 16th, 12:06 pm

ক’ভিড সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীকেইগৰাকীৰে এক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। আলোচনা সভাখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়েও অংশ গ্ৰহণ কৰে। ক’ভিড পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি আৰু ক’ৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যসমূহত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় যাৱতীয় তথ্য প্ৰধানমন্ত্ৰীক অৱগত কৰে। আলোচনা কালত তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানত গ্ৰহণ কৰা কৌশল সন্দৰ্ভত ৰাইজৰ মতামত সন্দৰ্ভতো তথ্য দাঙি ধৰে।

ৰাজ্য আৰু জিলাৰ বিষয়া-বৰ্গৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

May 20th, 11:40 am

Prime Minister Shri Narendra Modi interacted with the state and district officials on the COVID-19 situation through video conference.

ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

May 20th, 11:39 am

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে অব্যাহত অভিযানত কৰ্ম সম্পাদন কৰোতে লাভ কৰা বিভিন্ন অভিজ্ঞতা সন্দৰ্ভত ৰাজ্য তথা জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

May 18th, 11:40 am

Prime Minister Modi through video conference interacted with field officials from States and Districts regarding their experience in handling the Covid-19 pandemic. During the interaction, the officials thanked the Prime Minister for leading the fight against the second wave of Covid from the front.

দেশৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে আলোচনা প্রধানমন্ত্রী

May 18th, 11:39 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে এদল চিকিৎসকৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷

ক’ভিড আৰু টীকাকৰণ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়

May 15th, 02:42 pm

বিষয়াসকলে ৰাজ্য তথা জিলা ভিত্তিক ক’ভিড-পৰিস্থিতিৰ লগতে নমুনা পৰীক্ষণ, অক্সিজেনৰ পৰ্যাপ্ততা, স্বাস্থ্য সেৱা আন্তঃগাঁথনি, টীকাকৰণৰ পৰিকল্পনা আদিৰ তথ্য সম্বলিত কৰি বিস্তৃত প্ৰতিবেদন দঙি ধৰাৰ ব্যৱস্থা কৰে।

ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা, ২০২১ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 11:55 am

অনুষ্ঠানত মোৰ সৈতে সংযুক্ত হোৱা পঞ্চায়তীৰাজ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ জী, ৰাজস্থান, মধ্যপ্ৰদেশ, কৰ্ণাটক, হাৰিয়ানা, অৰুণাচলপ্ৰদেশ, উত্তৰপ্ৰদেশ, হিমাচলপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰীসকল, হাৰিয়ানা উপ-মুখ্যমন্ত্ৰী, ৰাজ্যসমূহৰ পঞ্চায়তীৰাজ মন্ত্ৰী, গ্ৰামীণ বিকাশ মন্ত্ৰী, সমগ্ৰ দেশৰ গাঁও পঞ্চায়তৰ সৈতে জড়িত প্ৰতিনিধিবৰ্গ

স্বামীত্ব আঁচনিৰ অধীনত প্রধানমন্ত্রী ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্

April 24th, 11:54 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে স্বামীত্ব আঁচনিৰ অধীনত আজি ভিডিঅ’ কনফাৰেন্সযোগে ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৪.৯ লাখ সম্পত্তিৰ মালিকানাধীন ব্যক্তিক ই-সম্পত্তি কার্ড প্ৰদান কৰা হয়। একেদৰে সমগ্ৰ দেশত আজিৰে পৰা স্বামীত্ব আঁচনিৰো শুভাৰম্ভ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী শ্রী নৰেন্দ্র সিং তোমৰকে ধৰি কেইবাখনো ৰাজ্যৰ মূখ্যমন্ত্রী আৰু পঞ্চায়তীৰাজ মন্ত্রীসকল অনুষ্ঠানত উপস্থিত থাকে।

BJP believes in schemes, TMC runs on scams: PM Modi in Bankura, West Bengal

March 21st, 03:34 pm

Desc: Ahead of West Bengal polls, PM Modi addressed a public meeting in Bankura, West Bengal. Impressed by the huge turnout at the rally, the PM said, “The picture of Bankura today witness that people of Bengal have decided on May 2, 'Didi jacche Ashol Poriborton ashche, Ashol Poriborton ashche’. BJP will bring the Ashol Poriborton in Bengal - to increase the pride of Bengal.”

PM Modi addresses public meeting at Bankura, West Bengal

March 21st, 03:33 pm

Ahead of West Bengal polls, PM Modi addressed a public meeting in Bankura, West Bengal. Impressed by the huge turnout at the rally, the PM said, “The picture of Bankura today witness that people of Bengal have decided on May 2, 'Didi jacche Ashol Poriborton ashche, Ashol Poriborton ashche’. BJP will bring the Ashol Poriborton in Bengal - to increase the pride of Bengal.”

ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেতু’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 09th, 11:59 am

ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ৰমেশ বইছ জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিল্পৱ দেৱ জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱ বাৰ্মা জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, সাংসদ আৰু বিধায়কসকলৰ লগতে ত্ৰিপুৰাৰ মোৰ ভাই-ভনীসকল৷ আপোনালোক সকলোকে পৰিৱৰ্তনৰ, ত্ৰিপুৰাৰ বিকাশ যাত্ৰাৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বহুত বহুত অভিনন্দন জনাইছো৷ বহুত বহুত শুভকামনা জনাইছো৷

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বাংলাদেশৰ মাজত ‘মৈত্ৰী সেতু’ উদ্বোধন কৰে

March 09th, 11:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ভাৰত আৰু বাংলাদেশৰ মাজত মৈত্ৰী সেতু উদ্বোধন কৰে। তেওঁ ত্ৰিপুৰাত আন কেইবাটাও আন্তঃগাথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ত্ৰিপুৰাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তা বজাই শুনোৱা হয়।

আহমেদাবাদৰ মেট্ৰ’ প্ৰকল্প পৰ্যায় ২ আৰু চুৰাট মেট্ৰ’ প্ৰকল্পৰ ভূমি পুজন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

January 18th, 10:30 am

উত্তৰায়ণৰ আৰম্ভণিতে আজি আহমেদাবাদ আৰু চুৰাটে এক গুৰুত্বপূৰ্ণ উপহাৰ লাভ কৰিছে৷ দেশৰ দুখন বৃহৎ ব্যৱসায়িক কেন্দ্ৰ আহমেদাবাদ আৰু চুৰাটক মেট্ৰ’ই এই চহৰ দুখনত যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ কাম কৰিব৷ কালি কেৱড়িয়াৰ বাবে নতুন ৰে’লপথ আৰু নতুন ৰে’লৰ শুভাৰম্ভ হৈছে৷ আহমেদাবাদতকৈও আধুনিক জন শতাব্দী এক্সপ্ৰেছ এতিয়া কেৱড়িয়ালৈ যাব৷ এই শুভাৰম্ভৰ বাবে মই গুজৰাটৰ জনসাধাৰণক অশেষ শুভকামনা জনাইছো৷