২ অক্টোবৰত জল জীৱন অভিযান সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু পানী সমিতিসমূহৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

October 01st, 12:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰ, ২০২১ ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জল জীৱন অভিযান সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু পানী সমিতি/ গাঁও পানী আৰু অনাময় কমিটি (VWSC) সমূহৰ সৈতে মত-বিনিময় কৰিব।