PM Modi pays tribute to Rani Lakshmibai of Jhansi on her birth anniversary

November 19th, 08:41 am

Lauding the fearless Rani Lakshmibai of Jhansi, as a true embodiment of courage and patriotism, Prime Minister Shri Narendra Modi today paid tribute to her Jayanti.

নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 27th, 05:00 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ

January 27th, 04:30 pm

এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।

ৰাণী লক্ষ্মীবাইৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

November 19th, 11:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাৰী শক্তিৰ বীৰত্বৰ প্ৰতীক ৰাণী লক্ষ্মীবাইৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জয়ন্তীত ৰাণী লক্ষ্মীবাঈক প্ৰধানমন্ত্ৰীৰ সশ্ৰদ্ধ স্মৰণ

November 19th, 08:58 am

জয়ন্তীত ৰাণী লক্ষ্মীবাঈক সশ্ৰদ্ধ স্মৰণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ সাহস আৰু আমাৰ দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা স্মৰণযোগ্য অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযাব।

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লা-প্ৰাংগণৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ মুখ্য অংশসমূহ

August 15th, 02:30 pm

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লা-প্ৰাংগণৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ মুখ্য অংশসমূহ

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 15th, 07:01 am

স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে দেশবাসীলৈ শুভেচ্ছা জনাইছো। অশেষ অভিনন্দন। কেৱল ভাৰতৰ প্ৰতিটো কোণতে নহয়, পৃথিৱীৰ প্ৰতিটো কোণতে, আজি, কোনোবাটো নহয় কোনোবাটো ৰূপত, ভাৰতীয় বা ভাৰতৰ প্ৰতি অপৰিসীম মৰমৰ দ্বাৰা, এই ত্ৰিৰংগাই পৃথিৱীৰ প্ৰতিটো কোণত গৌৰৱেৰে হাত জোকাৰি আছে। স্বাধীনতাৰ এই অমৃত মহোৎসৱৰ বাবে মই সমগ্ৰ বিশ্বতে বিয়পি থকা ভাৰতৰ প্ৰেমিকসকলক, ভাৰতীয়সকলক অভিনন্দন জনাইছো।

ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

August 15th, 07:00 am

লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতৰ শক্তি ইয়াৰ বৈচিত্ৰ্যত নিহিত হৈ আছে। তেওঁ দেশখনক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰি ‘অমৃত কাল’ৰ ‘পঞ্চ প্ৰাণ’ গণনা কৰিছিল – এখন উন্নত ভাৰতৰ লক্ষ্য, ঔপনিৱেশিক মানসিকতাৰ ৰেশ আঁতৰোৱা, আমাৰ শিপাক লৈ গৌৰৱবোধ কৰা, ঐক্য আৰু কৰ্তব্যবোধ।

বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

August 13th, 11:31 am

তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।

‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা

August 13th, 11:30 am

‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।

This is the turning point of India's growth story: PM Modi during Mann Ki Baat

November 28th, 11:30 am

During Mann Ki Baat, Prime Minister Narendra Modi spoke about the various programmes being organised across the country as a part of Amrit Mahotsav. He highlighted the importance of protecting the environment, efforts to revive Noon River in Jalaun and Meghalaya's 'flying boat'. PM Modi applauded the youth for their 'can do spirit' and the growing start-up culture in India.

Today the mantra of the country is - Make in India, Make for the world: PM Modi

November 19th, 05:39 pm

Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.

PM attends ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh

November 19th, 05:38 pm

Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.

PM bows to Rani Lakshmibai on her Jayanti

November 19th, 10:31 am

Prime Minister Narendra Modi paid tributes to Rani Lakshmibai on her Jayanti. In a tweet, the Prime Minister said, I bow to the valorous Rani Lakshmibai on her Jayanti. She has a special place in the history of India. Her bravery will not be forgotten by generations.

Absence of basic facilities like housing, electricity, toilets, gas, roads, hospitals and school has impacted the women, poor women in particular: PM

August 10th, 10:43 pm

PM Modi gave comprehensive exposition of the government’s vision of women empowerment. He said that absence of basic facilities like housing, electricity, toilets, gas, roads, hospitals and school has impacted the women, poor women in particular. PM Modi said that in 2014 we asked these questions from ourselves. It was very clear that these problems need to be addressed in a definite time frame.

Number of people, especially women whose lives have been illuminated by the Ujjwala Yojana is unprecedented: PM Modi

August 10th, 12:46 pm

PM Modi launched Ujjwala Yojana 2.0 by handing over LPG connections, at Mahoba Uttar Pradesh today via video conferencing. The Prime Minister noted that the resolve of health, convenience and empowerment of sisters has received great impetus from Ujjwala Yojana. In the first phase of the scheme, 8 crore poor, dalit, deprived, backward and tribal families were given free gas connections.

PM launches Ujjwala 2.0 from Mahoba Uttar Pradesh

August 10th, 12:41 pm

PM Modi launched Ujjwala Yojana 2.0 by handing over LPG connections, at Mahoba Uttar Pradesh today via video conferencing. The Prime Minister noted that the resolve of health, convenience and empowerment of sisters has received great impetus from Ujjwala Yojana. In the first phase of the scheme, 8 crore poor, dalit, deprived, backward and tribal families were given free gas connections.

ভাৰতৰ স্বাধীনতা সংগ্রামত অংশগ্রহণকাৰী মহান ব্যক্তিসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ

March 12th, 03:21 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি সকলো স্বাধীনতা সংগ্রামী, স্বাধীনতা আন্দোলনৰ সৈতে জড়িত যুঁজ আৰু সংগ্রামৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ তেওঁ ভাৰতৰ গৌৰৱময় স্বাধীনতা সংগ্রামৰ ইতিহাসত যিসকলে উপযুক্ত স্বীকৃতি নোপোৱাৰ লগতে যিবোৰ ঘটনা লোকচক্ষুৰ আঁতৰত আছিল, সেইবোৰৰ প্রতিও উপযুক্ত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্রমত আজাদীৰ অমৃত মহোৎসৱ (ইন্ডিয়া@৭৫)ৰ শুভাৰম্ভ কৰি ভাষণ আগবঢ়ায়৷

‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

March 12th, 10:31 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫-ৰ

March 12th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।