চি-২৯৫ এয়াৰক্ৰাফ্ট ফেক্টৰীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 28th, 10:45 am
মহামহিম পেড্ৰ’ ছানচেজ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্পেইন আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীগণ, এয়াৰবাছ আৰু টাটা টিমৰ সকলো বন্ধু, দেৱী আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে গুজৰাটৰ বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে যুটীয়াভাৱে টাটা বিমান কমপ্লেক্স উদ্বোধন কৰে
October 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে আজি গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্সযুটীয়াভাৱে উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰোঅভিজ্ঞতা লয়।প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে
October 10th, 05:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী টাটা দূৰদৰ্শী ব্যৱসায়ী নেতা তথা সহানুভূতিশীল আৰু এগৰাকী অসাধাৰণ ব্যক্তি আছিল। নম্ৰতা, দয়া আৰু সমাজক উন্নত কৰাৰ প্ৰতি থকা তেওঁৰ অটল প্ৰতিশ্ৰুতিয়ে শ্ৰী টাটাক সকলোৰে মাজত প্ৰিয় কৰি তুলিছিল।Our government is making unprecedented investments on health infrastructure: PM Modi
April 28th, 02:30 pm
PM Modi inaugurated seven cancer hospitals in Assam. The project has been executed by Assam Cancer Care Foundation, a joint venture of Government of Assam and Tata Trusts. The hospitals will augment healthcare capacities in the region. PM Modi said, There was a time, even one hospital getting opened up in seven years was a thing to celebrate. Times have changed now. I've been told three more cancer hospitals will be ready for your service in few months.প্ৰধানমন্ত্ৰীয়ে সাতখন কৰ্কট ৰোগ চিকিৎসালয় দেশবাসীলৈ উৎসৰ্গা কৰে আৰু সমগ্ৰ অসমত সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে
April 28th, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ত অনুষ্ঠিত এক অনুষ্ঠানত অসমত সাঁতখন কৰ্কট ৰোগৰ চিকিৎসালয় দেশবাসীলৈ বুলি উৎসৰ্গা কৰে। এই কৰ্কট ৰোগৰ চিকিৎসালয়সমূহ ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, দৰং, তেজপুৰ, লখিমপুৰ আৰু যোৰহাটত নিৰ্মাণ কৰা হৈছে। নতুন চিকিৎসালয়খনৰ চৌহদ পৰিদৰ্শন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে ডিব্ৰুগড় চিকিৎসালয়খন ৰাষ্ট্ৰবাসীলৈ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নিৰ্মাণ হ'ব লগীয়া ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, গুৱাহাটী, তিনিচুকীয়া আৰু গোলাঘাটত সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সদস্য শ্ৰী ৰঞ্জন গগৈ আৰু বিশিষ্ট উদ্যোগপতি শ্ৰী ৰতন টাটা ৷Global investment sentiment has shifted from ‘Why India’ to 'Why not India': PM Modi
December 19th, 10:27 am
PM Modi delivered the keynote address at ASSOCHAM Foundation Week 2020, today via video conferencing. Addressing the gathering the PM commended the business community for their contribution to nation-building. He said now the industry has complete freedom to touch the sky and urged them to take full advantage of it.PM Modi's keynote address at ASSOCHAM Foundation Week
December 19th, 10:26 am
PM Modi delivered the keynote address at ASSOCHAM Foundation Week 2020, today via video conferencing. Addressing the gathering the PM commended the business community for their contribution to nation-building. He said now the industry has complete freedom to touch the sky and urged them to take full advantage of it.জে পি মৰ্গান আন্তঃৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
October 22nd, 09:37 pm
প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীত জে পি মৰ্গান আন্তঃৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰে৷ ২০০৭ চনৰ পিছত পৰিষদটোৰ এয়া প্ৰথমখন বৈঠক হিচাপে পৰিগণিত হৈছে৷‘ব্ৰিড্জীটেল নেশ্যন’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ
October 20th, 07:45 pm
দেশৰ সামাজিক আৰু বাণিজ্যিক নেতৃত্বক উজ্জীৱিত কৰি অহা ৰতন টাটাজী, তেখেতৰ বিচাৰধাৰাক আগবঢ়াই নিয়া চন্দ্ৰশেখৰণজী, ৰূপাজী, উপস্থিত আইসকল আৰু সজ্জনসকল।‘ব্রিজিটেল নেশ্যন” শীর্ষক গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 20th, 07:42 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি নতুন দিল্লীৰ ৭, কল্যাণ মার্গৰ এক অনুষ্ঠান ‘ব্ৰিজিটেল নেশ্যন’ শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে৷ গ্ৰন্থখনিৰ প্রথমটো কপি তেওঁ শ্রী ৰতন টাটাৰ হাতত তুলি দিয়ে৷ শ্রী এন চন্দ্রশেখৰন আৰু শ্রীমতী ৰূপা পুৰুষোত্তমে এই গ্ৰন্থখনি লিখিছে৷PM Modi releases Platinum Jubilee Milestone Book of Tata Memorial
May 25th, 11:08 am
PM Narendra Modi today released Platinum Jubilee Milestone Book of Tata Memorial. Speaking at the event, Shri Modi appreciated contributions of Mr. Ratan Tata and the Tata Memorial Hospital towards cancer cure. PM Modi remarked that cancer was one of the biggest challenges and hence it was vital to create a common platform where patients could avail affordable treatment.Shri Ratan Tata and Shri Cyrus Mistry meeting Shri Narendra Modi in Gandhinagar
December 29th, 07:52 am
Shri Ratan Tata and Shri Cyrus Mistry meeting Shri Narendra Modi in GandhinagarShri Narendra Modi, Shri Ratan Tata launch Nano from Sanand
June 02nd, 08:31 am
Shri Narendra Modi, Shri Ratan Tata launch Nano from Sanand