আমূল ফেডাৰেচনৰ জিচিএমএমএফৰ সোণালী জয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 22nd, 11:30 am

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল; মোৰ কেবিনেট সহকৰ্মী পৰশোত্তম ৰূপালা জী; সংসদৰ সন্মানীয় সহকৰ্মী চি আৰ পাটিল, আমূলৰ অধ্যক্ষ শ্ৰী শামালভাই, আৰু ইয়াত সমবেত হোৱা মোৰ সকলো ভাই-ভনী!

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে

February 22nd, 10:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি আহমেদাবাদৰ মটেৰাস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট সমবায় দুগ্ধ বিপণন ফেডাৰেচনৰ (GCMMF) সোণালী জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনী প্ৰত্যক্ষকৰণৰ লগতে সোণালী জয়ন্তী কফি টেবুল বুক উন্মোচন কৰে। এই ফেডাৰেচন হৈছে সমবায়সমূহৰ স্থিতিস্থাপকতা, উদ্যোগী মনোভাৱ আৰু কৃষকসকলৰ দৃঢ়তাৰ সাক্ষ্য, যিয়ে আমূলক বিশ্বৰ অন্যতম শক্তিশালী দুগ্ধ ব্ৰেণ্ড হিচাপে গঢ়ি তুলিছে।

ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক অৱতৰণ মহোৎসৱৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 28th, 03:50 pm

এই শুভ ক্ষণত ভগৱান দেৱনাৰায়ণ জীৰ আহ্বান অনুৰণিত হৈছে আৰু ভগৱান দেৱনাৰায়ণে কোনোৱে সুযোগ হেৰুৱাবলগীয়া হৈছে নেকি বুলি যেন সুধিছে! ময়ো ইয়াত আপোনালোকৰ মাজৰ এজন হিচাপে উপস্থিত আছো। আপোনালোকে মন কৰিব যে ইয়ালৈ মই প্ৰধানমন্ত্ৰী হিচাপে অহা নাই। ময়ো আপোনালোকৰ দৰে আশীৰ্বাদ বিচাৰিহে স-ভক্তিৰে আহিছো। ‘যজ্ঞশালা’ ত প্ৰসাদ আগবঢ়োৱাৰ সৌভাগ্যও লাভ কৰিছো। মোৰ দৰে সাধাৰণ মানুহ এজনে আজি আপোনালোকৰ সৈতে ভগৱান দেৱনাৰায়ণ জী আৰু তেওঁৰ ভক্তগণৰ আশীৰ্বাদ লাভ কৰাটো বৰ সৌভাগ্যৰ কথা বুলি অনুভৱ কৰিছো। আজি ভগৱান দেৱনাৰায়ণ আৰু ৰাইজ উভয়ৰে ‘দৰ্শন’ লাভেৰে ধন্য হৈছো। দেশৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো ভক্তৰ দৰে ময়ো ইয়ালৈ আহিছো ভগৱান দেৱনাৰায়ণৰপৰা ৰাষ্ট্ৰৰ অবিৰত সেৱা আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে আশীৰ্বাদ বিচাৰি।

ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১সংখ্যক ‘অৱতৰণ মহোৎসৱ’ৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰীৰ

January 28th, 11:30 am

আজি ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক ‘অৱতৰণ মহোৎসৱ’ৰ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰ দৰ্শন আৰু পৰিক্ৰমা কৰাৰ লগতে নিম পুলিও ৰোপণ কৰে। যজ্ঞশালাত চলি থকা বিষ্ণু মহাযজ্ঞতো তেওঁ পূৰ্ণাহুতি পালন কৰে। ভগৱান শ্ৰী দেৱনাৰায়ণ জীক ৰাজস্থানৰ জনসাধাৰণে পূজা-অৰ্চনা কৰে, আৰু তেওঁৰ অনুগামীসকল দেশৰ চৌদিশে বিয়পি আছে। বিশেষকৈ জনসেৱাৰ দিশত কৰা কামৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হয়।

আন্তৰ্জাতিক দুগ্ধ ফেডাৰেচন বিশ্ব দুগ্ধ সন্মিলন ২০২২ৰ উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 12th, 11:01 am

মই সুখী যে আজি সমগ্ৰ বিশ্বৰ বিশেষজ্ঞ আৰু উদ্ভাৱকসকল ভাৰতত একত্ৰিত হৈছে। ভাৰত চৰকাৰৰ হৈ ভাৰতৰ কোটি কোটি নাগৰিকৰ হৈ বিশ্ব দুগ্ধ সন্মিলনলৈ বিভিন্ন দেশৰ সকলো বিশিষ্ট ব্যক্তিক মই হৃদয়েৰে স্বাগতম জনাইছো। দুগ্ধ খণ্ডৰ সামৰ্থ্যই কেৱল গ্ৰাম্য অৰ্থনীতিক ত্বৰান্বিত কৰাই নহয় বৰঞ্চ ই বিশ্বৰ কোটি কোটি লোকৰ জীৱিকাৰ এক মুখ্য মাধ্যমো। মই নিশ্চিত যে দুগ্ধ খণ্ডৰ সৈতে সম্পৰ্কিত ধাৰণা, প্ৰযুক্তি, দক্ষতা আৰু পৰম্পৰাৰ স্তৰত ইজনে সিজনৰ জ্ঞান বৃদ্ধি আৰু ইজনে সিজনৰ পৰা শিকাত এই সন্মিলনে এক বৃহৎ ভূমিকা পালন কৰিব।

PM inaugurates International Dairy Federation World Dairy Summit 2022 in Greater Noida

September 12th, 11:00 am

PM Modi inaugurated International Dairy Federation World Dairy Summit. “The potential of the dairy sector not only gives impetus to the rural economy, but is also a major source of livelihood for crores of people across the world”, he said.

Cabinet approves Revising and Realigning various components of Department of Animal Husbandry & Dairying Schemes and Special livestock package for leveraging investment of Rs.54,618 crore

July 14th, 07:40 pm

The Cabinet Committee on Economic Affairs chaired by PM Modi approved implementation of special livestock sector package consisting of several activities by revising and realigning various components of Government of India's schemes for next 5 years starting from 2021-22 in order to further boost growth in livestock sector and thereby making animal husbandry more remunerative to 10 crore farmers engaged in the sector.