ৰমজানৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
March 11th, 08:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৱিত্ৰ ৰমজানৰ শুভেচ্ছা জনাইছে।ৰমজানৰ আৰম্ভণিত জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 24th, 08:26 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰমজানৰ আৰম্ভণি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।PM greets people on the commencement of sacred month of Ramzan
April 02nd, 09:52 pm
The Prime Minister, Shri Narendra Modi has conveyed his greetings on the commencement of the sacred month of Ramzan.প্ৰত্যেকে টীকা ল’ব লাগিব আৰু নিজৰ সম্পূৰ্ণ যতন ল’ব লাগিব : মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 25th, 11:30 am
বন্ধুসকল, শেহতীয়াকৈ এই সংকটৰ মোকাবিলা কৰিবলৈ মই বিভিন্ন খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে দীঘলীয়া আলোচনা কৰিছো। আমাৰ ফাৰ্মা-উদ্যোগৰ লোক, প্ৰতিষেধক নিৰ্মাতা বা অক্সিজেন উৎপাদনৰ সৈতে সম্পৰ্কিত লোক হওক বা চিকিৎসা ক্ষেত্ৰৰ বিষয়ে বিজ্ঞ লোক হওক, তেওঁলোকে নিজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ চৰকাৰক প্ৰদান কৰিছে। এই সময়ত, আমি এই যুঁজত জয়ী হ'বলৈ বিশেষজ্ঞ আৰু বৈজ্ঞানিক পৰামৰ্শক অগ্ৰাধিকাৰ দিব লাগিব। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আগবঢ়াই নিয়াৰ বাবে সকলো শক্তিৰে কাম কৰি আছে। ৰাজ্য চৰকাৰসমূহেও তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ যথাসাধ্য ধৰণে চেষ্টা কৰি আছে।ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
April 20th, 08:49 pm
দেশখনে আজি পুনৰ কৰোনাৰ বিৰুদ্ধে এটা ডাঙৰ যুঁজৰ প্ৰস্তুতি কৰিছে। কেইসপ্তাহমান আগতে পৰিস্থিতি নিয়ন্ত্ৰণত আছিল আৰু তাৰ পিছতে কৰোনাৰ দ্বিতীয়টো ঢৌৱে ধুমুহা হৈ যেন আহি পৰিছে। আপোনালোকে যি দুখ, যি বেদনা ভুগি আছে সেয়া মই সম্পূৰ্ণৰূপে অনুভৱ কৰোঁ। সকলো দেশবাসীৰ হৈ মই বিগত দিনসমূহত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। পৰিয়ালৰ এজন সদস্য হিচাপে, মই আপোনালোকৰ দুখৰ সৈতে সমভাগী। প্ৰত্যাহ্বানটো ডাঙৰ, কিন্তু আমি একেলগে আমাৰ সংকল্প, আমাৰ সাহস আৰু প্ৰস্তুতিৰ দ্বাৰা ইয়াক অতিক্ৰম কৰিব লাগিব।ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
April 20th, 08:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোভিড-১৯ পৰিস্থিতি সন্দৰ্ভত দেশবাসীক সম্বোধন কৰে।Phone call between Prime Minister Shri Narendra Modi and H.E. Sheikh Hasina, Prime Minister of the People's Republic of Bangladesh
April 29th, 08:12 pm
PM Narendra Modi spoke to Sheikh Hasina, Prime Minister of Bangladesh. The two leaders discussed the regional situation in the wake of the COVID-19 pandemic and briefed each other about the steps being taken to mitigate its effects in the respective country.Fight against Coronavirus has become people-driven: PM Modi during Mann Ki Baat
April 26th, 11:01 am
During Mann Ki Baat, PM Narendra Modi said that the fight against Coronavirus has become people-driven. He spoke in detail about India’s measures to combat Coronavirus and highlighted the role of our ‘Corona Warriors’. PM Modi shed light on India’s efforts to help several nations by ensuring adequate supply of medicines and other medical supplies. He once again advised people to maintain physical distancing to defeat the COVID-19 menace.PM greets people on the beginning of holy month of Ramzan
April 24th, 08:36 pm
The Prime Minister greeted the people on the beginning of holy month of Ramzan.Gurudev Tagore is a global citizen: PM Modi at Visva Bharati University convocation
May 25th, 05:12 pm
PM Modi and PM Sheikh Hasina of Bangladesh inaugurated the Bangladesh Bhavan at Santiniketan today. Speaking at the event, PM Modi highlighted the growing ties between both the countries and how Rabindra Sangeet and culture further strengthened India-Bangladesh ties. He also spoke about enhanced connectivity between India and Bangladesh and also mentioned about the successful conclusion of the Land Boundary Agreement between both nations.Gurudev Tagore connects India and Bangladesh: PM Modi
May 25th, 02:41 pm
PM Modi and PM Sheikh Hasina of Bangladesh inaugurated the Bangladesh Bhavan at Santiniketan today. Speaking at the event, PM Modi highlighted the growing ties between both the countries and how Rabindra Sangeet and culture further strengthened India-Bangladesh ties. He also spoke about enhanced connectivity between India and Bangladesh and also mentioned about the successful conclusion of the Land Boundary Agreement between both nations.প্ৰধানমন্ত্ৰীৰ শান্তি নিকেতন ভ্ৰমণ, বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ, বাংলাদেশ ভৱন উদ্বোধন
May 25th, 01:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ শান্তি নিকেতন ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি নিকেতনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাকো আদৰণী জনায়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধা জনাই দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভিজিটৰছ বুকত স্বাক্ষৰ কৰে। তাৰ পাছতে তেওঁলোক দুয়োগৰাকীয়ে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠান অংশগ্ৰহণ কৰে।Solutions to all problems is in development: PM at inauguration of Hydropower Station in Srinagar
May 19th, 03:01 pm
In Srinagar today, PM Modi dedicated the 330 MW Kishanganga Hydropower Station to the Nation. He also laid the Foundation Stone of the Srinagar Ring Road. Speaking at the event, the PM he called for maintaining peace in the region. He said that the State and Central Government would spare no efforts to maintain stability in the region.PM dedicates Kishanganga Hydropower Station to the Nation, lays foundation stone for Srinagar Ring Road
May 19th, 03:00 pm
In Srinagar today, PM Modi dedicated the 330 MW Kishanganga Hydropower Station to the Nation. He also laid the Foundation Stone of the Srinagar Ring Road. Speaking at the event, the PM he called for maintaining peace in the region. He said that the State and Central Government would spare no efforts to maintain stability in the region.লেহত প্ৰধানমন্ত্ৰী; ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ; ফলক মুকলিৰে ঝজিলা সুৰংগৰ শুভাৰম্ভ
May 19th, 12:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ দিনজোৰা ভ্ৰমণসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে লেহত উপস্থিত হয়৷প্ৰধানমন্ত্ৰীক সাক্ষাৎ অ’মান-ভাৰত যুটীয়া ব্যৱসায়িক পৰিষদৰ সদস্যৰ
May 16th, 05:56 pm
অ’মান-ভাৰত যুটীয়া ব্যৱসায়িক পৰিষদৰ সদস্যৰ অন্তৰ্গত অ’মানৰ ৩০ জনীয়া উদীয়মান ব্যৱসায়িক মুৰব্বীৰ এটা দলে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰক সাক্ষাৎ কৰে।২৯.০৪.২০১৮ তাৰিখে অল ইণ্ডিয়া ৰেডিঅ’যোগে সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া অনুবাদ
April 29th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ৷ যোৱা ৪ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে অষ্ট্ৰেলিয়াত একবিংশ কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ’ল৷ ভাৰতৰ উপৰিও বিশ্বৰ ৭০খন দেশে ইয়াত ভাগ ল’লে৷Constructive criticism strengthens democratic fabric: PM Modi during Mann Ki Baat
May 28th, 11:01 am
During Mann Ki Baat, PM Narendra Modi said constructive criticism strengthens democratic fabric and called upon the countrymen to build a new India by 2022, when the country marks 75 years of independence. Remembering Veer Savarkar, PM Modi noted his contribution in India’s freedom struggle. While elaborating about World Environment Day, Shri Modi called for connecting oneself with the nature. He also spoke at length about cleanliness drive and yoga.PM greets the people on the start of holy month of Ramzan
May 28th, 10:40 am
The Prime Minister, Shri Narendra Modi has greeted the people on the start of holy month of Ramzan. “Greetings on the start of Ramzan. May this holy month enhance the spirit of togetherness, peace and harmony across the world”, the Prime Minister said.PM greets the Muslim community on Ramzan
June 07th, 10:39 am