'মন কী বাত' তারিবশিং থৌরম অসিগী অশেংবা এংকরশিংনি: পি.এম. মোদী

September 29th, 11:30 am

My dear countrymen, Namaskar. Once again we have the opportunity to connect in today's Mann Ki Baat. This episode today is going to make me emotional. It's flooding me with a lot of old memories... The reason is that this journey of ours in Mann Ki Baat is completing 10 years. 10 years ago Mann Ki Baat started on the day of Vijayadashami on the 3rd of October. And what a pine coincidence it is that this year on the 3rd of October when 10 years of Mann Ki Baat are completed, it will be the first day of Navratri. There are many phases in this long journey of Mann Ki Baat that I can never forget. Crores of listeners of Mann Ki Baat have been our companions in this journey, whose continuous support I have kept receiving. They provided information from every corner of the country.

মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

August 25th, 11:30 am

বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।

আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ মন্ত্ৰীসকলৰ সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

February 14th, 02:45 pm

আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ মন্ত্ৰীসকলৰ সভাত উপস্থিত সকলোকে শুভেচ্ছা জনাইছোঁ। আইইএৰ প্ৰতিষ্ঠাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাটো তাৎপৰ্যপূৰ্ণ। এই মাইলৰ খুঁটিটোৰ বাবে অভিনন্দন। এই বৈঠকৰ সহ-অধ্যক্ষতা কৰাৰ বাবে আয়াৰলেণ্ড আৰু ফ্ৰান্সকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক শক্তি সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত ভাষণ দিয়ে

February 14th, 02:39 pm

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাক প্ৰতিষ্ঠাৰ ৫০ তম বাৰ্ষিকীৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু লগতে এই বৈঠকত সহ-সভাপতিত্ব কৰাৰ বাবে আয়াৰলেণ্ড আৰু ফ্ৰান্সৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

বেংগালুৰুস্থিত কাৰ্ডিঅ’লজিষ্ট আৰু তেওঁৰ পুত্ৰৰ ৰিচাইক্লিঙৰ প্ৰয়াসক প্ৰধানমন্ত্ৰীৰ শলাগ

March 07th, 02:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুস্থিত জ্যেষ্ঠ কাৰ্ডিঅ’লজিষ্ট ডাঃ দীপক কৃষ্ণমূৰ্তি আৰু তেওঁৰ পুত্ৰৰ ৰিচাইক্লিং আৰু ‘ৱাষ্ট টু ৱেল্থ’ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াসৰ শলাগ লৈছে।

'নগৰ পৰিকল্পনা, উন্নয়ন আৰু অনাময় ব্যৱস্থা' সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

March 01st, 10:20 am

এইটো দুৰ্ভাগ্যজনক যে স্বাধীনতাৰ পিছত ইমান বছৰে আমাৰ দেশত কেৱল কেইখনমানহে পৰিকল্পিত চহৰ গঢ়ি উঠিছে। স্বাধীনতাৰ পিছত যোৱা ৭৫ বছৰত ৭৫ খন নতুন আৰু ডাঙৰ সুপৰিকল্পিত নগৰ গঢ়ি উঠা হ'লে, আজি ভাৰতৰ চেহেৰা সম্পূৰ্ণ বেলেগ হ'লহেঁতেন। কিন্তু এতিয়া একবিংশ শতিকাত, যিদৰে ভাৰতে দ্ৰুত গতিত বিকাশৰ পথত আগুৱাই গৈছে, আগন্তুক দিনত ভাৰতত অনেক সুপৰিকল্পিত নতুন চহৰ গঢ়ি তোলাতো অপৰিহাৰ্য হৈ পৰিব।

প্ৰধানমন্ত্ৰীয়ে বাজেট-পৰৱৰ্তী ৱেবিনাৰত ‘নগৰ পৰিকল্পনা, উন্নয়ন আৰু অনাময়’ বিষয়ক লৈ আলোচনা কৰে

March 01st, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'পৰিকল্পনাৰ ওপৰত গুৰুত্ব দি নগৰ উন্নয়ন' বিষয়ত বাজেটৰ পিছৰ ৱেবিনাৰক সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট-২০২৩ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই ষষ্ঠ।

পানীৰ সন্দৰ্ভত সৰ্বভাৰতীয় ৰাজ্যিক মন্ত্ৰীসকলৰ বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

January 05th, 09:55 am

দেশৰ সকলো ৰাজ্যৰ জলমন্ত্ৰীৰে সৈতে প্ৰথম সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰাটো অতি উল্লেখযোগ্য কথা। আজি ভাৰতে অভূতপূৰ্ব কাম কৰি আছে আৰু জল সুৰক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিছে। আমাৰ সাংবিধানিক ব্যৱস্থাত পানীৰ বিষয়টো ৰাজ্যৰ নিয়ন্ত্ৰণত আছে। দেশৰ ৰাজ্যসমূহে পানী সংৰক্ষণৰ বাবে কৰা প্ৰচেষ্টা সামগ্ৰিকভাৱে দেশৰ প্ৰেক্ষাপটত নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত অতি সহায়ক হ’ব। এই সন্দৰ্ভত ‘২০৪৭ চনৰ ভিতৰত জল দৃষ্টিভংগী’য়ে অহা বছৰ অমৃত যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাত্ৰা সংযোজন কৰিব৷

ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণৰ বিষয়বস্তুৰ ওপৰত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথম সৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

January 05th, 09:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণ সন্দৰ্ভত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথমসৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে 'ৱাটাৰ ভিজন@২০৪৭' আৰু মঞ্চৰ লক্ষ্য হৈছে বহনক্ষম উন্নয়ন আৰু মানৱ উন্নয়নৰ বাবে জলসম্পদ ব্যৱহাৰৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্য নীতি নিৰ্ধাৰণকাৰীসকলক একত্ৰিত কৰা।

১৯ নৱেম্বৰত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

November 17th, 03:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰ, ২০২২ ত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ ডনি প’ল’ বিমানবন্দৰ উদ্বোধন কৰিব আৰু ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ পিছতেই তেখেত উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’বগৈ, তাত তেখেতে দিনৰ প্ৰায় ২ বজাত ‘কাশী-তামিল সংগম’ উদ্বোধন কৰিব।

Lifestyle of the planet, for the planet and by the planet: PM Modi at launch of Mission LiFE

October 20th, 11:01 am

At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.

PM launches Mission LiFE at Statue of Unity in Ekta Nagar, Kevadia, Gujarat

October 20th, 11:00 am

At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.

কেবিনেটে নতুন দিল্লী, আহমেদাবাদ আৰু ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচ (চিএছএমটি),মুম্বাই ৰেল ষ্টেচনৰ পুনৰ নিৰ্মাণত অনুমোদন জনাইছে

September 28th, 04:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে প্ৰায় ₹ ১০,০০০ কোটিৰ মুঠ বিনিয়োগেৰে ৩টা মুখ্য ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতীয় ৰে'লৱেৰ প্ৰস্তাৱত অনুমোদন জনাইছে:

India is a rapidly developing economy and continuously strengthening its ecology: PM Modi

September 23rd, 04:26 pm

PM Modi inaugurated National Conference of Environment Ministers in Ekta Nagar, Gujarat via video conferencing. He said that the role of the Environment Ministry was more as a promoter of the environment rather than as a regulator. He urged the states to own the measures like vehicle scrapping policy and ethanol blending.

PM inaugurates the National Conference of Environment Ministers of all States in Ekta Nagar, Gujarat

September 23rd, 09:59 am

PM Modi inaugurated National Conference of Environment Ministers in Ekta Nagar, Gujarat via video conferencing. He said that the role of the Environment Ministry was more as a promoter of the environment rather than as a regulator. He urged the states to own the measures like vehicle scrapping policy and ethanol blending.

৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ‘কৰ্তব্য পথ’ মুকলি কৰাৰ লগতে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব

September 07th, 01:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ৭ বজাত আনুষ্ঠানিক ভাবে ‘কৰ্তব্য পথ’ মুকলি কৰিব। ক্ষমতাৰ এক প্ৰতীকস্বৰূপ পূৰ্বৰ ‘ৰাজপথ’ৰ পৰা ‘কৰ্তব্য পথ’লৈ হোৱা পৰিৱৰ্তনে জনস্বত্ব তথা সবলীকৰণৰ এক নিদৰ্শনকে প্ৰতীয়মান কৰিব। একেটা উপলক্ষতে প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। এই পদক্ষেপ নতুন ভাৰতৰ অমৃত কালৰ বাবে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ‘পঞ্চপণ’ৰ দ্বিতীয়টি পণ : ঔপনিৱেশিক মানসিকতাৰ চিন-মোকাম নোহোৱা কৰা-ৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে।

২৬.০৬.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

June 26th, 11:30 am

বন্ধুসকল, ইন-স্পেচৰ ভিতৰত অনুষ্ঠিত অনুষ্ঠানটোত, মই মেহছানাৰ বিদ্যালয়ৰ ছাত্ৰী কন্যা তানভি পেটেলকো লগ পাইছিলো। তেওঁ এটা অতি সৰু উপগ্ৰহৰ ওপৰত কাম কৰি আছে, যিটো অহা কেইমাহমানৰ ভিতৰত মহাকাশলৈ উৎক্ষেপণ কৰা হ'ব। তানভিয়ে মোক গুজৰাটীত তাইৰ কামৰ বিষয়ে খুব সহজভাৱে বৰ্ণনা কৰিছিল। তানভিৰ দৰে দেশৰ প্ৰায় ৭৫০ জন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অমৃত মহোৎসৱত এনে ৭৫ টা উপগ্ৰহৰ ওপৰত কাম কৰি আছে, আৰু লগতে আনন্দৰ বিষয় যে, এই শিক্ষাৰ্থীসকলৰ বেছিভাগেই দেশৰ সৰু চহৰৰ।

লাইফ আন্দোলনৰ শুভাৰম্ভণিৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ

June 05th, 07:42 pm

মহামান্য ইংগাৰ এণ্ডাৰছন, ইউএনডিপি গ্ল’বেল হেড, মহামান্য আচিম ষ্টেইনাৰ, ইউএনডিপি গ্ল’বেল হেড, মোৰ বন্ধু মিঃ ডেভিড মালপাছ, ৱৰ্ল্ড বেংকৰ অধ্যক্ষ লৰ্ড নিকোলাছ ষ্টাৰ্ণ, মিঃ কাচ চানষ্টাইন, মোৰ বন্ধু মিঃ বিল গেটছ, শ্ৰী অনিল দাসগুপ্তা, ভাৰতৰ পৰিৱেশ মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱ

PM launches global initiative ‘Lifestyle for the Environment- LiFE Movement’

June 05th, 07:41 pm

Prime Minister Narendra Modi launched a global initiative ‘Lifestyle for the Environment - LiFE Movement’. He said that the vision of LiFE was to live a lifestyle in tune with our planet and which does not harm it.

Aatmanirbhar Bharat is our path as well as our resolve: PM Modi

May 06th, 02:08 pm

PM Narendra Modi addressed the inaugural session of JITO Connect 2022. The Prime Minister said, Whatever may be the area of ​​expertise, area of ​​concern and whatever may be the differences of opinion of the people, they are all united by the rise of New India. Today everyone feels that India is now moving beyond ‘probability and potential’ and performing a bigger purpose of global welfare.