মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 11th, 07:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ এই উন্নয়নমূলক প্ৰকল্পসমূহে অঞ্চলটোৰ জনজাতীয় লোকসকলক উপকৃত কৰিব। প্ৰকল্পসমূহে পানী যোগান আৰু খোৱাপানীৰ যোগান শক্তিশালী কৰাৰ লগতে মধ্যপ্ৰদেশৰ পথ, ৰে’ল, বিদ্যুৎ আৰু শিক্ষা খণ্ডকো এক উত্থান প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে পিছপৰা জনজাতিৰ প্ৰায় ২ লাখ মহিলা হিতাধিকাৰীক আহাৰ অনুদানৰ মাহেকীয়া কিস্তি প্ৰদান কৰি স্বামীত্ব আঁচনিৰ হিতাধিকাৰীক ১.৭৫ লাখ অধিকাৰ অভিলেখ (অধিকাৰৰ অভিলেখ) বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৫৫৯খন গাঁৱৰ বাবে ৫৫.৯ কোটি টকা হস্তান্তৰ কৰে।প্ৰধানমন্ত্ৰী ১১ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব
February 09th, 05:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১১ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ দুপৰীয়া প্ৰায় ১২:৪০ বজাত মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।Centre's free ration scheme will be extended by 5 more years: PM Modi in Ratlam
November 04th, 04:12 pm
Amidst his ongoing election campaign, Prime Minister Narendra Modi today addressed a huge public meeting in Ratlam, Madhya Pradesh. Witnessing the massive crowd, PM Modi remarked, “The tremendous wave of support for the BJP in Madhya Pradesh is truly remarkable. It's the BJP that has propelled Madhya Pradesh to great heights in agriculture, enhanced its road and rail infrastructure, fostered industrial growth, and transformed it into a center of modern education. This unwavering faith of the people in the BJP is a testament to our achievements.PM Modi addresses a public meeting in Ratlam, Madhya Pradesh
November 04th, 03:30 pm
Amidst his ongoing election campaign, Prime Minister Narendra Modi today addressed a huge public meeting in Ratlam, Madhya Pradesh. Witnessing the massive crowd, PM Modi remarked, “The tremendous wave of support for the BJP in Madhya Pradesh is truly remarkable. It's the BJP that has propelled Madhya Pradesh to great heights in agriculture, enhanced its road and rail infrastructure, fostered industrial growth, and transformed it into a center of modern education. This unwavering faith of the people in the BJP is a testament to our achievements.