নতুন দিল্লীত এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 25th, 06:40 pm
কেন্দ্ৰীয় কেবিনেটৰ মোৰ জ্যেষ্ঠ সহকৰ্মীসকল, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, এনচিচিৰ সঞ্চালক প্ৰধান, শিক্ষক, অতিথি, মোৰ মন্ত্ৰী পৰিষদৰ আন সকলো সহকৰ্মী, অন্যান্য অতিথি, গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা বিভিন্ন শিল্পী, এনচিচি আৰু এনএছএছৰ মোৰ যুৱ সতীৰ্থসকল!প্ৰধানমন্ত্ৰীয়ে এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে
January 25th, 04:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পোছাক পৰিধান কৰা অসংখ্য শিশু প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ আহিছে। জয় হিন্দৰ মন্ত্ৰই সকলোকে অনুপ্ৰাণিত কৰে, প্ৰধানমন্ত্ৰীয়ে কয়।প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 24th, 09:49 pm
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) বিজয়ীসকলক ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত চৰকাৰে শিশুসকলক উদ্ভাৱন, সমাজসেৱা, বিদ্যায়তনিক, ক্ৰীড়া, কলা-সংস্কৃতি আৰু বীৰত্বৰ ছটা শাখাত ব্যতিক্ৰমী কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শিতানৰ অন্তৰ্গত দেশৰ ১১গৰাকী শিশুক পিএমআৰবিপি-২০২৩ৰ বাবে নিৰ্বাচিত কৰা হৈছে। বঁটাপ্ৰাপকসকলৰ ভিতৰত ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত ৬ জন ল’ৰা আৰু ৫ গৰাকী ছোৱালী আছে।প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে
January 24th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত বাৰ্তালাপ কৰে।ভাৰতীয় সংস্কৃতিৰ স্পন্দনে সমগ্ৰ বিশ্বৰ জনতাক সদায়েই আকৰ্ষিত কৰেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 30th, 11:30 am
বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখনে এই প্ৰচেষ্টাৰ জৰিয়তে ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ পুনৰ প্ৰতিষ্ঠা কৰি আছে। আমি দেখিছিলো যে ইণ্ডিয়া গেটৰ ওচৰত থকা 'অমৰ জোৱান জ্যোতি' আৰু ওচৰৰ 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ৰ অগ্নি সন্মিলিত কৰা হৈছিল। এই আৱেগিক অনুষ্ঠানত, বহুতো দেশবাসী আৰু শ্বহীদ পৰিয়ালৰ চকুত চকুপানী আছিল। 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ত স্বাধীনতাৰ পিছৰে পৰা দেশৰ সকলো শ্বহীদৰ নাম লিপিবদ্ধ কৰা হৈছে। মোলৈ কিছুমান প্ৰাক্তন সেনা জোৱানে লিখিছে যে – শ্বহীদসকলৰ স্মৃতিৰ সন্মুখত জ্বলি থকা 'অমৰ জোৱান জ্যোতি' শ্বহীদসকলৰ অমৰত্বৰ প্ৰতীক। সঁচাকৈয়ে, 'অমৰ জোৱান জ্যোতি'ৰ দৰে, আমাৰ শ্বহীদসকল, তেওঁলোকৰ অনুপ্ৰেৰণা আৰু তেওঁলোকৰ অৱদানো অমৰ। মই আপোনালোক সকলোকে ক'ম, যেতিয়াই আপোনালোকে সুযোগ পায়, আপুনি 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক' দৰ্শন কৰিব। আপোনাৰ পৰিয়াল আৰু সন্তানকো লৈ যাওক। ইয়াত আপুনি এক পৃথক শক্তি আৰু অনুপ্ৰেৰণা অনুভৱ কৰিব।প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
January 24th, 03:11 pm
Prime Minister Modi interacted with Pradhan Mantri Rashtriya Bal Puraskar awardees. He lauded that the children of India have shown their modern and scientific thinking towards vaccination programme. The PM also appealed to them to be an ambassador for Vocal for Local and lead the campaign of Aatmanirbhar Bharat.প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে
January 24th, 11:53 am
Prime Minister Modi interacted with Pradhan Mantri Rashtriya Bal Puraskar awardees. He lauded that the children of India have shown their modern and scientific thinking towards vaccination programme. The PM also appealed to them to be an ambassador for Vocal for Local and lead the campaign of Aatmanirbhar Bharat.২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ বঁটাপ্ৰাপকসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
January 23rd, 10:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ৰ ২৪ জানুৱাৰীৰ দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে মত বিনিময় কৰিব৷ এই উপলক্ষে ব্লকচেইন প্ৰযুক্তিৰ জৰিয়তে ২০২২ আৰু ২০২১ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ প্ৰাপকসকলক ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷ বঁটাপ্ৰাপকসকলক প্ৰমাণপত্ৰ প্ৰদানৰ বাবে প্ৰথমবাৰলৈ এই প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব৷‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা প্ৰাপক’সকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা মত বিনিময়ৰ পূৰ্ণ পাঠ
January 25th, 12:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীও এই অনুষ্ঠানত উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২১ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে
January 25th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীও এই অনুষ্ঠানত উপস্থিত আছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব
January 24th, 04:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে ২৫ জানুৱাৰী, ২০২১ত দুপৰীয়া ১২ বজাত বাৰ্তালাপ কৰিব। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব।I get inspiration from you: PM Modi to winners of Rashtriya Bal Puraskar
January 24th, 11:24 am
Prime Minister Shri Narendra Modi interacted with recipients of Rashtriya Bal Puraskar, here today.ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২০ৰ বিজেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
January 24th, 11:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে৷ তেওঁলোকক ২০২০ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে৷ বঁটা বিজেতাসকলে গণতন্ত্ৰ দিৱসৰ পেৰেডতো অংশগ্ৰহণ কৰিব৷ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলৰ সৈতে মতবিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
January 23rd, 04:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ী ৪৯গৰাকী শিশুৰ সৈতে মতবিনিময় কৰিব৷ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০১৯ৰ বিজয়ীসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ
January 24th, 01:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰা শিশুসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে মতবিনিময় কৰে৷ শিশুসকলে তেওঁলোকৰ বিশেষ সাফল্য আৰু প্ৰেৰণাদায়ী কাহিনীসমূহ প্ৰধানমন্ত্ৰীৰ সন্মুখত ব্যক্ত কৰে৷