ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ সাক্ষাৎ, ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা প্ৰদান

April 17th, 05:52 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুইডেনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰে৷ তেওঁ দুয়োখন ৰাষ্ট্ৰৰ বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা কৰে৷ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেনক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত বিনিয়োগৰ সুবিধাসমূহৰ গুৰুত্বতা সমূহ প্ৰদৰ্শন কৰে৷

যৌথ সংবাদমেলত ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য প্ৰদান

April 17th, 04:50 pm

যৌথ সংবাদমেলত ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে বক্তব্য প্ৰদান কৰি কয় যে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ বাবে ছুইডেন এক গুৰুত্বপূৰ্ণ সহযোগী৷ দুয়োখন দেশৰ মাজত পুনৰ নৱীকৰণযোগ্য শক্তি, চহৰ অঞ্চলৰ পৰিবহণ আৰু বৰ্জ্য পদাৰ্থৰ ব্যৱস্থাপনা সন্দৰ্ভত সন্মিলিত চুক্তি হৈছে৷