ওড়িশাৰ ভুৱনেশ্বৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন/ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 17th, 12:26 pm
ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন মাঞ্জী জী, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ জুৱাল ওৰাম জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, অন্নপূৰ্ণা দেৱী জী, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কে. ভি সিংদেৱ জী, শ্ৰীমতী প্ৰভাতি পৰিদা জী, সাংসদ, বিধায়ক, দেশৰ প্ৰতিটো কোণৰ পৰা আজি আমাৰ লগত যোগদান কৰা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ ওড়িশাৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰত 'সুভদ্ৰা' নামৰ সৰ্ববৃহৎ মহিলাকেন্দ্ৰিক আঁচনিৰ শুভাৰম্ভ কৰে
September 17th, 12:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ মুখ্য আঁচনি 'সুভদ্ৰা' মুকলি কৰে। ই হৈছে সৰ্ববৃহৎ, একক মহিলা কেন্দ্ৰিক আঁচনি আৰু ই ১ কোটিৰো অধিক মহিলাক সামৰি ল'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ১০ লাখতকৈও অধিক মহিলাৰ বেংক একাউণ্টত পুঁজি স্থানান্তৰৰ কামআৰম্ভ কৰে। শ্ৰী মোদীয়ে ২৮০০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰাৰ লগতে ১০ কোটি টকাৰ অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৪ খন ৰাজ্যৰ পিএমএৱাই-জিৰ অধীনত প্ৰায় ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য মুকলি কৰে, সমগ্ৰ দেশৰ পৰা পিএমএৱাই (গ্ৰাম্য আৰু নগৰ)ৰ ২৬ লাখ হিতাধিকাৰীৰ বাবে গৃহ প্ৰৱেশ উদযাপনত অংশগ্ৰহণ কৰে আৰু পিএমএৱাই (গ্ৰামীণ আৰু নগৰ) হিতাধিকাৰীসকলক ঘৰৰ চাবি প্ৰদান কৰে।লগতে, তেওঁ পিএমএৱাই-জিৰ বাবে অতিৰিক্ত পৰিয়ালৰ জৰীপৰ বাবে আৱাস+ ২০২৪ এপ মুকলি কৰে, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰ্যকৰী নিৰ্দেশনা – নগৰ (পিএমএৱাই-ইউ)২.০ মুকলি কৰে।নতুন দিল্লীৰ ‘জৱাহৰলাল নেহৰু ষ্টেডিয়াম’ত ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 14th, 05:49 pm
আজিৰ এই ‘প্ৰধানমন্ত্ৰী স্বনিধি মহোৎসৱ’ আমাৰ কাষে-পাজৰে বসবাস কৰা লোকসকলৰ বাবে সমৰ্পিত আৰু যাৰ অবিহনে আমাৰ দৈনন্দিন জীৱনৰ কথা কল্পনা কৰাও কঠিন হয়। আৰু ক’ভিডৰ সময়ত, আপোনালোক সকলোৱে দেখিছিল পথৰ দাঁতিত বেহা কৰা বিক্ৰেতাসকলৰ অৱস্থা কি হৈছিল। আজি এই উৎসৱত পথৰ দাঁতিৰ বেপাৰী-পোহাৰী, ঠেলা চলোৱাসকল, পথৰ কাষৰ দোকান চলাই থকা এনে প্ৰতিগৰাকী বন্ধুক মই হৃদয়েৰে অভিনন্দন জনাইছোঁ। আজি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বন্ধু সংযোজিত হৈছে তেওঁলোককো এই উত্সৱত বহুত বহুত অভিনন্দন জনাইছোঁ। আজি দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা সংযোজিত হোৱা বন্ধুসকল, এই ‘প্ৰধানমন্ত্ৰী স্বনিধি’ৰ এক বিশেষ লাভ, এক বিশেষ লাভ আজি ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ অধীনত এক লাখ লোকক তেওঁলোকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন স্থানান্তৰ কৰা হৈছে। আৰু সোণত সুৱগা চৰোৱাৰ দৰে আজি ‘দিল্লী মেট্ৰ'ৰ ‘লাজপত নগৰৰ পৰা সাকেত জি ব্লকলৈ আৰু ইন্দ্ৰপ্ৰস্থক ইন্দৰলোক মেট্ৰ' প্ৰকল্প’লৈ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এয়া হৈছে দিল্লীবাসীৰ বাবে এক দ্বৈত উপহাৰ। মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ।দিল্লীত পিএম স্বনিধি হিতাধিকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ আঁচনিৰ অধীনত ১ লাখ পদপথৰ বিক্ৰেতাক ঋণ বিতৰণ
March 14th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ জেএলএন ষ্টেডিয়ামত পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়োৱাৰ লগতে আঁচনিৰ অংশ হিচাপে দিল্লীৰ ৫,০০০ পদপথৰ বিক্ৰেতাক ধৰি ১ লাখ পদপথৰ বিক্ৰেতা (এছভি)ক ঋণ বিতৰণ কৰে। তেওঁ পাঁচজন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী স্বনিধি ঋণৰ চেক প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ চতুৰ্থ পৰ্যায়ৰ অতিৰিক্ত দুটা কৰিডৰৰ আধাৰশিলাও স্থাপন কৰে।পশ্চিমবংগৰ কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
March 06th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নগৰীয়া গতিশীলতা খণ্ডক গতি প্ৰদান কৰা উন্নয়ন প্ৰকল্পসমূহৰ ভিতৰত মেট্ৰ’ ৰে’ল আৰু আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰআৰটিএছ) উল্লেখযোগ্য৷নৱছাৰীত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 04:40 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সংসদত মোৰ সহকৰ্মী, এই অঞ্চলৰে প্ৰতিনিধি তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি চিআৰ পাটিল, সাংসদ আৰু বিধায়কগণ, আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল, কি খবৰ আপোনালোক সকলোৰে?গুজৰাটৰ নৱসাৰীত ৪৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰাৰ লগতে এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
February 22nd, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱসাৰীত ৪৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহে বিদ্যুৎ উৎপাদন, ৰে’ল, পথ, বস্ত্ৰ, শিক্ষা, পানী যোগান, সংযোগ আৰু নগৰ উন্নয়নৰ দৰে বিভিন্ন খণ্ডক সামৰি লৈছে।লক্ষ্ণৌত ইউপি গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটৰ চতুৰ্থ গ্ৰাউণ্ডব্ৰেকিং সমাৰোহত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 19th, 03:00 pm
আজি আমি ইয়াত বিকশিত ভাৰতৰ বাবে বিকশিত উত্তৰ প্ৰদেশ গঢ়ি তোলাৰ সংকল্প লৈ একত্ৰিত হৈছোঁ। আৰু মোক কোৱা হৈছে যে বৰ্তমান প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে ইউপিৰ ৪০০ৰো অধিক বিধানসভা আসনত লাখ লাখ লোক এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে। প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত মোৰ পৰিয়ালৰ এই সকলো সদস্যক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ। ৭-৮ বছৰ আগতে আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে উত্তৰ প্ৰদেশতো বিনিয়োগ আৰু চাকৰিৰ সন্দৰ্ভত এনে পৰিৱেশৰ সৃষ্টি হ’ব। চৌদিশে অপৰাধ, দাঙ্গা, কাঢ়ি নিয়াৰ খবৰ আহিছিল। সেই সময়ছোৱাত যদি কোনোবাই ক’লেহেঁতেন যে ইউপিক বিকশিত কৰিম, হয়তো কোনেও শুনিবলৈ সাজু নহ’লহেঁতেন, বিশ্বাস কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহ’লহেঁতেন। কিন্তু চাওক আজি, লাখ লাখ কোটি টকাৰ বিনিয়োগ উত্তৰ প্ৰদেশৰ মাটিত অৱতৰণ কৰিছে। আৰু মই উত্তৰ প্ৰদেশৰ সাংসদ। আৰু মোৰ উত্তৰ প্ৰদেশত যেতিয়া কিবা এটা ঘটে তেতিয়া মই আটাইতকৈ বেছি সুখী অনুভৱ কৰোঁ। আজি হাজাৰ হাজাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। এইবোৰ কাৰখানা যিবোৰ আহি আছে, এই উদ্যোগবোৰে যিবোৰ আহি আছে, সেইবোৰে ইউপিৰ ছবি সলনি কৰিবলৈ গৈ আছে। মই সকলো বিনিয়োগকাৰীক, আৰু বিশেষকৈ ইউপিৰ সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছোঁ।উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘ইউপি গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’ৰ ‘চতুৰ্থ গুৰুত্বপূৰ্ণ অনুষ্ঠান’ত উত্তৰ প্ৰদেশত ১০ লাখ কোটি টকাৰো অধিক মূল্যৰ ১৪০০০ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰকল্পসমূহ উৎপাদন, নৱীকৰণযোগ্য শক্তি, তথ্য প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য সংসাধন, গৃহ নিৰ্মাণ আৰু ‘ৰিয়েল এষ্টেট’, আতিথ্য আৰু মনোৰঞ্জন, আৰু শিক্ষাৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।আঞ্চলিক দ্ৰুত ৰে’ল নমো ভাৰতত যাত্ৰা প্ৰধানমন্ত্ৰীৰ
October 20th, 12:30 pm
প্ৰধানমন্ত্ৰীয়ে আজি তেওঁৰ শুভাৰম্ভ কৰা আঞ্চলিক দ্ৰুত ৰে’ল নমো ভাৰতত যাত্ৰা কৰে৷উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 02nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।কানপুৰ মেট্ৰো প্রকল্পৰ উদ্বোধনত প্রধানমন্ত্রীৰ ভাষণৰ পাঠ
December 28th, 01:49 pm
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, উত্তৰপ্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী হৰদীপ পুৰী জী, ইয়াৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যা জী, সাধ্বী নিৰঞ্জন জ্যোতি জী, ভানুপ্ৰতাপ বাৰ্মা জী, ইউপি চৰকাৰৰ মন্ত্ৰী শ্ৰী সতীশ মহানা জী, নীলিমা কটিয়াৰ জী, ৰণবেন্দ্ৰ প্ৰতাপ জী, লখন সিংহ জী, অজীত পাল জী, ইয়াত উপস্থিত সকলো আদৰণীয় সাংসদগণ, সকলো আদৰণীয় বিধায়কগণ, আন সকলো জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল! ঋষি-মুনিসকলৰ তপোস্থলী, স্বতন্ত্ৰতা সেনানী আৰু ক্ৰান্তিবীৰৰ প্ৰেৰণা স্থলী, স্বাধীন ভাৰতৰ ঔদ্যোগিক সামৰ্থ্যক শক্তি দিয়া এই কানপুৰক মোৰ শত-শত নমন। এয়া কানপুৰেই যি পণ্ডিত দীনদয়াল উপাধ্যায়, সুন্দৰ সিংহ ভাণ্ডাৰী জী আৰু অটল বিহাৰী বাজপেয়ীৰ দৰে ভিজনেৰী নেতৃত্বক গঢ় দিয়াত মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু আজি কেৱল কানপুৰেই আনন্দিত এনেকুৱা নহয়, বৰুণ দেৱতা জীৰো এই আনন্দত ভাগ ল'বৰ মন গ'ল।PM inaugurates Kanpur Metro Rail Project
December 28th, 01:46 pm
PM Narendra Modi inaugurated Kanpur Metro Rail Project and Bina-Panki Multiproduct Pipeline Project. Commenting on the work culture of adhering to deadlines, the Prime Minister said that double engine government works day and night to complete the initiatives for which the foundation stones have been laid.