বিশ্ব সমবায় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 03:30 pm
ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।PM Modi inaugurates ICA Global Cooperative Conference 2024
November 25th, 03:00 pm
PM Modi inaugurated the ICA Global Cooperative Conference 2024. Emphasising the centuries-old culture, Prime Minister Modi said, “For the world, cooperatives are a model but for India it is the basis of culture, a way of life.”মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
August 30th, 12:00 pm
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ ‘গভৰ্ণৰ’ শ্ৰীযুত শক্তিকান্ত দাস জী, ক্ৰিছ গোপালকৃষ্ণন জী, নিয়ন্ত্ৰকসমূহৰ সদস্য, বিত্ত উদ্যোগসমূহৰ নেতা, ‘ফিনটেক’ আৰু ‘ষ্টাৰ্ট-আপ বিশ্ব’ৰ মোৰ সহকৰ্মীসকল, গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে
August 30th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইৰ জিঅ' বিশ্ব সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ‘গ্লোবেল ফিনটেক ফেষ্ট’ (জিএফএফ) ২০২৪ ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীখনো পদব্ৰজে পৰিদৰ্শন কৰে। ‘ভাৰতীয় পৰিশোধ পৰিষদ’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম’ আৰু ‘ফিনটেক কনভাৰ্জেঞ্চ কাউন্সিল’-য়ে যুটীয়াভাৱে ‘জিএফএফ’-ৰ আয়োজন কৰিছে আৰু ইয়াৰ লক্ষ্য হৈছে ‘ফিনটেক জগত’ত ভাৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰদৰ্শন কৰা আৰু খণ্ডটোৰ মুখ্য অংশীদাৰসকলক একত্ৰিত কৰা।মুম্বাইত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 13th, 06:00 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছজী, মুখ্যমন্ত্ৰী একনাথ শিন্দেজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, ৰামদাস আঠৱালেজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছজী, অজিত দাদা পাৱাৰজী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী মংগল প্ৰভাত জী, দীপক কেচৰকাৰজী, আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল।মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ
July 13th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাৰো অধিক মূল্যৰ পথ, ৰে’ল আৰু বন্দৰ খণ্ডৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশৰ নামত উৎসৰ্গা কৰে।Government has worked on the strategy of recognition, resolution, and recapitalization: PM Modi
April 01st, 11:30 am
PM Modi addressed the opening ceremony of RBI@90, a program marking 90 years of the Reserve Bank of India, in Mumbai, Maharashtra. The next decade is extremely important for the resolutions of a Viksit Bharat”, PM Modi said, highlighting the RBI’s priority towards fast-paced growth and focus on trust and stability. Speaking on the comprehensive nature of reforms, the Prime Minister stated that the government worked on the strategy of recognition, resolution and recapitalization.PM addresses RBI@90 opening ceremony
April 01st, 11:00 am
PM Modi addressed the opening ceremony of RBI@90, a program marking 90 years of the Reserve Bank of India, in Mumbai, Maharashtra. The next decade is extremely important for the resolutions of a Viksit Bharat”, PM Modi said, highlighting the RBI’s priority towards fast-paced growth and focus on trust and stability. Speaking on the comprehensive nature of reforms, the Prime Minister stated that the government worked on the strategy of recognition, resolution and recapitalization.‘গ্লোবেল ফাইনেন্স চেণ্ট্ৰেল বেংকাৰ ৰিপ’ৰ্ট কাৰ্ড ২০২৩’ত “এ+” ৰেটিং লাভ কৰাৰ বাবে শক্তিকান্ত দাসক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
September 01st, 10:53 pm
‘গ্লোবেল ফাইনেন্স চেণ্ট্ৰেল বেংকাৰ ৰিপ'ৰ্ট কাৰ্ড ২০২৩’ত এ+ ‘ৰেটিং’ লাভ কৰাৰ বাবে ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘এ+ ৰেটিং’ লাভ কৰা কেন্দ্ৰীয় বেংকৰ তিনিগৰাকী গভৰ্ণৰৰ তালিকাৰ শীৰ্ষত ৰখা হৈছে শ্ৰী দাসক।প্ৰধানমন্ত্ৰীয়ে ১,৫১৪ টা নগৰ সমবায় বেংক শক্তিশালী কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক আদৰণি জনাইছে
June 10th, 04:03 pm
১,৫১৪টা নগৰ সমবায় বেংক শক্তিশালী কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়ঃকেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰাৰ বাবে আৰবিআইৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 17th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰবিআইৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক কেন্দ্ৰীয় বেংকিং বঁটা, ২০২৩ৰ ‘গৱৰ্ণৰ অফ দ্য ইয়েৰ’ পুৰস্কাৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে ভাৰত আৰু ছিংগাপুৰৰ মাজত ইউপিআই-পেনাও লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে
February 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰী লী ছিয়েন লুঙে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ছিংগাপুৰৰ পেনাওৰ মাজত ৰিয়েল টাইম পেমেণ্ট লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ পৰিচালনা সঞ্চালক শ্ৰীযুত ৰবি মেননে তেওঁলোকৰ নিজ নিজ মোবাইল ফোন ব্যৱহাৰ কৰি ইজনে সিজনক লাইভ ক্ৰছ বৰ্ডাৰ লেনদেন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰী লী ছিয়েন লুঙে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ছিংগাপুৰৰ পেনাওৰ মাজত ৰিয়েল টাইম পেমেণ্ট লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ পৰিচালনা সঞ্চালক শ্ৰীযুত ৰবি মেননে তেওঁলোকৰ নিজ নিজ মোবাইল ফোন ব্যৱহাৰ কৰি ইজনে সিজনক লাইভ ক্ৰছ বৰ্ডাৰ লেনদেন কৰে।কেন্দ্ৰীয় কেবিনেটে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ ভীম-ইউপিআই লেনদেনৰ প্ৰচাৰৰ বাবে ইনচেণ্টিভ আঁচনিত অনুমোদন জনাইছে
January 11th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এবছৰৰ বাবে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ ভীম-ইউপিআই লেনদেনৰ (ব্যৱসায়ীৰ পৰা ব্যক্তি) প্ৰচাৰৰ বাবে প্ৰেৰণামূলক আঁচনিত অনুমোদন জনাইছে।Today's new India emphasizes on solving problems rather than avoiding them: PM Modi
December 12th, 10:43 am
Prime Minister Narendra Modi addressed a function on “Depositors First: Guaranteed Time-bound Deposit Insurance Payment up to Rs. 5 Lakh” in New Delhi. He said, Banks play a major role in the prosperity of the country. And for the prosperity of the banks, it is equally important for the depositors' money to be safe. If we want to save the bank, then depositors have to be protected.PM addresses depositors in a bank deposit insurance programme in Delhi
December 12th, 10:27 am
Prime Minister Narendra Modi addressed a function on “Depositors First: Guaranteed Time bound Deposit Insurance Payment up to Rs. 5 Lakh” in New Delhi. He said, Banks play a major role in the prosperity of the country. And for the prosperity of the banks, it is equally important for the depositors' money to be safe. If we want to save the bank, then depositors have to be protected.Banking sector is in a very strong position today because of the reforms in the last 6-7 years: PM
November 18th, 12:31 pm
PM Narendra Modi addressed the concluding session of the conference on ‘Creating Synergies for Seamless Credit Flow and Economic Growth.' In his remarks, the PM said, “Indian banks are strong enough to play a major role in imparting fresh energy to the country's economy, for giving a big push and making India self-reliant. I consider this phase as a major milestone in the banking sector of India.”PM addresses the conference on ‘Creating Synergies for Seamless Credit Flow and Economic Growth’
November 18th, 12:30 pm
PM Narendra Modi addressed the concluding session of the conference on ‘Creating Synergies for Seamless Credit Flow and Economic Growth.' In his remarks, the PM said, “Indian banks are strong enough to play a major role in imparting fresh energy to the country's economy, for giving a big push and making India self-reliant. I consider this phase as a major milestone in the banking sector of India.”ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা নতুন গ্ৰাহক কেন্দ্ৰিক তৎপৰতাৰ শুভাৰাম্ভণিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 11:01 am
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।‘আৰবিআই’-ৰ দুটা গ্ৰাহককেন্দ্ৰিক উদ্ভাৱনশীল পদক্ষেপৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 12th, 11:00 am
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।৫ নৱেম্বৰত অনুষ্ঠিতব্য গোলকীয় বিনিয়োগকৰ্তাৰ ঘূৰণীয়া মেজমেলত পৌৰহিত্য কৰিব প্ৰধানমন্ত্ৰীয়
November 03rd, 06:15 pm
অহা ৫ নৱেম্বৰ, ২০২০ত ‘ভাৰ্চুৱেল’ মাধ্যমৰে অনুষ্ঠিতব্য এক ‘গোলকীয় বিনিয়োগকৰ্তাৰ ঘূৰণীয়া মেজমেল’(ভিজিআইআৰ)ত পৌৰহিত্য কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে। ‘ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়’ আৰু ‘ৰা্ষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি’ সম্পৰ্কীয় পুঁজিয়ে এই মেজমেলৰ আয়োজন কৰিছে।