মহাৰাষ্ট্ৰৰ ৱাছিমত কৃষি আৰু পশুপালন খণ্ডৰ পদক্ষেপ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
October 05th, 12:05 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী একনাথ শিণ্ডে জী, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান, ৰাজীৱ ৰঞ্জন সিং, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীচ, অজিত পাৱাৰ, অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক আৰু দূৰ-দূৰণিৰ পৰা অহা বঞ্জাৰা সম্প্ৰদায়ৰ ভাই-ভনীসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক ভাই-ভনীসকল, আৰু আন সকলো গণ্যমান্য ব্যক্তি, আৰু মোৰ মহাৰাষ্ট্ৰৰ ভাই-ভনীসকল, এই পবিত্ৰ ৱাছিম ভূমিৰ পৰা পোহৰাদেৱী মাতাক প্ৰণাম জনাইছো।মহাৰাষ্ট্ৰৰ ৱাছিমত প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত বিভিন্ন পদক্ষেপ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 05th, 12:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাছিমত প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে পি এম-কিষাণ সন্মান নিধিৰ অষ্টাদশ কিস্তি বিতৰণ, নমো শেটকাৰী মহাসন্মান নিধি যোজনাৰ পঞ্চম কিস্তি মুকলি, কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৭,৫০০ৰো অধিক প্ৰকল্পৰ উৎসৰ্গা, ৯,২০০ কৃষক উৎপাদক সংগঠন, পাঁচখন সৌৰ উদ্যান সমগ্ৰ মহাৰাষ্ট্ৰত মুঠ ১৯ মেগাৱাট ক্ষমতাসম্পন্ন আৰু গৰু আৰু থলুৱা লিংগ-বিভাজিত বীৰ্য প্ৰযুক্তিৰ বাবে ইউনিফাইড জিনমিক চিপ মুকলি কৰা হয়৷ঝাৰখণ্ডৰ খুঁটিত জনজাতীয় গৌৰৱ দিৱস, ২০২৩ উদযাপন অনুষ্ঠান উপলক্ষে আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 12:25 pm
ঝাৰখণ্ডৰ ৰাজ্যপাল চি.পি ৰাধাকৃষ্ণণ জী, মুখ্যমন্ত্ৰী শ্ৰীমান হেমন্ত ছোৰেণ জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অৰ্জুন মুণ্ডা জী, অন্নপূৰ্ণা দেৱী জী, আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰীমান কৰিয়া মুণ্ডা জী, মোৰ পৰম বন্ধু বাবু লাল মাৰাণ্ডী জী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ঝাৰখণ্ডৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল।জনজাতীয় গৌৰৱ দিৱস, ২০২৩ৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
November 15th, 11:57 am
আজি পুৱাৰ ভাগত ভগৱান বিৰছা মুণ্ডাৰ জন্মস্থান উলিহাতু গাঁৱৰ লগতে ৰাঁচীৰ বিৰছা মুণ্ডা সোঁৱৰণী উদ্যান তথা মুক্তি সংগ্ৰামী সংগ্ৰহালয় ভ্ৰমণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণ আৰম্ভ কৰে। তেখেতে দুবছৰ পূৰ্বে, ঠিক আজিৰ দিনটোতে মুক্তি সংগ্ৰামী সংগ্ৰহালয় উদ্বোধনৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে প্ৰতিগৰাকী নাগৰিকলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ঝাড়খণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেখেতে শুভেচ্ছা জ্ঞাপনৰ লগতে ৰাজ্যখন গঠনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ অৱদান সম্পৰ্কে আলোকপাত কৰে। তেখেতে ৰেল, পথ, শিক্ষা, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি ভিন্ন খণ্ডত আজি উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা উন্নয়নমূলক প্ৰকল্পৰাজিৰ বাবে ঝাড়খণ্ডবাসীক অভিনন্দন জ্ঞাপন কৰে। তেখেতে ঝাড়খণ্ডত এতিয়া ১০০ শতাংশ বিদ্যুৎচালিত ৰেলপথ হৈ উঠাত সন্তোষ প্ৰকাশ কৰে।This election is to stop the palm of Congress's corruption and loot from touching MP's locker: PM Modi
November 14th, 12:00 pm
Amidst the ongoing election campaigning in Madhya Pradesh, Prime Minister Modi’s rally spree continued as he addressed a public meeting in Betul today. PM Modi said, “In the past few days, I have travelled to every corner of the state. The affection and trust towards the BJP are unprecedented. Your enthusiasm and this spirit have decided in Madhya Pradesh – ‘Phir Ek Baar, Bhajpa Sarkar’. The people of Madhya Pradesh will come out of their homes on 17th November to create history.”PM Modi campaigns in Madhya Pradesh’s Betul, Shajapur and Jhabua
November 14th, 11:30 am
Amidst the ongoing election campaigning in Madhya Pradesh, Prime Minister Modi’s rally spree continued as he addressed multiple public meetings in Betul, Shajapur and Jhabua today. PM Modi said, “In the past few days, I have traveled to every corner of the state. The affection and trust towards the BJP are unprecedented. Your enthusiasm and this spirit have decided in Madhya Pradesh – ‘Phir Ek Baar, Bhajpa Sarkar’. The people of Madhya Pradesh will come out of their homes on 17th November to create history.”PM Modi addresses public meetings in Madhya Pradesh’s Satna, Chhatarpur & Neemuch
November 09th, 11:00 am
The political landscape in Madhya Pradesh is buzzing as Prime Minister Narendra Modi takes centre-stage with his numerous campaign rallies ahead of the assembly election. Today, the PM addressed huge public gatherings in Satna, Chhatarpur & Neemuch. PM Modi said, “Your one vote has done such wonders that the courage of the country’s enemies has shattered. Your one vote is going to form the BJP government here again. Your one vote will strengthen Modi in Delhi.”Congress Party only believes in Nepotism, Political Favoritism,.Family Rule: PM Modi in Madhya Pradesh
November 05th, 12:00 pm
Ahead of the Assembly Election in the state of Madhya Pradesh, PM Modi addressed a public rally in Seoni, Madhya Pradesh. PM Modi said, “BJP Government in MP symbolizes continuity in good governance & development”.PM Modi addresses a public rally in Seoni & Khandwa, Madhya Pradesh
November 05th, 11:12 am
Ahead of the Assembly Election in the state of Madhya Pradesh, PM Modi addressed two public meetings in Seoni and Khandwa. PM Modi said, “BJP Government in MP symbolizes continuity in good governance & development”.Centre's free ration scheme will be extended by 5 more years: PM Modi in Ratlam
November 04th, 04:12 pm
Amidst his ongoing election campaign, Prime Minister Narendra Modi today addressed a huge public meeting in Ratlam, Madhya Pradesh. Witnessing the massive crowd, PM Modi remarked, “The tremendous wave of support for the BJP in Madhya Pradesh is truly remarkable. It's the BJP that has propelled Madhya Pradesh to great heights in agriculture, enhanced its road and rail infrastructure, fostered industrial growth, and transformed it into a center of modern education. This unwavering faith of the people in the BJP is a testament to our achievements.PM Modi addresses a public meeting in Ratlam, Madhya Pradesh
November 04th, 03:30 pm
Amidst his ongoing election campaign, Prime Minister Narendra Modi today addressed a huge public meeting in Ratlam, Madhya Pradesh. Witnessing the massive crowd, PM Modi remarked, “The tremendous wave of support for the BJP in Madhya Pradesh is truly remarkable. It's the BJP that has propelled Madhya Pradesh to great heights in agriculture, enhanced its road and rail infrastructure, fostered industrial growth, and transformed it into a center of modern education. This unwavering faith of the people in the BJP is a testament to our achievements.মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
October 29th, 11:00 am
মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷মধ্যপ্ৰদেশৰ জবলপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 05th, 03:31 pm
মা নৰ্মদাৰ এই পুন্যভূমিক প্ৰণাম জনাই, শ্ৰদ্ধাপূৰ্বক প্ৰণিপাত জনাই, মই আজি জবলপুৰৰ এক নতুন ৰূপ দেখিবলৈ পাইছো। মই দেখিছো জবলপুৰত উৎসাহ আছে, মহাকৌশলত মংগল আছে, উদ্দীপনা আছে।প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে
October 05th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ পথ, ৰে'ল, গেছ পাইপলাইন, গৃহ আৰু বিশুদ্ধ খোৱা পানীৰ দৰে উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। শ্ৰী মোদীয়ে ৰাণী দুৰ্গাৱতীৰ ৫০০ তম জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি জবলপুৰত 'বীৰাংগনা ৰাণী দুৰ্গাৱতী স্মাৰক আৰু উদ্যান'ৰ 'ভূমি পূজা' সম্পন্ন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ইন্দোৰত লাইট হাউচ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ১০০০ তকৈও অধিক গৃহ উদ্বোধন, মাণ্ডলা, জবলপুৰ আৰু দিনদোৰী জিলাত একাধিক জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু চিঅ’নি জিলাত জল জীৱন মিছন প্ৰকল্পৰ উৎসৰ্গা, মধ্য প্ৰদেশত পথ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা। ১৮৫০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্প, বিজয়পুৰ-ঔৰেয়া-ফুলপুৰ পাইপলাইন প্ৰকল্প আৰু জবলপুৰত এটা নতুন বটলিং প্ৰকল্প উৎসৰ্গা কৰা, আৰু মুম্বাই নাগপুৰ ঝাৰচুগুড়া পাইপলাইন প্ৰকল্পৰ নাগপুৰ জবলপুৰ শাখাৰ (৩১৭ কিলোমিটাৰ) আধাৰশিলা স্থাপন কৰা।Congress cannot breathe without corruption; Modi is guarantee of action against corruption: PM Modi in Raipur
July 07th, 12:00 pm
PM Modi addressed a public meeting in Raipur. PM Modi expressed, The formation of Chhattisgarh saw a significant contribution from the BJP. We possess a profound understanding of the people of Chhattisgarh and are well-aware of their requirements. Consequently, the government of BJP in Delhi is fully committed to propelling the rapid progress of Chhattisgarh.PM Modi campaigns in Raipur, Chhattisgarh
July 07th, 11:44 am
PM Modi addressed a public meeting in Raipur. PM Modi expressed, The formation of Chhattisgarh saw a significant contribution from the BJP. We possess a profound understanding of the people of Chhattisgarh and are well-aware of their requirements. Consequently, the government of BJP in Delhi is fully committed to propelling the rapid progress of Chhattisgarh.This is the turning point of India's growth story: PM Modi during Mann Ki Baat
November 28th, 11:30 am
During Mann Ki Baat, Prime Minister Narendra Modi spoke about the various programmes being organised across the country as a part of Amrit Mahotsav. He highlighted the importance of protecting the environment, efforts to revive Noon River in Jalaun and Meghalaya's 'flying boat'. PM Modi applauded the youth for their 'can do spirit' and the growing start-up culture in India.Absence of basic facilities like housing, electricity, toilets, gas, roads, hospitals and school has impacted the women, poor women in particular: PM
August 10th, 10:43 pm
PM Modi gave comprehensive exposition of the government’s vision of women empowerment. He said that absence of basic facilities like housing, electricity, toilets, gas, roads, hospitals and school has impacted the women, poor women in particular. PM Modi said that in 2014 we asked these questions from ourselves. It was very clear that these problems need to be addressed in a definite time frame.Number of people, especially women whose lives have been illuminated by the Ujjwala Yojana is unprecedented: PM Modi
August 10th, 12:46 pm
PM Modi launched Ujjwala Yojana 2.0 by handing over LPG connections, at Mahoba Uttar Pradesh today via video conferencing. The Prime Minister noted that the resolve of health, convenience and empowerment of sisters has received great impetus from Ujjwala Yojana. In the first phase of the scheme, 8 crore poor, dalit, deprived, backward and tribal families were given free gas connections.PM launches Ujjwala 2.0 from Mahoba Uttar Pradesh
August 10th, 12:41 pm
PM Modi launched Ujjwala Yojana 2.0 by handing over LPG connections, at Mahoba Uttar Pradesh today via video conferencing. The Prime Minister noted that the resolve of health, convenience and empowerment of sisters has received great impetus from Ujjwala Yojana. In the first phase of the scheme, 8 crore poor, dalit, deprived, backward and tribal families were given free gas connections.