উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
October 20th, 04:54 pm
মঞ্চত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানত অংশ লোৱা আন ৰাজ্যৰ সন্মানীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰীযুত নাইডু জী, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সাংসদ, আৰু বিধায়ক, তথা বেনাৰসৰ মোৰ প্ৰিয় ভাই-ভনীসকল!উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিভিন্ন পদক্ষেপৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 20th, 04:15 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে অঞ্চলটোৰ অতিৰিক্ত উন্নয়নমূলক প্ৰচেষ্টাৰ সমান্তৰালভাৱে মুঠ ৬,১০০ কোটি টকাৰ বিভিন্ন বিমানবন্দৰ প্ৰকল্প।Kashi is now becoming a big health center & healthcare hub of Purvanchal: PM in Varanasi
October 20th, 02:21 pm
Prime Minister Narendra Modi inaugurated RJ Sankara Eye Hospital in Varanasi, Uttar Pradesh. The hospital offers comprehensive consultations and treatments for various eye conditions. PM Modi also took a walkthrough of the exhibition showcased on the occasion. Addressing the event the Prime Minister remarked that RJ Sankara Eye hospital would wipe out the darkness and lead many people towards light.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰজে শংকৰা নেত্ৰ চিকিৎসালয় উদ্বোধন কৰে
October 20th, 02:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰজে শংকৰা নেত্ৰ চিকিৎসালয় উদ্বোধন কৰে। চিকিৎসালয়খনত চকুৰ ভিন্ন অৱস্থাৰ বাবে বিস্তৃত পৰামৰ্শ আৰু চিকিৎসাৰ ব্যৱস্থা আছে। শ্ৰী মোদীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীখনো দৰ্শন কৰে।প্ৰধানমন্ত্ৰীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব
October 19th, 05:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ২ বজাত তেওঁ আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব। ইয়াৰ পিছত, বিয়লি প্ৰায় ৪:১৫ বজাত তেওঁ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।