৫ জানুৱাৰীত দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 04th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১২:১৫ বজাত দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১১:১৫ বজাত সাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে’লতো যাত্ৰা গ্ৰহণ কৰিব।Cabinet approves Rithala-Kundli corridor of Delhi Metro Phase-IV project
December 06th, 08:08 pm
The Union Cabinet, chaired by Prime Minister Narendra Modi, approved the Rithala - Narela -Nathupur (Kundli) corridor of Delhi Metro's Phase - IV project consisting of 26.463 kms which will further enhance connectivity between the national capital and neighbouring Haryana. The corridor is scheduled to be completed in 4 years from the date of its sanction.