প্ৰধানমন্ত্ৰীয়ে মহাপ্ৰভু জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে
July 07th, 08:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাপ্ৰভু জগন্নাথৰ পৱিত্ৰ ৰথ যাত্ৰা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।Even small leaders of BJD have now become millionaires: PM Modi in Dhenkanal
May 20th, 10:00 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”PM Modi addresses mega public rallies in Dhenkanal and Cuttack, Odisha
May 20th, 09:58 am
The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”In Odisha, the state BJP is committed to promoting the Odia language and culture: PM Modi in Kandhamal
May 11th, 10:40 am
Kandhamal, Odisha, witnessed a grand celebration with the arrival of Prime Minister Narendra Modi. Affectionately addressing the audience ahead of Lok Sabha as well as assembly elections in the state, the PM expressed immense pride in the state of Odisha and its invaluable contribution to the nation.PM Modi delivers stirring addresses to mammoth gatherings in Kandhamal, Balangir & Bargarh, Odisha
May 11th, 10:30 am
Kandhamal, Balangir & Bargarh, Odisha, witnessed grand celebrations with the arrival of Prime Minister Narendra Modi. Affectionately addressing the audience ahead of Lok Sabha as well as assembly elections in the state, the PM expressed immense pride in the state of Odisha and its invaluable contribution to the nation.কুমাৰঘাটত উল্টা ৰথ যাত্ৰাৰ সময়ত হোৱা দুৰ্ঘটনাক লৈ ব্যথিত প্ৰধানমন্ত্ৰী
June 28th, 09:13 pm
ত্ৰিপুৰাৰ কুমাৰঘাটত উল্টা ৰথ যাত্ৰাৰ সময়ত সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ ভুক্তভোগীসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF)ৰ পৰা অনুদান ঘোষণা কৰিছে।ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
June 20th, 08:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷ৰথযাত্ৰা উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভকামনা
July 01st, 10:19 am
ৰথযাত্ৰা উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় সংস্কৃতিত যাত্ৰাৰ গুৰুত্ব সন্দৰ্ভত শেহতীয়া ‘মন কী বাত’ৰ বাবে যুগুতোৱা এটি ভিডিঅ’ও তেওঁ বিতৰণ কৰিছে।২৬.০৬.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
June 26th, 11:30 am
বন্ধুসকল, ইন-স্পেচৰ ভিতৰত অনুষ্ঠিত অনুষ্ঠানটোত, মই মেহছানাৰ বিদ্যালয়ৰ ছাত্ৰী কন্যা তানভি পেটেলকো লগ পাইছিলো। তেওঁ এটা অতি সৰু উপগ্ৰহৰ ওপৰত কাম কৰি আছে, যিটো অহা কেইমাহমানৰ ভিতৰত মহাকাশলৈ উৎক্ষেপণ কৰা হ'ব। তানভিয়ে মোক গুজৰাটীত তাইৰ কামৰ বিষয়ে খুব সহজভাৱে বৰ্ণনা কৰিছিল। তানভিৰ দৰে দেশৰ প্ৰায় ৭৫০ জন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অমৃত মহোৎসৱত এনে ৭৫ টা উপগ্ৰহৰ ওপৰত কাম কৰি আছে, আৰু লগতে আনন্দৰ বিষয় যে, এই শিক্ষাৰ্থীসকলৰ বেছিভাগেই দেশৰ সৰু চহৰৰ।For welfare schemes to continue in the state, it is imperative that Double Engine Sarkar remains in power: PM Modi
February 12th, 03:51 pm
Prime Minister Narendra Modi today addressed a public meeting in Kannauj, Uttar Pradesh. He started his address by wishing the people of UP, “May you all move towards development, there should be continuous development, the business of every trader should grow further and it is with this desire and belief that today, I have come here,” said the PM.PM Modi addresses a public meeting in Kannauj, Uttar Pradesh
February 12th, 03:50 pm
Prime Minister Narendra Modi today addressed a public meeting in Kannauj, Uttar Pradesh. He started his address by wishing the people of UP, “May you all move towards development, there should be continuous development, the business of every trader should grow further and it is with this desire and belief that today, I have come here,” said the PM.ৰথ যাত্রা উপলক্ষে দেশবাসীক শুভেচ্ছা প্রধানমন্ত্রীৰ
July 12th, 09:50 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰথ যাত্রা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।PM greets people on the occasion of Rath Yatra
June 23rd, 10:57 am
The Prime Minister, Shri Narendra Modi has greeted the people on the occasion of the Rath Yatra.ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
July 04th, 04:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷PM Modi greets people on the occasion of Rath Yatra
July 14th, 11:20 am
Extending his greetings on the occasion of Rath Yatra to people across the country, PM Modi said, With the blessings of Lord Jagannath, may our country scale new heights of growth. May every Indian be happy and prosperous. Jai Jagannath!Social Media Corner 26 June 2017
June 26th, 07:41 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Emergency in 1975 was the darkest night for our democracy: PM Modi during Mann Ki Baat
June 25th, 12:21 pm
PM Narendra Modi during Mann Ki Baat said that Emergency imposed in June 1975 was the darkest period in India’s democratic history. He spoke at length how rights of people were taken away thousands of people who raised their voice, were jailed. PM Modi also highlighted upon cleanliness, recently concluded third International Day of Yoga, space science and vitality of sports.Social Media Corner - 6th July
July 06th, 07:39 pm