Today, the mantra of the country is – Ek Bharat, Shreshtha Bharat: PM Modi
December 25th, 03:05 pm
Addressing Gurpurab celebrations of Guru Nanak Dev Ji at Gurudwara Lakhpat Sahib in Gujarat via video conferencing, PM Modi said that efforts were being made at every level for the message of Guru Nanak Dev Ji to reach the whole world. The countrymen had been wishing for easy access to Kartarpur Sahib. In 2019, our government completed the work of the Kartarpur Corridor, he added.PM addresses Gurpurab celebrations of Guru Nanak Dev Ji at Gurudwara Lakhpat Sahib, Gujarat
December 25th, 12:09 pm
Addressing Gurpurab celebrations of Guru Nanak Dev Ji at Gurudwara Lakhpat Sahib in Gujarat via video conferencing, PM Modi said that efforts were being made at every level for the message of Guru Nanak Dev Ji to reach the whole world. The countrymen had been wishing for easy access to Kartarpur Sahib. In 2019, our government completed the work of the Kartarpur Corridor, he added.For us, essence of history and faith is Sabka Saath, Sabka Vikas, Sabka Vishwas and Sabka Prayas: PM Modi
August 20th, 11:01 am
PM Modi inaugurated and laid the foundation stone of multiple projects in Somnath, Gujarat. Reflecting on the history of the revered temple, the PM recalled the repeated destruction of the temple and how the temple rose after every attack. It is a symbol of the belief that truth can’t be defeated by falsehood and faith can’t be crushed by terror, said the PM.সোমনাথত বহুমুখী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 20th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ সোমনাথত এলানি বহুমুখী প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আন একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পসমূহৰ মাজত আছে ‘সোমনাথ পৰ্যটন চক্ৰ’, ‘সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ’ আৰু ‘পুৰণি(জুনা)সোমনাথৰ চৌহদ’ৰ পুনৰ্নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে একেটা অনুষ্ঠানতে পাৰবতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত শ্ৰী লালকৃষ্ণ আদৱানী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, গুজৰাটৰ মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ লগতে অন্যান্যসকল উপস্থিত থাকে।মৰুভূমিত পৰিণত, ভূমিৰ অনুর্বৰতা আৰু খৰাং পৰিস্থিতিৰ সন্দৰ্ভত ৰাষ্ট্রসংঘৰ উচ্চপর্যায়ৰ আলোচনাত প্রধানমন্ত্রীৰ মূল ভাষণ
June 14th, 07:36 pm
সকলো জীৱন আৰু জীৱিকাক ভূমি মৌলিক সহায় আগবঢ়োৱা, জীৱনৰ প্রতিটো ক্ষেত্রত যি এজনে আনজনৰ সৈতে সম্পর্ক ৰাখো, সেই কথা আমি সকলোৱেই অনুভৱ কৰো৷ দুর্ভাগ্যজনকভাৱে আজি সমগ্ৰ বিশ্বৰ দুই-তৃতীয়াংশ অঞ্চলৰ ভূমিত অনুর্বৰতাই প্রভাৱ বিস্তাৰ কৰিছে। ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, এই সমস্যাই আমাৰ সমাজ, অর্থনীতি, খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু জীৱনৰ মান আৰু নিৰাপত্তাৰ বুনিয়াদক ক্ষতি কৰিব৷ সেয়েহে, ভূমি আৰু সম্পদৰ ওপৰত যি বিপুল চাপ আছে, আমি সেয়া কমাব লাগিব৷ স্পষ্টভাৱে আমি বহু কাম কৰিব লাগিব৷ কিন্তু আমি সেইটো কৰিব পাৰো। আমি একেলগে এইটো কৰিম৷ৰাষ্ট্ৰ সংঘৰ ‘মৰুভূমিলৈ ৰূপান্তৰ, মাটিৰ অবক্ষয় আৰু খৰাং সন্দৰ্ভত উচ্চ-স্তৰীয় আলোচনা’ ত প্ৰধানমন্ত্ৰীৰ মূল ভাষণ প্ৰদান
June 14th, 07:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰ সংঘৰ “মৰুভূমিলৈ ৰূপান্তৰ, মাটিৰ অবক্ষয় আৰু খৰাং সন্দৰ্ভত উচ্চ-স্তৰীয় আলোচনা” ত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কনফাৰেন্স অৱ পাৰ্টিজ অৱ ইউনাইটেড নেশ্যনছ কনভেনশ্যন টু কম্বাট ডিজাৰ্টিফিকেশ্যন (UNCCD) ৰ ১৪ সংখ্যক সত্ৰৰ অধ্যক্ষ হিচাপে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।One has to keep up with the changing times and embrace global best practices: PM
December 15th, 02:40 pm
PM Modi unveiled various developmental projects in Gujarat. Speaking about the farm laws, PM Modi said, Farmers are being misled about the agriculture reforms. He pointed out that the agriculture reforms that have taken place is exactly what farmer bodies and even opposition parties have been asking over the years.PM unveils key projects in Gujarat
December 15th, 02:30 pm
Prime Minister Shri Narendra Modi today unveiled various developmental projects in Gujarat.These projects include a desalination plant, a hybrid renewable energy park, and a fully mated milk processing and packing plant. The Chief Minister of Gujarat was present on the occasion.প্ৰধানমন্ত্ৰীয়ে ১৫ ডিচেম্বৰত কচ্ছ ভ্ৰমণ কৰিব আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰি
December 13th, 06:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ডিচেম্বৰত কচ্ছৰ ধোৰদো ভ্ৰমণ কৰিব আৰু ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰিব। এই প্ৰকল্পৰ মাজত আছেঃ পানীক নিমখমুক্ত কৰাৰ প্ৰকল্প, মিশ্ৰ পুনৰ নবীকৰণ যোগ্য শক্তি পাৰ্ক, সম্পূৰ্ণ স্বয়ংক্ৰিয় দুগ্ধ প্ৰক্ৰিয়াকৰণ আৰু পেকেজিং প্লাণ্ট। গুজৰাটৰ মুখ্যমন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। তেওঁ হোৱাইট ৰণ পৰিদৰ্শন কৰিব আৰু এক সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'ব।টেকানপুৰত অনুষ্ঠিত ডিজিপি/আইজিপি সন্মিলনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী
January 08th, 05:22 pm
টেকানপুৰস্থিত বিএছএফ একাডেমীত অনুষ্ঠিত ডিজিপি আৰু আইজিপিৰ সন্মিলনৰ সামৰণি অনুষ্ঠানত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷টেকানপুৰত উপস্থিত প্ৰধানমন্ত্ৰী; উপস্থিত থাকিব ডিজিপি আৰু আইজিপিৰ সন্মিলনত
January 07th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিপি আৰু আইজিপিৰ এক সন্মিলনৰ বাবে মধ্য প্ৰদেশৰ টেকানপুৰস্থিত বিএছএফ একাডেমীত উপস্থিত হয়৷টেকানপুৰৰ বিএছএফ একাডেমীত বাৰ্ষিক ডিজিপি সন্মিলনত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে
January 06th, 01:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ টেকানপুৰস্থিত বিএছএফ একাডেমী ৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ডিজিপি আৰু আইজিপিসকলৰ বাৰ্ষিক সন্মিলনত ভাগ ল’ব।Gujarat is my Atma, Bharat is my Parmatma: PM Narendra Modi
November 27th, 12:19 pm
Addressing public meetings at Kutch, Jasdan and Amreli, Prime Minister Narendra Modi lambasted on the Congress party for neglecting Gujarat. He alleged that mis-governance of the Congress adversely impacted Kutch and overall development of Gujarat.Social Media Corner 23 May 2017
May 23rd, 08:25 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM to visit Gujarat today; to attend African Development Bank Annual Meetings in Gandhinagar on Tuesday
May 22nd, 12:18 pm
PM Modi, will be on a two-day visit to Gujarat from today. The Prime Minister will inaugurate and lay foundation stone for various development projects in Kutch today. On Tuesday, 23 May, Prime Minister will participate in the opening ceremony of the African Development Bank Annual Meetings in Gandhinagar.