পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে
June 27th, 10:17 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ'ল – ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছ; ভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ; ৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছ; ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।আজমীৰ আৰু দিল্লী কেণ্টক সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 12th, 11:01 am
ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰজী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী মোৰ বন্ধু শ্ৰী অশোক গেহলটজী, ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱজী, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, বিধানসভা আৰু বিধান পৰিষদৰ বিৰোধী দলৰ নেতা, সকলো সাংসদ, বিধায়ক, মঞ্চত বহি থকা আন সকলো গণ্যমান্য ব্যক্তি আৰু ৰাজস্থানৰ মোৰ মৰমৰ ভাই-ভনীসকল,আজমেৰ আৰু দিল্লী কেণ্টনমেণ্টৰ মাজত ৰাজস্থানৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ পতাকা জোকাৰি শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 12th, 11:00 am
এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে শৌৰ্য্যৰ ভূমি ৰাজস্থানক অভিনন্দন জনায় যে জয়পুৰ দিল্লীৰ মাজৰ যাত্ৰা সহজ হোৱাই নহয়, ৰাজস্থানৰ পৰ্যটন উদ্যোগকো উদ্গনি যোগাব, কাৰণ ই তীৰ্থৰাজ পুষ্কৰ আৰু আজমেৰ শ্বৰীফৰ দৰে বিশ্বাসৰ স্থান ভ্ৰমণত সহায় কৰিব।For us, infrastructure is not about 'Rajniti', it is a part of 'Rashtra Niti': PM Modi
November 25th, 01:06 pm
Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.PM Modi lays the foundation Stone of Noida International Airport, Uttar Pradesh
November 25th, 01:01 pm
Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.ভোপাল, মধ্যপ্ৰদেশত দেশৰ প্ৰতি বিভিন্ন ৰে'লৱে প্ৰকল্প উচৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
November 15th, 03:21 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগূভাই পেটেল জী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিংহ চৌহান জী, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী, ইয়াত উপস্থিত অন্য মহানুভৱ, ভাই আৰু ভনীসকল,PM dedicates to the Nation various Railway projects in Bhopal, Madhya Pradesh
November 15th, 03:20 pm
PM Modi dedicated to the nation the redeveloped Rani Kamalapati Railway Station in Bhopal as well as several other railway projects. The Prime Minister said that Indian Railways is an example of how India is changing, how dreams can come true.ভূপালৰ পুনৰনিৰ্মিত ৰাণী কমলাপতি ৰে’লৱে ষ্টেচন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
November 14th, 04:41 pm
১৫ নৱেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি তিনি বজাত পুনৰনিৰ্মিত ৰাণী কমলাপতি ৰে’লৱে ষ্টেচন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷জনজাতীয় গৌৰৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৫ নৱেম্বৰত মধ্য প্ৰদেশ ভ্ৰমণ কৰিব
November 14th, 04:40 pm
ভাৰত চৰকাৰে অমৰ শ্বহীদ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপালৰ জাম্বুৰি ময়দানত জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলনত অংশগ্ৰহণৰ অৰ্থে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১ বজাত জনজাতীয় সমাজখনৰ কল্যাণৰ বাবে একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰিব।