Under Yogi Ji’s government, riots and rioters have been stopped: PM Modi in Ghazipur, UP
May 25th, 04:45 pm
In the heart of Ghazipur, Prime Minister Narendra Modi assured the crowd of his transparent vision for a Viksit Bharat, pledging to thwart every obstruction posed by the opposition.PM Modi addresses a massive public meeting in Ghazipur, Uttar Pradesh
May 25th, 04:30 pm
In the heart of Ghazipur, Prime Minister Narendra Modi assured the crowd of his transparent vision for a Viksit Bharat, pledging to thwart every obstruction posed by the opposition.গুজৰাটৰ ৰাজকোটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 25th, 07:52 pm
মঞ্চত উপৱিষ্ট গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদত মোৰ সহযোগী মনসুখ মাণ্ডৱিয়া, গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আৰু সংসদত মোৰ সহকৰ্মী চি আৰ পাটিল, মঞ্চত থকা আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু ৰাজকোটৰ মোৰ ভাই-ভনীসকল, নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাজকোটত ৪৮,১০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
February 25th, 04:48 pm
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মাননীয় ৰাজ্যপাল আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, সাংসদ আৰু বিধান সভা তথা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্বীকাৰ কৰে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কেৱল নতুন দিল্লীতে সকলো গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচী সম্পাদন কৰাৰ সময়ৰ কথা স্মৰণ কৰি কয় যে বৰ্তমানৰ চৰকাৰে এই প্ৰৱণতা সলনি কৰি ভাৰত চৰকাৰক দেশৰ প্ৰতিটো কোণলৈ লৈ গৈছে। ৰাজকোটত আজিৰ এই কাৰ্যসূচী তেনে বিশ্বাসৰে প্ৰমাণ, প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷ তেওঁ লগতে কয় যে দেশৰ একাধিক স্থানত প্ৰকল্প উচৰ্গা আৰু আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে৷ এই কথাই এক নতুন পৰম্পৰাক আগুৱাই লৈ গৈছে। জম্মুৰ এক কাৰ্যসূচীৰ পৰা আইআইটি ভিলাই, আইআইটি তিৰুপতি, আইআইটি কুৰ্ণুল, আইএম বোধগয়া, আইআইএম বোধগয়া, আইআইএম জম্মু, আইআইএম বিশাখাপত্তনম আৰু আইআইএছ কানপুৰৰ শিক্ষানুষ্ঠানসমূহ উদ্বোধন কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি এইমছ ৰাজকোট, এইমছ মঙ্গলাগিৰি, এইমছ বাথিন্দা আৰু এআইআইৰ উদ্বোধন কৰা হৈছে।হাৰিয়ানাৰ ৰেৱাৰীত উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 16th, 01:50 pm
বীৰৰ জন্মভূমি ৰেৱাৰীৰ পৰা সমগ্ৰ হাৰিয়ানালৈ ৰাম-ৰাম! যেতিয়াই মই ৰেৱাৰীলৈ আহো, বহুতো পুৰণি স্মৃতিয়ে মনত ভূমুকি মাৰেহি। ৰেৱাৰীৰ সৈতে মোৰ সম্পৰ্ক নিতান্তই পৃথক। মই জানো ৰেৱাৰীৰ মানুহে মোদীক বাৰুকৈয়ে ভাল পায়। আৰু অলপ আগতে মাত্ৰ মোৰ বন্ধু ৰাও ইন্দ্ৰজিৎ জীয়ে কোৱাৰ দৰে, মুখ্যমন্ত্ৰী মনোহৰ লালজীয়ে কোৱাৰ দৰে ২০১৩ চনত যেতিয়া ‘ভাৰতীয় জনতা পাৰ্টী’য়ে মোক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল, মোৰ প্ৰথম কাৰ্যসূচী ৰেৱাৰীত অনুষ্ঠিত হৈছিল আৰু সেই সময়ত ৰেৱাৰীয়ে ‘২৭২’ অতিক্ৰম কৰাৰ আশীৰ্বাদ দিছিল। আৰু আপোনালোকৰ সেই আশীৰ্বাদ বাস্তৱ হৈছিল। এতিয়াও মানুহে কৈছে যে মই আকৌ এবাৰ ৰেৱাৰীলৈ আহিছোঁ, গতিকে আপোনালোকৰ আশীৰ্বাদ হৈছে, এইবাৰ ৪০০ পাৰ, এন ডি এ চৰকাৰ ৪০০ পাৰ, অৰ্থাত এনডিএই ৪০০ অতিক্ৰম কৰি চৰকাৰ গঠন কৰিব।হাৰিয়ানাৰ ৰেৱাৰীত ৯,৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
February 16th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ৰেৱাৰীত ৯৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে নগৰপৰিবহন, স্বাস্থ্য, ৰে’ল আৰু পৰ্যটন সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডলৈ সেৱা আগবঢ়াব। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে অনুষ্ঠিত কৰা প্ৰদৰ্শনীসমূহো পদব্ৰজে পৰিদৰ্শন কৰে।১৬ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 03:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১:১৫ বজাত তেওঁ নগৰ পৰিবহন, স্বাস্থ্য, ৰে'ল আৰু পৰ্যটন খণ্ড সম্পৰ্কীয় ৯৭৫০ কোটি অধিক টকা বিনিয়োগসাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন-উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ ৰেৱাৰী-মাডাৰ ছেকশ্যন জাতিৰ উদ্দেশ্যে উৎসৰ্গ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণ
January 07th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’টো ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। একেটা অনুষ্ঠানতে তেওঁ এইটো পথেৰে চলিব লগা ‘ডাবল ষ্টেক লং হাউল কণ্টেইনাৰ ৰেলগাড়ী’খনৰ যাত্ৰাৰো পাতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়াণাৰ ৰাজ্যপালদ্বয়, ৰাজস্থান আৰু হাৰিয়াণাৰ মুখ্য মন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী অৰ্জুন ৰাম মেঘাৱাল, শ্ৰী কৈলাস চৌধুৰী, শ্ৰী ৰাও ইন্দ্ৰজিত্ সিং, শ্ৰী ৰতন লাল কাটাৰীয়া, শ্ৰী কৃষণ পাল গুজৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 07th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’টো ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। একেটা অনুষ্ঠানতে তেওঁ এইটো পথেৰে চলিব লগা ‘ডাবল ষ্টেক লং হাউল কণ্টেইনাৰ ৰেলগাড়ী’খনৰ যাত্ৰাৰো পাতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়াণাৰ ৰাজ্যপালদ্বয়, ৰাজস্থান আৰু হাৰিয়াণাৰ মুখ্য মন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী অৰ্জুন ৰাম মেঘাৱাল, শ্ৰী কৈলাস চৌধুৰী, শ্ৰী ৰাও ইন্দ্ৰজিত্ সিং, শ্ৰী ৰতন লাল কাটাৰীয়া, শ্ৰী কৃষণ পাল গুজৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।৭ জানুৱাৰীত ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ নিউ ৰেৱাৰী-নিউ মাদাৰ শাখাক ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
January 05th, 04:18 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৭ জানুৱাৰীৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তে ৰাষ্ট্ৰৰ উদ্দেশ্যে ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিডৰ(ডব্লিউডিএফচি)ৰ ৩০৬ কিলোমিটাৰ দৈর্ঘৰ নিউ ৰেৱাৰী-নিউ মাদাৰ শাখা উৎসর্গা কৰিব। প্রধানমন্ত্রীয়ে উক্ত অনুষ্ঠানত নিউ আটেলি-নিউ কিষাণগড়ৰ মাজত ১.৫ কিলোমিটাৰ দৈর্ঘৰ বৈদ্যুতিক ইঞ্জিন চালিত দুমহলীয়া মালগাড়ীখনৰ যাত্রাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়ানাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী শ্রী পীয়ুষ গোৱেল উপস্থিত থাকিব।Wrong policies and strategies of Congress destroyed the nation: PM
October 19th, 11:51 am
On the last day of campaigning for the Haryana Assembly elections, Prime Minister Narendra Modi addressed two major public meetings in Ellenabad and Rewari today. Speaking to the people, he asked, Isn't India looking more powerful ever since our government took over? did I not deliver on my promises?এল্লেনাবাদ আৰু ৰেৱাৰীত ৰাজহুৱা সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে
October 19th, 11:39 am
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এল্লেনাবাদ আৰু ৰেৱাৰীত দুখন বৃহৎ ৰাজহুৱা সভাত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে ৰাইজক উদ্দেশ্যি তেওঁ প্ৰশ্ন কৰে, “আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা ভাৰতক অধিক শক্তিশালীৰ দৰে লগা নাই নে? মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিছো নে? ”Nation is very proud of our servicemen, who make sacrifices for the nation: Narendra Modi at Rewari
September 15th, 05:19 pm
Nation is very proud of our servicemen, who make sacrifices for the nation: Narendra Modi at RewariCatch a Glimpse of Charged up Rewari in Pictures
September 15th, 04:45 pm
Catch a Glimpse of Charged up Rewari in PicturesShri Modi's address at Rewari is the cynosure of all eyes across Social Media
September 15th, 04:18 pm
Shri Modi's address at Rewari is the cynosure of all eyes across Social MediaFull Text of Shri Narendra Modi's speech at Ex- Servicemen's Rally, Rewari
September 15th, 02:17 pm
Full Text of Shri Narendra Modi's speech at Ex- Servicemen's Rally, RewariNarendra Modi in Rewari delivers a rousing Prime Ministerial speech, leads from the front
September 15th, 11:45 am
Narendra Modi in Rewari delivers a rousing Prime Ministerial speech, leads from the frontStage set for ex-servicemen rally in Rewari, Haryana, Narendra Modi to address the massive rally
September 13th, 11:33 am
Stage set for ex-servicemen rally in Rewari, Haryana, Narendra Modi to address the massive rally