৩০.১০.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯৪ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 30th, 11:30 am

মোৰ মৰমৰ দেশবাসীসকল, আমি এইমাত্ৰ পবিত্ৰ ছট পূজা, ভগৱান সূৰ্যৰ উপাসনাৰ বিষয়ে কথা পাতিলো। গতিকে আজি সূৰ্যৰ উপাসনা কৰাৰ লগতে তেওঁৰ আশীৰ্ব্বাদৰ বিষয়েও কিয়নো আলোচনা নকৰো! সূৰ্য ঈশ্বৰৰ এই আশীৰ্বাদ হৈছে - 'সৌৰ শক্তি'। সৌৰ শক্তি আজি এনে এক বিষয়, য'ত সমগ্ৰ বিশ্বই ইয়াৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ বাবে, সূৰ্য ঈশ্বৰক কেৱল শতিকা ধৰি উপাসনা কৰাই নহয় ই আমাৰ জীৱন শৈলীৰ কেন্দ্ৰবিন্দুও হৈ আহিছে। আজি ভাৰতে নিজৰ পৰম্পৰাগত অভিজ্ঞতাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰি আছে, সেয়েহে আজি আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত এখন হৈ পৰিছো। সৌৰ শক্তিয়ে আমাৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন কেনেদৰে সলনি কৰি আছে সেয়াও অধ্যয়নৰ বিষয়।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেৱাড়িয়াত ৰাষ্ট্ৰীয় একতাৰ শপত বাক্য পাঠ কৰায়

October 31st, 03:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেৱাড়িয়াস্থিত ষ্টেচু অৱ ইউনিটীত জনসাধাৰণক ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰায়৷ তেওঁ লগতে সমগ্ৰ দেশৰ বিভিন্ন আৰক্ষী বাহিনীৰদ্বাৰা প্ৰদৰ্শন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ পেৰেডতো ভাগ লয়৷

প্ৰধানমন্ত্ৰীয়ে কেৱাড়িয়াস্থিত ষ্টেচু অফ ইউনিটীত ছৰ্দাৰ বল্লভভাই পেটেললৈ পুষ্পাঞ্জলি অৰ্পণ কৰে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপতবাক্য পাঠ কৰা

October 31st, 10:30 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে গুজৰাটৰ কেৱাড়িয়াস্থিত প্ৰখ্যাত ষ্টেচু অৱ ইউনিটীত লৌহ মানৱ ছৰ্দাৰ পেটেলক পুষ্পাঞ্জলি অৰ্পন কৰে৷

৩১ অক্টোবৰত ষ্টেচু অব্ ইউনিটীত চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলী জনাব প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীত তেওঁৰ লক্ষ্য- এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাবে সমগ্ৰ দেশতে ‘‘ৰাণ ফ’ৰ ইউনিটী’’

October 30th, 02:28 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰ ২০১৯ তাৰিখে গুজৰাটৰ কেৱাড়িয়াত ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে ষ্টেচু অব্ ইউনিটীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷

দেশৰ সংহতি ৰক্ষাত সমাজে সদায়েই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী

October 27th, 11:00 am

‘মন কী বাত’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনতালৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ গুৰু নানক দেৱজীৰ শিক্ষা, ভাৰতৰ নাৰী শক্তি, চৰ্দাৰ পেটেলৰ মূল্যৱান অৱদান, ষ্টেচু অব্ ইউনিটী আৰু ছিয়াচিনৰ জোৱানসকলৰ পৰিচ্ছন্নতা বিষয়সমূহৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ২০১০ চনত ৰাম জনমভূমি সন্দৰ্ভত এলাহবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ কথাও সোঁৱৰণ কৰে৷

PM dedicates Statue of Unity to the Nation

October 31st, 10:50 am

PM Modi dedicated the world’s largest statue, the ‘Statue of Unity’ to the nation. The 182 metres high statue of Sardar Patel, on the banks of River Narmada is a tribute to the great leader. Addressing a gathering at the event, the PM recalled Sardar Patel’s invaluable contribution towards India’s unification and termed the statue to be reflection of New India’s aspirations, which could be fulfilled through the mantra of ‘Ek Bharat, Shreshtha Bharat.’

Sardar Patel wanted India to be strong, secure, sensitive, alert and inclusive: PM Modi

October 31st, 10:31 am

PM Modi dedicated the world’s largest statue, the ‘Statue of Unity’ to the nation. The 182 metres high statue of Sardar Patel, on the banks of River Narmada is a tribute to the great leader. Addressing a gathering at the event, the PM recalled Sardar Patel’s invaluable contribution towards India’s unification and termed the statue to be reflection of New India’s aspirations, which could be fulfilled through the mantra of ‘Ek Bharat, Shreshtha Bharat.’

আমি এনে এখন ভাৰত গঢ় দিব বিচাৰো, য’ত প্ৰতিজন নাগৰিকেই সবল হয়ঃ প্ৰধানমন্ত্ৰী মোদী

February 25th, 08:05 pm

গুজৰাটত আজি নিউ ইণ্ডিয়া মাৰথানৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এনে এখন নতুন ভাৰত গঢ় দিবলৈ আহ্বান জনায়, যিখন জাতিগত, সাম্প্ৰদায়িক আৰু দুৰ্নীতিগ্ৰস্ত ৰাজনীতিৰ পৰা মুক্ত হয়। তেওঁ কয়, আমি এনে এখন ভাৰত গঢ় দিব বিচাৰো, য’ত প্ৰতিজন নাগৰিকেই সবল হয়।

Social Media Corner 31 October 2017

October 31st, 06:51 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

India is proud of its diversity: PM Narendra Modi

October 31st, 07:30 am

PM Narendra Modi flagged off the 'Run for Unity’ today. The PM remarked, “We are proud of Sardar Patel’s contribution to India before we attained freedom and during the early years after we became independent.”

PM Modi flags off 'Run for Unity’

October 31st, 07:28 am

Paying tributes to Sardar Vallabhbhai Patel on his birth anniversary, PM Narendra Modi flagged off the 'Run for Unity’ today. The PM remarked, “We are proud of Sardar Patel’s contribution to India before we attained freedom and during the early years after we became independent.”

PM Modi lays foundation stone and inaugurates multiple development projects in Vadodara, Gujarat

October 22nd, 05:07 pm

PM Modi today laid foundation stone and inaugurated several development projects in Vadodara, Gujarat worth Rs. 3600 crores. The PM remarked, We are clear in our working. All our resources will be spent towards the wellbeing of every citizen. Our priority is development.

PM's remarks at the closing session of the Conference of Governors

October 13th, 03:36 pm

The Prime Minister, Shri Narendra Modi, today spoke at the closing session of the Conference of Governors at Rashtrapati Bhawan.

Unity in diversity is India’s speciality: PM Narendra Modi during Mann Ki Baat

September 24th, 11:30 am

PM Modi addressed the nation through his 36th edition of Mann Ki Baat. He said that Mann Ki Baat had become a unique platform to connect with citizens across the country. The Prime Minister spoke about several great men and said that their contributions continued to inspire us even today. The PM spoke at length about Swachhata, tourism and festivals.

Role of Sardar Patel in unifying the Nation is invaluable: PM Narendra Modi

October 31st, 05:14 pm

PM Narendra Modi flagged off 'Rum for Unity' on Rashtriya Ekta Diwas. The PM paid rich tribute to Sardar Vallabhbhai Patel and said his contributions for India is invaluable. The PM called upon the countrymen not to discriminate anyone on the grounds of caste or religion.

PM Modi flags off Run For Unity on Rashtriya Ekta Diwas

October 31st, 05:13 pm

PM Narendra Modi today flagged off Run For Unity on Rashtriya Ekta Diwas. PM Modi paid rich tribute to Sardar Patel. “Sardar Patel led the movement of independence with Gandhi ji & transformed it into a Jan Andolan with Jan Shakti”, added the PM. He said that our resolve must always be to strengthen unity of the country.