ঝাৰখণ্ডৰ ৰাঁচীত প্ৰধানমন্ত্ৰী মোদীৰ এক বিশাল ৰোডশ্ব’
November 10th, 07:03 pm
ঝাৰখণ্ডৰ বোকাৰো আৰু গুমলাত দুখন বিশাল সমাৱেশত ভাষণ দিয়াৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাঁচীত এক দৰ্শনীয় ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীক চাবলৈ ৰাজপথ বিজেপি-এনডিএৰ সমৰ্থনত অভিলেখসংখ্যক লোকে ভিৰ কৰে। বতাহত মোদী-মোদীৰ ধ্বনিৰ অনুৰণন ঘটিল। উৎসাহী ৰাইজে উল্লাস কৰি তেওঁক ফুলেৰে সম্ভাষণ জনায়।The JMM-Congress intends to stop the development of Jharkhand to continue their corruption: PM Modi in Chatra
May 11th, 05:15 pm
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed a confident rally with crowds celebrating PM Modi’s arrival. He said that after three phases of voting Congress has accepted its defeat. He added, “Sensing defeat, Congress now intends the merging of all regional parties within Congress.”Jharkhand celebrates as PM Modi addresses a huge rally in Chatra
May 11th, 05:00 pm
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed a confident rally with crowds celebrating PM Modi’s arrival. He said that after three phases of voting Congress has accepted its defeat. He added, “Sensing defeat, Congress now intends the merging of all regional parties within Congress.”Entire Rajasthan is saying the Congress is going and BJP is coming back to power: PM Modi
November 15th, 05:00 pm
Ahead of the assembly election in poll-bound Rajasthan, PM Modi addressed a powerful rally in Baytu. PM Modi said, “Entire Rajasthan is saying the Congress is going, and BJP is coming back to power.” He added that people are critiquing the present Congress Government by stating that ‘Gehlot Ji won’t get any votes.’PM Modi addresses a powerful rally in poll-bound Rajasthan’s Baytu
November 15th, 04:30 pm
Ahead of the assembly election in poll-bound Rajasthan, PM Modi addressed a powerful rally in Baytu. PM Modi said, “Entire Rajasthan is saying the Congress is going, and BJP is coming back to power.” He added that people are critiquing the present Congress Government by stating that ‘Gehlot Ji won’t get any votes.’ঝাৰখণ্ডৰ ৰাঁচীত ‘ভগৱান’ বিৰচা মুণ্ডা স্মাৰক উদ্যান তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়’ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
November 15th, 02:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীস্থিত ‘ভগৱান’ বিৰচা মুণ্ডা স্মাৰক উদ্যান তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়’ পৰিদৰ্শন কৰে। শ্ৰী মোদীয়ে ‘ভগৱান’ বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।১৪-১৫ নৱেম্বৰত ঝাৰখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 13th, 07:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪-১৫ নৱেম্বৰ,২০২৩-ত ঝাৰখণ্ড ভ্ৰমণ কৰিব। ১৫ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাঁচীৰ ‘ভগৱান বিৰচা মুণ্ডা স্মাৰক উদ্যান’ তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তাৰ পিছত, তেওঁ ভগৱান বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁৱত উপস্থিত হ'ব, য'ত তেওঁ ভগৱান বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁও ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। প্ৰধানমন্ত্ৰীয়ে খুণ্টিত পুৱা প্ৰায় ১১:৩০ বজাত তৃতীয় ‘জনজাতীয় গৌৰৱ দিৱস, ২০২৩’ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে 'বিকশিত ভাৰত সংকল্প যাত্ৰা' আৰু প্ৰধানমন্ত্ৰী বিশেষকৈ দুৰ্বল জনজাতীয় গোট মিছনৰ শুভাৰম্ভ কৰিব। তেওঁ ‘প্ৰধানমন্ত্ৰী-কিষাণ’ৰ ১৫ সংখ্যক কিস্তিৰ ধনো মুকলি কৰিব আৰু ঝাৰখণ্ডত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা তথা উদ্বোধন কৰিব।পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে
June 27th, 10:17 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ'ল – ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছ; ভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ; ৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছ; ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।ঝাৰখণ্ডৰ সাংসদে গ্ৰহণ কৰা ‘বুক-বেংক’-ৰ পদক্ষেপক শলাগিলে প্ৰধানমন্ত্ৰীয়ে
March 30th, 09:51 am
ৰাঁচী লোকসভা সমষ্টীৰ সাংসদ শ্ৰী সঞ্জয় শেঠে গ্ৰহণ কৰা ‘বুক-বেংক’-ৰ পদক্ষেপক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ।দেশৰ উন্নয়ন ৰাজ্যসমূহৰ উন্নয়নত নিহিত হৈ আছে: প্ৰধানমন্ত্ৰী
March 25th, 11:21 am
এক টুইটযোগে সাংসদ শ্ৰী সঞ্জয় শেঠে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীক ঝাৰখণ্ডৰ ৰাঁচীত ৯৪০০ কোটি টকা ব্যয়ৰ ২১ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অনুমোদনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।Bhagwan Birsa lived for the society, sacrificed life for his culture and the country: PM
November 15th, 09:46 am
Prime Minister Narendra Modi inaugurated Bhagwan Birsa Munda Memorial Udyan cum Freedom Fighter Museum at Ranchi via video conferencing. He said, “This museum will become a living venue of our tribal culture full of persity, depicting the contribution of tribal heroes and heroines in the freedom struggle.”প্রধানমন্ত্রীয়ে জনজাতীয় গৌৰৱ দিৱসত ৰাঁচিত ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয় উদ্বোধন কৰে
November 15th, 09:45 am
ভাৰত চৰকাৰে ভগৱান বিৰছা মুণ্ডাৰ জন্মবার্ষিকী জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ কথা ঘোষণা কৰিছে। এই উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ৰাঁচিত ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয়ৰ উদ্বোধন কৰে। অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু একাধিক কেন্দ্রীয় মন্ত্রী উপস্থিত আছিল।PM to inaugurate Bhagwaan Birsa Munda Museum at Ranchi on 15 November
November 14th, 04:46 pm
Government of India has declared that the birth anniversary of Bhagwan Birsa Munda will be celebrated as Janjatiya Gaurav Diwas. To mark the occasion, Prime Minister Narendra Modi will inaugurate Bhagwaan Birsa Munda Museum at Ranchi on 15th November.ঝাৰখণ্ডৰ ৰাঁচীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 12th, 12:20 pm
নতুন চৰকাৰ গঠন হোৱাৰ পিছত যিসমূহ ৰাজ্যলৈ মই প্ৰথমে যোৱাৰ সুবিধা লাভ কৰিছো তাৰে ভিতৰত ঝাৰখণ্ডও অন্যতম৷ এই প্ৰভাত ময়দান, প্ৰভাত তাৰা ময়দান, ৰাতিপুৱাৰ সময় আৰু আমি সকলোৱে ইয়াত যোগাভ্যাস কৰি আছিলো আৰু বৃষ্টিয়েও আমাক আশীৰ্বাদ দি আছিল৷ আজি পুনৰবাৰ ইয়ালৈ আহি মোৰ পুৰণি স্মৃতি জাগি উঠিছে৷ এই ময়দানৰ পৰাই যোৱা ছেপ্টেম্বৰত আয়ুষ্মান ভাৰত যোজনাৰ সূচনা হৈছিল৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে
September 12th, 12:11 pm
কৃষকৰ জীৱন সুৰক্ষিত কৰাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰয়াসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে৷১২ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব কিষাণ মান ধন যোজনা সুৰক্ষিত হ’ব অন্নদাতাৰ জীৱন
September 09th, 05:17 pm
আঁচনিখনে ৫কোটি ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ জীৱন সুৰক্ষিত কৰিব৷ তেওঁলোকে এই আঁচনিৰ অধীনত ৬০বছৰ বয়সৰ পাছত মাহিলী ৩,০০০টকাকৈ লাভ কৰিব৷ৰাঁচীত আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
February 17th, 08:37 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে ৰাঁচী ভ্ৰমণ কৰে। ইয়াতেই আয়ুষ্মান ভাৰত যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে তেওঁ মত-বিনিময় কৰে। এই মত বিনিময়ত অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মূৰ্মু আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী ৰঘূবীৰ দাসো উপস্থিত থাকে।কাইলৈ বিহাৰৰ বাৰাউণী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 16th, 08:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীত বিহাৰ ভ্ৰমণ কৰিব। প্ৰথমেই প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাউণীত উপস্থিত হৈ বিহাৰৰ বাবে এলানি উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব।PM to launch Pradhan Mantri Jan Arogya Yojana at Ranchi, inaugurate Pakyong Airport in Sikkim
September 21st, 05:57 pm
The Prime Minister, Shri Narendra Modi, will launch the Pradhan Mantri Jan Arogya Yojana (PMJAY) at Ranchi, Jharkhand, on September 23, 2018.Under this scheme, over 10 crore families will be provided health assurance worth Rs. 5 lakh each, every year.২৫ মে’ত পশ্চিমবংগ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 24th, 05:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মে’ত পশ্চিমবংগ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰিব।