ফলাফলৰ তালিকা: মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰ চৰকাৰী ভ্ৰমণ (০৬ অক্টোবৰ –১০ অক্টোবৰ, ২০২৪)

October 07th, 03:40 pm

ভাৰত-মালদ্বীপৰ গ্ৰহণ: ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী গ্ৰহণ।

গুজৰাটত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 12th, 12:14 pm

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গৃহমন্ত্ৰী শ্ৰী অমৃত শ্বাহ, মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ বিমল পেটেল জী, বিষয়া, শিক্ষক, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল, অভিভাৱকসকল, অন্য বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল,

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু ইয়াৰ প্ৰথম সমাৱৰ্তন সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 12th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ এটি ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আহমেদাবাদত ইয়াৰ প্ৰথম সমাৱৰ্তনখনি সম্বোধন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত থাকে।

‘একাদশ খেল মহাকুম্ভ’ৰ শুভাৰম্ভ ঘোষণা কৰিব প্ৰধানমন্ত্ৰীয়ে

March 09th, 06:42 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ আৰু ১২ মাৰ্চ, ২০২২ত গুজৰাট ভ্ৰমণ কৰিব। ১১ মাৰ্চৰ দিনা বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰীয়ে ‘গুজৰাট পঞ্চায়ত মহাসন্মেলন’ত অংশগ্ৰহণ কৰাৰ লগতে সমবেতসকলক সম্বোধন কৰিব। ১২ মাৰ্চৰ দিনা দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়’(আৰআৰইউ)ৰ নৱ-নিৰ্মিত ভৱন ৰাষ্ট্ৰৰ নামত আনুষ্ঠানিক ভাবে উচৰ্গা কৰিব। তেওঁ ‘আৰআৰইউ’-ৰ প্ৰথমখন সমাৱৰ্তনতো মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘একাদশ খেল মহাকুম্ভ’ৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰাৰ লগতে এই উপলক্ষে ভাষণ প্ৰদান কৰিব সেইদিনা আবেলি প্ৰায় ৬.৩০ বজাত।