
হাৰিয়ানাৰ নুহত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
April 26th, 07:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ নুহত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে উদ্ধাৰ আৰু সাহাৰ্যৰ বাবে ৰাজ্য চৰকাৰে সম্ভাব্য সকলো প্ৰচেষ্টা হাতত লৈছে।
বনতাৰাত প্ৰধানমন্ত্ৰী মোদীৰ দিনঃ আশাৰে বন্যপ্ৰাণীৰ শুশ্ৰূষা
March 05th, 03:15 pm
২০২৫ চনৰ ৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ জামনগৰত অৱস্থিত যুগান্তকাৰী বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন কৰে। ৰিলায়েন্স জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ ভিতৰত ৩৫০০ একৰতকৈও অধিক মাটিত বিস্তৃত বনতাৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ পৰিসৰ, যিয়ে ২০০০ৰো অধিক প্ৰজাতিৰ পৰা ১.৫ লাখৰো অধিক উদ্ধাৰ কৰা, বিপন্ন আৰু বিলুপ্তপ্ৰায় জীৱ-জন্তুক আশ্ৰয় প্ৰদান কৰা হৈছে। বনতাৰা কেৱল আশ্ৰয় শিবিৰ নহয়, পশু কল্যাণ আৰু পৰিৱেশ বহনক্ষমতাৰ প্ৰতি ভাৰতৰ বিকাশশীল তথা নৈতিক দায়বদ্ধতাৰ প্ৰমাণ।
গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ'ব পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন
March 04th, 04:05 pm
ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগে আয়োজন কৰা পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণ অনুষ্ঠান কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে অংশ গ্ৰহণ কৰিব। সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ শ্ৰী দিলীপ শইকীয়া আৰু শ্ৰীমতী বিজুলী কলিতা মেধি।কেৰালাৰ ৱায়ানাডৰ ভূমিস্খলন প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ অন্তত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অসমীয়া অনুবাদ
August 10th, 07:40 pm
যেতিয়াৰে পৰা মই এই দুৰ্যোগৰ বিষয়ে জানিব পাৰিছিঁলো, মই নিৰন্তৰ যোগাযোগত আছোঁ আৰু পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছোঁ। কেন্দ্ৰীয় চৰকাৰৰ সকলো সংশ্লিষ্ট বিভাগক পলম নকৰাকৈ একত্ৰিত কৰাটো অতি প্ৰয়োজনীয়, আৰু এই প্ৰলয়ংকৰী ঘটনাৰ দ্বাৰা প্ৰভাৱিত হোৱা লোকসকলক সহায় কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টাত একত্ৰিত হোৱাটো অতি প্ৰয়োজনীয়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ ভূমিস্খলনত প্ৰভাৱিতসকলৰ মংগল কামনাৰে উদ্ধাৰ অভিযানত কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে
August 10th, 07:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ ভূমিস্খলনত প্ৰভাৱিতসকলৰ মংগল কামনা আৰু উদ্ধাৰ অভিযানত কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। তেখেতে কয় যে কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাজ্য চৰকাৰখনৰ কাষত থিয় দিছে। আজি কেৰালাৰ ৱায়ানাডত আকাশ-মাৰ্গেৰে পৰ্য্যবেক্ষণৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমিস্খলন-প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শনেৰে পৰিস্থিতিৰ বুজ লয়।PM Modi Speaks to Workers Rescued from Uttarkashi Tunnel
November 29th, 04:36 pm
In a heartwarming display of solidarity and support, Prime Minister Narendra Modi conversed with the workers who emerged victorious after being trapped within the collapsed Silkyara tunnel in Uttarkashi, Uttarakhand. Commending their unwavering resilience and camaraderie, Prime Minister Modi hailed the workers as an epitome of collective strength, demonstrating the indomitable spirit of humanity in the face of adversity.বালাছোৰ, ওড়িশা ভ্ৰমণত সংবাদ মাধ্যমৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
June 03rd, 07:24 pm
এটা ভয়ংকৰ দুৰ্ঘটনা হ'ল। অসহনীয় বেদনা মই অনুভৱ কৰিছোঁ আৰু অনেক ৰাজ্যৰ নাগৰিকে এই যাত্ৰাত কিবা নহয় কিবা তেওঁলোকে হেৰুৱালে। যিসকল লোকে নিজৰ জীৱন হেৰুৱালে, এয়া বহত ডাঙৰ পীড়াদায়ক আৰু বেদনাৰেও শোকাৰ্ত মনক বিচলিত কৰা।দেওঘৰৰ উদ্ধাৰ অভিযানৰে জড়িতসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ পাঠ
April 13th, 08:01 pm
আমাৰ সৈতে জড়িত হোৱা গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, সাংসদ শ্ৰী নিশিকান্ত ডুবে জী, গৃহ সচিব, স্থলসেনা প্ৰধান, বায়ুসেনা প্ৰধান, ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান, এনডিআৰএফৰ সঞ্চালক প্ৰধান, আইটিবিপিৰ সঞ্চালক প্ৰধান, স্থানীয় প্ৰশাসনৰ বন্ধুসকল, আমাৰ সৈতে জড়িত হোৱা সকলো সাহসী জোৱানসকল, কামাণ্ডো, আৰক্ষী আৰু অন্যান্য বন্ধুসকল,প্ৰধানমন্ত্ৰী মোদীয়ে দেওঘৰ উদ্ধাৰ অভিযানত জড়িত সকলৰ সৈতে বাৰ্তালাপ কৰে
April 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইএএফ, ভাৰতীয় সেনা, এনডিআৰএফ, আইটিবিপি, স্থানীয় প্ৰশাসন আৰু নাগৰিক সমাজৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰে যিসকলে দেওঘৰত কেবল কাৰ দুৰ্ঘটনাত উদ্ধাৰ অভিযানৰ সৈতে জড়িত আছিল। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, সংসদ শ্ৰী নিশিকান্ত দুবে, এমএইচএৰ সচিব, সেনা প্ৰধান, বিমান কৰ্মচাৰীপ্ৰধান, এনডিআৰএফৰ ডিজি এনডিআৰএফৰ ডিজি আইটিবিপি উপস্থিত আছিল।গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 23rd, 05:24 pm
Prime Minister Narendra Modi paid tribute to Netaji Subhas Chandra Bose on his 125th birth anniversary. Addressing the gathering, he said, The grand statue of Netaji, who had established the first independent government on the soil of India, and who gave us the confidence of achieving a sovereign and strong India, is being installed in digital form near India Gate. Soon this hologram statue will be replaced by a granite statue.ইণ্ডিয়া গেটত নেতাজীৰ হ’ল’গ্ৰাম মূর্তি উন্মোচন প্রধানমন্ত্রীৰ
January 23rd, 05:23 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।TMC govt rebirth of erstwhile Left rule, rebirth of corruption, crime, violence and attack on democracy: PM Modi in Haldia
February 07th, 04:23 pm
Speaking at a public meeting in Haldia, West Bengal, PM Narendra Modi talked about several key infrastructure projects being carried out by the Central government in the state. He also launched attack on the TMC government in the state for not implementing Centre's schemes like the Fasal Bima Yojana and Ayushman Bharat Yojana.PM Modi addresses a public meeting in Haldia, West Bengal
February 07th, 04:22 pm
Speaking at a public meeting in Haldia, West Bengal, PM Narendra Modi talked about several key infrastructure projects being carried out by the Central government in the state. He also launched attack on the TMC government in the state for not implementing Centre's schemes like the Fasal Bima Yojana and Ayushman Bharat Yojana.উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনা; উত্তৰাখণ্ডৰ দুৰ্ভাগ্যজনক পৰিস্থিতিক লৈ পৰ্যালোচনা
February 07th, 02:42 pm
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনা; উত্তৰাখণ্ডৰ দুৰ্ভাগ্যজনক পৰিস্থিতিক লৈ পৰ্যালোচনাপিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 10th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পিএম মৎস্য সম্পদ যোজনা, ই-গোপালা এপ আৰু বিহাৰৰ মীন উৎপাদন, দুগ্ধ, পশু পালন আৰু কৃষিৰ অধ্যয়ন আৰু গৱেষণা সম্পৰ্কীয় বহু ব্যৱস্থাৰ শুভাৰম্ভ কৰে।ৱুহান উদ্ধাৰ অভিযানক ভূয়সী প্ৰসংশা প্ৰধানমন্ত্ৰীৰ
February 13th, 09:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৱুহানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলৰ উদ্ধাৰৰ বাবে এয়াৰ ইণ্ডিয়া আৰু দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়ববীয়াসকলে গ্ৰহণ কৰা অনবদ্য পদক্ষেপৰ ভূয়সী প্ৰসংশা কৰে। এই উদ্ধাৰ অভিযানত নিয়োজিত লোকসকলৰ প্ৰতি প্ৰসংশামূলক পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই পত্ৰ অসামৰিক বিমান পৰিবহন বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে এইসকল কৰ্মচাৰীৰ হাতত অৰ্পন কৰিব।PM Modi addresses public meeting in Kozhikode, Kerala
April 12th, 06:30 pm
Prime Minister Narendra Modi addressed his last public meeting for the day in the southern state of Kerala’s Kozhikode.কেৰালা ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, সাহায্য আৰু উদ্ধাৰ অভিযান পৰ্যবেক্ষণ
August 18th, 11:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালা ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়৷ এক পৰ্যবেক্ষণ বৈঠকৰ পাছত তেওঁ আকাশ মাৰ্গৰে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে৷ এই সময়ছোৱাত প্ৰধানমন্ত্ৰীক সংগ দিয়ে ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কে.জে.আলফনছ আৰু আন বিষয়ববীয়াই৷লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাব বিনিময়ৰ অসমীয়া অনুবাদ
April 19th, 05:15 am
প্ৰসুন যোশী- মোদী ডাঙৰীয়া, আমি সকলোৱে গম পাওঁ যে আপুনি কিমান ব্যস্ত কাৰ্যসূচীৰ পৰা সময় উলিয়াই ইয়ালৈ আহিছে আৰু আমি আপোনাৰ পৰা ক্ষন্তেক সময় বিচাৰিছোঁ৷ সৰ্বপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ৷ মই কিছু সময় পূৰ্বে ভাৰতৰ বিষয়ে এইদৰে লিখিছিলোঁ যেলণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ কিয়দংশ
April 18th, 09:49 pm
ব্ৰিটেইনৰ লণ্ডনত অনুষ্ঠিত হোৱা ভাৰত কী বাত সবকে সাথ কাৰ্যসূচীত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মত বিনিময় কৰে৷ অনুষ্ঠানত তেওঁ অংশগ্ৰহণকাৰীসকলৰ প্ৰশ্নৰ উত্তৰো দিয়ে৷ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ প্ৰধান অংশ তলত প্ৰদান কৰা হ’লঃ