প্ৰধানমন্ত্ৰীৰ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী সম্বোধনৰ অসমীয়া অনুবাদ
June 21st, 06:31 am
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মোৰ যোগ আৰু ধ্যানৰ ভূমি কাশ্মীৰত উপস্থিত থকাৰ সৌভাগ্য হৈছে। কাশ্মীৰ আৰু শ্ৰীনগৰৰ পৰিবেশ, শক্তি, অভিজ্ঞতাই আমাক যোগৰপৰা অনুভূত শক্তি অনুভৱ কৰায়। যোগ দিৱসত দেশৰ সকলো ৰাইজৰ লগতে বিশ্বৰ প্ৰতিটো কোণত যোগাভ্যাস কৰা সকললৈ কাশ্মীৰ ভূমিৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৪ৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD) কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান আৰু যোগাসনত অংশগ্ৰহণ কৰে।BJP government is boosting tourism in Uttarakhand, creating new job opportunities: PM Modi at Rishikesh
April 11th, 12:45 pm
Ahead of the Lok Sabha Elections of 2024, Prime Minister Narendra Modi extended his heartfelt gratitude to all the people who gathered in the Rishikesh rally upon the PM’s arrival. The PM said, “You have come in such large numbers to bless us in Rishikesh, the gateway to Char Dham, situated in the proximity of Mother Ganga.” The PM discussed several key aspects related to Uttarakhand’s vision and the milestones achieved already.PM Modi addresses an enthusiastic crowd at a public meeting in Rishikesh, Uttarakhand
April 11th, 12:00 pm
Ahead of the Lok Sabha Elections of 2024, Prime Minister Narendra Modi extended his heartfelt gratitude to all the people who gathered in the Rishikesh rally upon the PM’s arrival. The PM said, “You have come in such large numbers to bless us in Rishikesh, the gateway to Char Dham, situated in the proximity of Mother Ganga.” The PM discussed several key aspects related to Uttarakhand’s vision and the milestones achieved already.ডেৰাডুনত উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ৰ উদ্বোধনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 08th, 12:00 pm
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, ইয়াৰ জনপ্ৰিয় আৰু যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, চৰকাৰৰ মন্ত্ৰীগণ, বিভিন্ন দেশৰ প্ৰতিনিধিগণ, উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰমহিলা আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰীয়ে 'উত্তৰাখণ্ড বিশ্ব বিনিয়োগ সন্মিলন ২০২৩' উদ্বোধন কৰে
December 08th, 11:26 am
উদ্যোগৰ নেতৃবৃন্দইও অনুষ্ঠানটোত তেওঁলোকৰ মতামত ব্যক্ত কৰে। আদানি গ্ৰুপৰ সঞ্চালক আৰু পৰিচালনা সঞ্চালক (কৃষি, তেল আৰু গেছ) শ্ৰী প্ৰণৱ আদানীয়ে কয় যে সাম্প্ৰতিক সময়ত ইয়াৰ বিকাশৰ প্ৰতি ৰাজ্যৰ দৃষ্টিভংগীৰ বাবে উত্তৰাখণ্ড ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ বাবে আটাইতকৈ আকৰ্ষণীয় গন্তব্য স্থান হৈ পৰিছে। যাৰ একক পইণ্ট অনুমোদন, প্ৰতিযোগিতামূলক ভূমিৰ মূল্য, সুলভ শক্তি, উচ্চ দক্ষ জনশক্তি আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ ওচৰত এক অতি স্থিৰ আইন আৰু পৰিৱেশ শৃংখলা আছে। শ্ৰী আদানীয়ে ৰাজ্যখনত সম্প্ৰসাৰণ আৰু অধিক বিনিয়োগ তথা নিয়োগ অনাৰ পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ উত্তৰাখণ্ড ৰাজ্যৰ নিৰন্তৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰতৰ জনসাধাৰণৰ তেওঁৰ ওপৰত অভূতপূৰ্ব আস্থা আৰু বিশ্বাস আছে।ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।এইমছ, হৃষীকেশত মিলেট কেফে মুকলিৰ শলাগ প্ৰধানমন্ত্ৰীৰ
May 09th, 11:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ, হৃষীকেশত মিলেট কেফে মুকলিৰ শলাগ লৈছে।মানুহৰ জীৱন-ধাৰণৰ সূচলতা আৰু অধিক বৃদ্ধি কৰিবলৈ ভাৰতে প্ৰযুক্তিৰ ওপৰত অত্যন্ত গুৰুত্ব দিছেঃ প্ৰধানমন্ত্ৰী
February 17th, 11:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে মানুহৰ জীৱন-ধাৰণৰ সূচলতা আৰু অধিক বৃদ্ধি কৰিবলৈ প্ৰযুক্তিৰ ওপৰত অত্যন্ত গুৰুত্ব দিছে। তেওঁ এইমছ ঋষিকেশৰ পৰা জিলা চিকিৎসালয়, তেহৰী গড়ৱাললৈ প্ৰায় ৩০ মিনিটৰ ভিতৰত ৪০ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰি ২ কেজি ওজনৰ টিবিৰ ঔষধ কঢ়িয়াই নিয়া এক ট্ৰায়েল সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ এক টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।This decade belongs to Uttarakhand: PM Modi
February 11th, 12:05 pm
Ahead of the upcoming Assembly elections in Uttarakhand, Prime Minister Narendra Modi addressed an election rally in Almora today. He said, “After campaigning in Uttarakhand, Uttar Pradesh and Goa yesterday, I'm back among you in Almora today. The enthusiasm people have for the BJP in every state is unparalleled.”PM Modi addresses a Vijay Sankalp Sabha in Almora, Uttarakhand
February 11th, 12:00 pm
Ahead of the upcoming Assembly elections in Uttarakhand, Prime Minister Narendra Modi addressed an election rally in Almora today. He said, “After campaigning in Uttarakhand, Uttar Pradesh and Goa yesterday, I'm back among you in Almora today. The enthusiasm people have for the BJP in every state is unparalleled.”When Congress was in power at both Centre and state, Uttarakhand was pushed back from all sides by applying double brakes: PM
February 10th, 02:10 pm
Prime Minister Narendra Modi today addressed a public meeting in Srinagar, Uttarakhand. PM Modi started his address by reiterating his connection with Uttarakhand. “People of Uttarakhand know my connection and my love for the ‘Devbhoomi’ of this state,” he said.PM Modi addresses a public meeting in Srinagar, Uttarakhand
February 10th, 02:06 pm
Prime Minister Narendra Modi today addressed a public meeting in Srinagar, Uttarakhand. PM Modi started his address by reiterating his connection with Uttarakhand. “People of Uttarakhand know my connection and my love for the ‘Devbhoomi’ of this state,” he said.'Double-engine' government will help Uttarakhand reach new heights of development: PM
February 08th, 02:01 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Udham Singh Nagar and Nainital. “First, I bow at the feet of the immortal martyr, Sardar Udham Singh Ji. Even after independence, from every village of Uttarakhand, our brave mothers have handed over their children to the nation's service, said PM Modi while addressing the virtual rally in the state.PM Modi addresses a virtual Vijay Sankalp Sabha in Uttarakhand's Udham Singh Nagar and Nainital
February 08th, 02:00 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Udham Singh Nagar and Nainital. “First, I bow at the feet of the immortal martyr, Sardar Udham Singh Ji. Even after independence, from every village of Uttarakhand, our brave mothers have handed over their children to the nation's service, said PM Modi while addressing the virtual rally in the state.Working for development of Uttarakhand is priority for BJP-led government: PM Modi
February 07th, 02:40 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun. Addressing the gathering virtually, PM Modi said, “Uttarakhand is Dev Bhumi for us, but these people consider Uttarakhand as their vault. These people want to keep on looting the natural wealth and resources that God has given the state, they want it to fill their pockets. This is their mindset.”PM Modi addresses a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun
February 07th, 02:39 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun. Addressing the gathering virtually, PM Modi said, “Uttarakhand is Dev Bhumi for us, but these people consider Uttarakhand as their vault. These people want to keep on looting the natural wealth and resources that God has given the state, they want it to fill their pockets. This is their mindset.”This is Uttarakhand's decade: PM Modi in Haldwani
December 30th, 01:55 pm
Prime Minister Narendra Modi inaugurated and laid the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand. In his remarks, PM Modi said, The strength of the people of Uttarakhand will make this decade the decade of Uttarakhand. Modern infrastructure in Uttarakhand, Char Dham project, new rail routes being built, will make this decade the decade of Uttarakhand.PM inaugurates and lays the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand
December 30th, 01:53 pm
Prime Minister Narendra Modi inaugurated and laid the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand. In his remarks, PM Modi said, The strength of the people of Uttarakhand will make this decade the decade of Uttarakhand. Modern infrastructure in Uttarakhand, Char Dham project, new rail routes being built, will make this decade the decade of Uttarakhand.