সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

December 29th, 11:30 am

‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।

ব্ৰুনেইৰ চুলতানৰ সৈতে অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ অসমীয়া অনুবাদ

September 04th, 03:18 pm

মই আপোনাৰ সম্ভাষণ, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আপোনাৰ লগতে সমগ্ৰ ৰাজ পৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

কমনৱেলথ লিগেল এডুকেশ্যন এছচিয়েশ্যন - কমনৱেলথ এটৰ্নী এণ্ড ছলিচিটৰ জেনেৰেলছ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 03rd, 11:00 am

বিশিষ্ট আইনী বিজ্ঞসকল, বিশ্বৰ বিভিন্ন দেশৰ অতিথিসকল, আৰু সন্মানীয় দৰ্শক সদস্যসকল। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে চিএলইএ- কমনৱেলথ এটৰ্নী আৰু ছলিচিটৰ জেনেৰেল সন্মিলন ২০২৪ উদ্বোধন কৰে

February 03rd, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কমনৱেলথ লিগেল এডুকেশ্বন এছ'চিয়েচন (চিএলইএ)-কমনৱেলথ এটৰ্নী এণ্ড ছলিচিটৰ জেনেৰেল কনফাৰেন্স (চিএএছজিচি) ২০২৪ উদ্বোধন কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে ন্যায় প্ৰদানত আন্তঃসীমান্ত প্ৰত্যাহ্বান। এই সন্মিলনত অইন বিষয়ৰ লগতে আইন আৰু ন্যায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় যেনে ন্যায়িক পৰিৱৰ্তন আৰু আইনী অনুশীলনৰ নৈতিক দিশ, কাৰ্যবাহী দায়বদ্ধতা; আৰু আধুনিক যুগৰ আইনী শিক্ষাৰ পুনৰ বিবেচনা কৰা, আদিৰ ওপৰত আলোচনা কৰা হব।

সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

January 28th, 11:30 am

মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।

নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 27th, 05:00 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ

January 27th, 04:30 pm

এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।

সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

January 27th, 04:00 pm

সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ সন্মিলনৰ বাবে আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। এই সন্মিলনে এইবাৰ বিশেষ তাৎপৰ্য বহন কৰিছে। ৭৫সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতে ইয়াৰ আয়োজন কৰা হৈছে। আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল। আমাৰ দেশৰ সকলো নাগৰিকৰ হৈ মই সংবিধান সভাৰ সমূহ সদস্যলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় প্ৰিজাইডিং অফিচাৰৰ সন্মিলনত ভাষণ দিয়ে

January 27th, 03:30 pm

প্ৰধানমন্ত্ৰীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱস সমাৰোহৰ পিছত অনুষ্ঠিত হোৱা এই সন্মিলনৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে এই সন্মিলনৰ বিশেষ তাৎপৰ্য আছে কিয়নো এয়া আমাৰ সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতেই অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সংবিধান সভাৰ সদস্যসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

PM thanks Nepal PM for Republic Day wishes

January 26th, 11:02 pm

The Prime Minister, Shri Narendra Modi, thanked Prime Minister of Nepal Pushpa Kamal Dahal for warm wishes on the occasion of Republic Day today.

PM thanks Mauritius PM for Republic Day wishes

January 26th, 10:52 pm

The Prime Minister, Shri Narendra Modi, thanked Prime Minister of Mauritius Pravind Kumar Jugnauth for his warm wishes on the occasion of Republic Day today

PM thanks France Prez for attending Republic Day celebrations

January 26th, 09:34 pm

The Prime Minister, Shri Narendra Modi, thanked President of France Emmanuel Macron for being a part of India's Republic Day celebrations today.

ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

January 26th, 03:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

Glimpses from 75th Republic Day celebrations at Kartavya Path, New Delhi

January 26th, 01:08 pm

India marked the 75th Republic Day with great fervour and enthusiasm. The country's perse culture, prowess of the Armed Forces were displayed at Kartavya Path in New Delhi. President Droupadi Murmu, Prime Minister Narendra Modi, President Emmanuel Macron of France, who was this year's chief guest, graced the occasion.

গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকক শুভকামনা জনায়

January 26th, 09:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫তম গণৰাজ্য দিৱস উপলক্ষে প্ৰতিজন নাগৰিকক শুভকামনা জনাইছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আদৰণি প্ৰধানমন্ত্ৰীৰ

January 25th, 10:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক আদৰণি জনায়।

The next 25 years are crucial to transform India into a 'Viksit Bharat': PM Modi

January 25th, 12:00 pm

PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”

PM Modi’s address at the Nav Matdata Sammelan

January 25th, 11:23 am

PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”

PM Modi urges NCC/NSS volunteers to share their experiences of Republic Day Parade

January 24th, 05:02 pm

Ahead of the Republic Day Celebrations, Prime Minister Narendra Modi addressed the tableaux artists, NCC/NSS volunteers who would be taking part in the Republic Day parade this year. The PM urged them to share their memorable experiences of participating in the Parade with him on the NaMo app.

Motivation may wane sometimes, but it is the discipline that keeps you on the right path: PM Modi

January 24th, 03:26 pm

The Prime Minister Narendra Modi addressed the NCC Cadets and NSS Volunteers. Addressing the gathering, the Prime Minister expressed pride in the cultural program depicting the life of Rani Lakshmi Bai and said that it has brought India’s history alive today. He praised the efforts of the team involved in the program and stated that they will now be a part of the Republic Day Parade. “This occasion is special due to two reasons namely the 75th Republic Day celebrations and its dedication to Nari Shakti of India, the Prime Minister said.