আমাৰ সভ্যতা, সংস্কৃতি আৰু ভাষাই সমগ্র বিশ্বত বৈচিত্ৰতাৰ মাজত একতাৰ বাৰ্তা ব্যক্ত কৰিছে - প্রধান মন্ত্রী মোদী - মন কী বাতত
November 24th, 11:30 am
মোৰো কিছু স্মৃতি ৰোমন্থন হ’ব৷ সবাতোকৈ প্ৰথমে এনচিচিৰ সকলো পূৰ্বৰ তথা বিদ্যমান কেডেটসকলক এনচিচি দিৱসৰ অশেষ শুভকামনা যাচিছো৷ কাৰণ মইও আপোনালোকৰ দৰে কেডেট আছিলো আৰু মনেৰেও মই নিজকে কেডেট বুলি ভাবো৷ আমি সকলোৱে জানো যে এনচিচি অৰ্থাৎ নেচনেল কেডেট কৰ্পছ্, বিশ্বৰ সবাতোকৈ বৃহৎ ঐক্যবেশীয় তৰুণ সংস্থাসমূহৰ ভিতৰত ভাৰতৰ এনচিচি অন্যতম৷ এয়া এক ত্ৰি–সেৱা সংস্থা য’ত সেনা, নৌসেনা, বায়ুসেনা তিনিওটাই অন্তৰ্ভুক্ত আছে৷ নেতৃত্ব, দেশভক্তি, স্বাৰ্থহীন সেৱা, নিয়মানুৱৰ্তিতা, কঠোৰ পৰিশ্ৰম এই সকলোকে নিজৰ চৰিত্ৰৰ অংশ কৰি লৈ নিজৰ অভ্যাস নিৰ্মাণ কৰাৰ এক ৰোমাঞ্চক যাত্ৰাই হ’ল এনচিচি৷ এই যাত্ৰাৰ বিষয়ে অধিক কথা কোৱাৰ বাবে আজি এনচিচিত নিজৰ স্থান নিৰ্ধাৰণ কৰা কিছু তৰুণৰ সৈতে ফোনত কথা পাতো আহক৷Flourishing North East for a Thriving New India
June 12th, 02:49 pm
Northeast is the 'Ashta Lakshmi' of India. Railways, highways, airways, waterways and i-ways are the 'Panch Tatvas' essential for enhancing connectivity. Government is working towards ensuring welfare of the people in the Northeast through these five elements.Infrastructure is extremely important for development: PM Modi
May 26th, 12:26 pm
PM Narendra Modi inaugurated India’s longest bridge – the 9.15 km long Dhola-Sadiya Bridge built over River Brahmaputra in Assam. The Prime Minister said that infrastructure was extremely important for development. He added that the bridge would enhance connectivity between Assam and Arunachal Pradesh, and open the door for economic development on a big scale.PM inaugurates India's longest bridge in Assam, addresses public meeting at Dhola
May 26th, 12:25 pm
PM Narendra Modi inaugurated India's longest bridge - the 9.15 km long Dhola-Sadiya bridge, over the River Brahmaputra, in Assam. The bridge will enhance connectivity and greatly reduce travel time between Assam and Arunachal Pradesh. The PM said that infrastructure was extremely important for development. He added that the Union Government was dedicated to development of the Northeast.