থিম্ফুত ৰয়েল ইউনিভাৰ্ছিটী অব্ ভুটানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 18th, 09:50 am
কুজ’ জাংপ’ লা৷ নমস্কাৰ৷ ৰাতিপুৱা আপোনালোকৰ সৈতে ইয়াত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰিছো৷ মই নিশ্চিত যে আপোনালোকে হয়তো ভাবিছে যে আজি দেওবাৰেও বক্তৃতা শুনিবলৈ আহিবলগীয়া হৈছে৷ কিন্তু মই চমুকৈ আপোনালোকে অনুধাৱন কৰিব পৰাকৈ বিষয়সমূহ অৱতাৰণা কৰিম৷ভূটান ভ্ৰমণকালত প্ৰদানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
August 17th, 05:42 pm
ভাৰতৰ অভিন্ন তথা বিশেষ বন্ধুদেশ ভুটানলৈ আহি আপোনালোক সকলোৰে মাজত উপস্থিত হৈ মোৰ অতিশয় আনন্দ অনুভৱ হৈছে৷ মোৰ সৈতে অহা প্ৰতিনিধিবৃন্দ তথা আমাক উষ্ণ অভ্যর্থনা জনোৱাৰ বাবে মই মাননীয় প্ৰধানমন্ত্রী আৰু ভুটানৰ ৰয়েল চৰকাৰক আন্তৰিক কৃতজ্ঞতা জনাইছো৷