The Voice of Global South Summit is a platform where we amplify the needs and aspirations of those often unheard: PM Modi

August 17th, 10:00 am

Prime Minister Narendra Modi, during his opening remarks at the 2024 Voice of Global South Summit, emphasized India's commitment to inclusive development, global cooperation, and addressing challenges like climate change, health security, and technological pides. He highlighted India's role in amplifying the voices of Global South nations within the G20 and shared initiatives to enhance digital infrastructure and healthcare partnerships across the Global South.

‘অন্তিম প্ৰান্তত উপনীত হোৱা’ বিষয়ক বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

February 27th, 10:16 am

সাধাৰণতে বাজেট দাখিলৰ পাছত সংসদত বাজেট সন্দৰ্ভত আলোচনা হয়। এয়া প্ৰয়োজনীয় হোৱাৰ লগতে উপযোগীও। কিন্তু আমাৰ চৰকাৰে বাজেট সম্পৰ্কীয় এনে আলোচনাক আৰু এখোজ আগুৱাই নিছে। যোৱা কেইবছৰমানৰপৰা আমাৰ চৰকাৰে বাজেট প্ৰস্তুতৰ পূৰ্বে আৰু পিছত সকলো অংশীদাৰৰ সৈতে আলোচনাৰে এক নতুন পৰম্পৰা আৰম্ভ কৰিছে। কাৰ্য্যকৰীকৰণৰ দৃষ্টিকোণেৰে এয়া অতিশয় গুৰুত্বপূৰ্ণ, সময় নিৰ্ধাৰিত ৰূপায়ণ ইয়াৰ মূল কথা। ইয়াৰদ্বাৰা কৰদাতাসকলৰ ধনৰ প্ৰতিটো টকাৰ সঠিক ব্যৱহাৰো নিশ্চিত হয়। যোৱা কেইদিনমানৰপৰা ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে কথা পাতিছো। আজিৰ বিষয় হৈছে অন্তিম প্ৰান্তত উপনীত হোৱা (Reaching The Last Mile)। মহাত্মা গান্ধীয়ে কৈছিল যে নীতি আৰু পৰিকল্পনাৰাজিয়ে অতি সোনকালে অন্তিম প্ৰান্তৰ ব্যক্তিজনক স্পৰ্শ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। সেইবাবেই আজি এই বিষয়ত সকলো অংশীদাৰৰ সৈতে এক ব্যাপক আলোচনাৰ প্ৰয়াস কৰা হৈছে। বাজেটত জনকল্যাণৰ বাবে ইমানবোৰ ব্যৱস্থা কৰা হৈছে, আমি এইসমূহক কেনেকৈ সম্পূৰ্ণ স্বচ্ছতাৰে হিতাধিকাৰীসকলৰ ওচৰলৈ লৈ যাব পাৰিম, তাৰ আলচ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে 'অন্তিম মাইলত উপনীত হোৱা' সন্দৰ্ভত বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে

February 27th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'অন্তিম মাইলত উপনীত হোৱা' বিষয়ত এখন বাজেট ৱেবিনাৰত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২ টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই হৈছে চতুৰ্থটো ৱেবিনাৰ।