এতিয়া টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহ অৰ্থনৈতিক ক্ৰিয়াকলাপৰ কেন্দ্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী মোদী
September 20th, 08:46 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।গুজৰাটত কাউন্সিল অৱ মেয়ৰ আৰু বিজেপিৰ ডেপুটি মেয়ৰক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
September 20th, 10:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত বিজেপিৰ মেয়ৰ আৰু উপ মেয়ৰসকলৰ পৰিষদক ভাৰ্চুৱেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ যাত্ৰাৰ আলোকপাতেৰে তেখেতৰ সম্বোধন আৰম্ভ কৰি পেটেলে আহমেদাবাদ চহৰত মিউনিচিপেলিটিৰ জৰিয়তে কৰ্মজীৱনৰ আৰম্ভণি কৰি উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হৈছিল বুলি কয়।লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 05th, 10:31 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!PM inaugurates ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow
October 05th, 10:30 am
PM Narendra Modi inaugurated ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow. He digitally handed over house keys to 75,000 beneficiaries of Awas Yojana in 75 districts of Uttar Pradesh.When India grows, the world grows, when India reforms, the world transforms: PM Modi
September 25th, 06:31 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.PM Modi's address to the United Nations General Assembly
September 25th, 06:30 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.Didi has scored an own goal in football of politics, says PM Modi in Cooch Behar
April 06th, 12:01 pm
PM Modi today addressed two massive rallies in West Bengal’s Cooch Behar and Howrah. The PM said, “Not only Bengal and Nandigram, but Nandi is also openly expressing her displeasure with Didi. The situation is such that Didi's party is not getting polling agents at polling booths. Few days back, she was accusing EC & security forces of stopping her polling agent. Now she has accepted that her polling agents are revolting against her.”PM Modi addresses public meetings in Cooch Behar and Howrah, West Bengal
April 06th, 12:00 pm
PM Modi today addressed two massive rallies in West Bengal’s Cooch Behar and Howrah. The PM said, “Not only Bengal and Nandigram, but Nandi is also openly expressing her displeasure with Didi. The situation is such that Didi's party is not getting polling agents at polling booths. Few days back, she was accusing EC & security forces of stopping her polling agent. Now she has accepted that her polling agents are revolting against her.”জিএইচটিচি-ইণ্ডিয়াৰ অধীনত লাইট হাউট প্ৰকল্প (এলএইচপি)ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
January 01st, 10:39 am
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ দিনটো হৈছে নতুন শক্তিৰে আগুৱাই যোৱাৰ দিন, নতুন সংকল্প গ্ৰহণৰ দিন আৰু আজি দেশখনে দৰিদ্ৰ, মধ্য বিত্তৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ নতুন প্ৰযুক্তি লাভ কৰিছে। তেখেতে কয়, কাৰিকৰী ভাষাত এই গৃহসমূহক লাইট হাউছ প্ৰজেক্ট বুলি কোৱা হয় কিন্তু এই ৬ প্ৰকল্প দৰাচলতে আলোকগৃহৰ দৰে যিয়ে দেশখনৰ গৃহ নিৰ্মাণ খণ্ডটোলৈ নতুন দিশৰ উন্মেষ ঘটাইছে।ছয় ৰাজ্যত লাইট হাউছ প্ৰজেক্ট (LHP)ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী
January 01st, 10:38 am
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ দিনটো হৈছে নতুন শক্তিৰে আগুৱাই যোৱাৰ দিন, নতুন সংকল্প গ্ৰহণৰ দিন আৰু আজি দেশখনে দৰিদ্ৰ, মধ্য বিত্তৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ নতুন প্ৰযুক্তি লাভ কৰিছে। তেখেতে কয়, কাৰিকৰী ভাষাত এই গৃহসমূহক লাইট হাউছ প্ৰজেক্ট বুলি কোৱা হয় কিন্তু এই ৬ প্ৰকল্প দৰাচলতে আলোকগৃহৰ দৰে যিয়ে দেশখনৰ গৃহ নিৰ্মাণ খণ্ডটোলৈ নতুন দিশৰ উন্মেষ ঘটাইছে।India has transformed from Nation wants to know to Nation First: PM
November 26th, 07:34 pm
Prime Minister Shri Narendra Modi delivered - keynote address in Republic Summit here today. Theme of this year’s summit is “India’s Moment Nation First”.PM addresses Republic TV Summit
November 26th, 07:33 pm
Prime Minister Shri Narendra Modi delivered - keynote address in Republic Summit here today. Theme of this year’s summit is “India’s Moment Nation First”.For us, the country is bigger than the party: PM Modi in Mumbai
October 18th, 07:46 pm
Addressing a campaign rally for Maharashtra Assembly election in Mumbai, Prime Minister Narendra Modi said, “For us, the country is bigger than the party, and therefore, politics is the medium of service for us.” At the rally, the PM said that there is no stain of corruption on the BJP-led Central or state governments.মুম্বাই, মহাৰাষ্ট্ৰত নিৰ্বাচনী সভা সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
October 18th, 06:34 pm
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ বাবে দলতকৈ দেশ ডাঙৰ৷ সেইবাবে ৰাজনীতি হ’ল আমাৰ বাবে সেৱাৰ এক মাধ্যম৷’ জনসভাত প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰত দুৰ্নীতিৰ কোনো কলংক নাই৷হাৰিয়ানাৰ চৰখি দাদৰিত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী শিবিৰ
October 15th, 12:51 pm
হাৰিয়ানাৰ চৰখি দাদৰিত এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘মই হাৰিয়ানালৈ নিৰ্বাচনী ৰেলীৰ বাবে অহা নাই৷ মই হাৰিয়ানালৈ বি জে পিৰ শিবিৰৰ বাবে অহা নাই৷ মই হাৰিয়ানাক ভোট দিবলৈ নকও৷ হাৰিয়ানাই মোক নিজে মাতিছে৷ মই নিজকে ইয়ালৈ অহাৰ পৰা বাধা দিব পৰা নাই৷ আপোনালোকে মোক ইমান মৰম দিছে৷’’The growing number of women entrepreneurs is a blessing for our society: PM Modi
September 07th, 03:31 pm
Prime Minister Narendra Modi interacted with numerous women of various Self-Help Groups during their ‘Mahila Sammelan’ in Aurangabad, Maharashtra today. On this occasion, PM Modi also distributed the 8th crore gas connection to a woman under the Ujjwala Yojana.নিৰ্ধাৰিত সময়ৰ ৭ মাহৰ পূৰ্বেই উজ্জ্বলা যোজনাৰ অধীনত ৮ কোটি লোকক ৰন্ধন গেছ সংযোগৰ সফলতা অৰ্জন কৰা হৈছে
September 07th, 03:30 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ঔৰংগবাদত মহাৰাষ্ট্ৰ ৰাজ্যিক গ্রামীণ জীৱিকা মিচনৰ দ্বাৰা আয়োজিত আত্মসহায়ক গোটসমূহৰ আর্থিক দিশত স্বাৱলম্বী মহিলাসকলৰ অনুষ্ঠান ‘মহিলা সবলীকৰণত মেলা’ত ভাষণ আগবঢ়ায়৷I consider entrepreneurs as India’s ‘Growth Ambassadors’: PM Modi in an interview to The Economic Times
August 12th, 11:06 am
PM Narendra Modi said the private sector must continue to believe in the India story, assuring that he will do his best to make India a better place to do business. In an interview, the PM said he is working towards long-term growth. He also termed entrepreneurs as India's 'growth ambassadors'.It is my dream that every Indian has a Pukka house by 2022: PM Modi
March 02nd, 10:13 am
PM Modi today inaugurated the Construction Technology India-2019 Expo-cum-Conference in Delhi. Addressing the event, PM Modi said, It pains me to see that so many people in the country are still living without a home. It is my dream that every Indian should have a pakka house by 2022. We are also ensuring that the houses being provided to the poor also have all basic facilities.নিৰ্মাণ প্ৰযুক্তি ইণ্ডিয়া ইভেণ্ট সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 02nd, 10:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত অনুষ্ঠিত নিৰ্মাণ প্ৰযুক্তি ইণ্ডিয়া ইভেণ্ট সম্বোধন কৰে৷