Ghamandiya Alliance is only interested in destabilizing the future of the youth of Bihar: PM Modi in Jamui

April 04th, 12:01 pm

Ahead of the Lok Sabha elections 2024, PM Modi addressed a public rally in Jamui, Bihar. He said, Jamui's mood is reflective of 'Ab ki Baar 400 Paar' with all the 40 seats in N.D.A.'s favour in Bihar. He expressed his tribute to the contributions of the Late Ramvilas Paswan Ji, who was dedicated to the welfare of Bihar and its development.

Jamui's grand welcome for PM Modi as he addresses a public rally

April 04th, 12:00 pm

Ahead of the Lok Sabha elections 2024, PM Modi addressed a public rally in Jamui, Bihar. He said, Jamui's mood is reflective of 'Ab ki Baar 400 Paar' with all the 40 seats in N.D.A.'s favour in Bihar. He expressed his tribute to the contributions of the Late Ramvilas Paswan Ji, who was dedicated to the welfare of Bihar and its development.

Only BJP can guarantee social justice to people of Telangana and take the state on golden path of development: PM Modi

November 11th, 05:30 pm

Election fervour intensified in Telangana as Prime Minister Narendra Modi addressed the huge crowd in Secunderabad today ahead of the state assembly election. At the event, PM Modi said, “After independence, you have seen many governments in the country. Our government is such that its top priority is the welfare of the poor and the underprivileged have to be given priority. The mantra on which BJP works is ‘Sabka Saath, Sabka Vikas, Sabka Vishwas aur Sabka Prayas’. We are committed to ensuring social justice.”

PM Modi’s election campaign electrifies Telangana’s Secunderabad

November 11th, 05:00 pm

Election fervour intensified in Telangana as Prime Minister Narendra Modi addressed the huge crowd in Secunderabad today ahead of the state assembly election. At the event, PM Modi said, “After independence, you have seen many governments in the country. Our government is such that its top priority is the welfare of the poor and the underprivileged have to be given priority. The mantra on which BJP works is ‘Sabka Saath, Sabka Vikas, Sabka Vishwas aur Sabka Prayas’. We are committed to ensuring social justice.”

জন্মদিন উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

October 01st, 09:58 am

“জন্মদিন উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী @ramnathkovind জীক বহুত বহুত শুভেচ্ছা জনাইছো৷ তেওঁ তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু দেশৰ প্ৰতি থকা সমৰ্পণে এক অবিস্মৰণীয় চিন ৰাখিছে। তেওঁৰ প্ৰজ্ঞা আৰু নম্ৰতাই সদায় জনসাধাৰণৰ মাজত অনুৰণন ঘটাই আহিছে। তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা জনালোঁ৷”

ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক তেওঁলোকৰ জন্মদিনৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

September 17th, 10:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

ৰাজ্যসভাত উপ ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰক আদৰণি জনাই প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজীলৈ কৰা তৰ্জমাৰ অনুবাদ

December 07th, 03:32 pm

আৰম্ভণিতে মই সন্মানীয় সভাপতি মহোদয়ক সদনৰ লগতে সমগ্ৰ দেশৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি আজি আপুনি যিটো স্থানত উপস্থিত হৈছেহি, আৰু সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰি যিদৰে আগুৱাই যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে সেয়া দেশৰ বহুজন ব্যক্তিৰ বাবেই অনুপ্ৰেৰণাৰ উত্সস্বৰূপ। উচ্চ সদনৰ এইখন মৰ্যদাসম্পন্ন আসনক আপুনি সুশোভিত কৰিছে আৰু ‘কিঠানাৰ সন্তান’ৰ এই সাফল্য দেখি দেশৰ আনন্দৰ ঠিকনা নোহোৱা হৈছে।

PM addresses Rajya Sabha at the start of Winter Session of Parliament

December 07th, 03:12 pm

PM Modi addressed the Rajya Sabha at the start of the Winter Session of the Parliament. He highlighted that the esteemed upper house of the Parliament is welcoming the Vice President at a time when India has witnessed two monumental events. He pointed out that India has entered into the Azadi Ka Amrit Kaal and also got the prestigious opportunity to host and preside over the G-20 Summit.

PM calls on President, Vice President, Shri Ram Nath Kovind and Shri Venkaiah Naidu on Diwali

October 24th, 09:17 pm

The Prime Minister , Shri Narendra Modi met with President Smt Droupadi Murmu, Vice President Shri Jagdeep Dhankhar, Shri Ram Nath Kovind and Shri Venkaiah Naidu to greet them on Diwali.

প্রধানমন্ত্রীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে

August 18th, 08:42 pm

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে।

PM attends farewell programme hosted for President Shri Ram Nath Kovind in Parliament

July 23rd, 10:16 pm

The Prime Minister, Shri Narendra Modi today attended the farewell programme hosted for President, Shri Ram Nath Kovind in Parliament.

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কোবিন্দৰ সন্মানাৰ্থে এক নৈশ ভোজৰ আয়োজন কৰে

July 22nd, 11:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ সন্মানাৰ্থে এক নৈশ ভোজৰ আয়োজন কৰে।

Paraunkh is a fine example of Ek Bharat Shreshtha Bharat: PM Modi

June 03rd, 04:00 pm

The Prime Minister Shri Narendra Modi accompanied Hon’ble President Shri Ram Nath Kovind to Pathri Mata Mandir in Paraunkh village, Kanpur. Thereafter they visited Dr. B R Ambedkar Bhawan, followed by a visit to Milan Kendra. The Kendra is the ancestral house of Hon’ble President, that was donated for public use and converted to a community centre (Milan Kendra). Both the dignitaries attended a public function at Paraunkh village. First Lady Smt Savita Kovind, Governor of Uttar Pradesh Smt Anandiben Patel, Chief Minister of Uttar Pradesh, Shri Yogi Adityanath, Union Ministers, State Ministers, people’s representatives were among those present on the occasion.

PM addresses public function at Paraunkh village, Kanpur

June 03rd, 03:59 pm

The Prime Minister Shri Narendra Modi accompanied Hon’ble President Shri Ram Nath Kovind to Pathri Mata Mandir in Paraunkh village, Kanpur. Thereafter they visited Dr. B R Ambedkar Bhawan, followed by a visit to Milan Kendra. The Kendra is the ancestral house of Hon’ble President, that was donated for public use and converted to a community centre (Milan Kendra). Both the dignitaries attended a public function at Paraunkh village. First Lady Smt Savita Kovind, Governor of Uttar Pradesh Smt Anandiben Patel, Chief Minister of Uttar Pradesh, Shri Yogi Adityanath, Union Ministers, State Ministers, people’s representatives were among those present on the occasion.

ৰাষ্ট্ৰপতি ভৱনত প্ৰতিৰক্ষা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

May 31st, 11:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰতিৰক্ষা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত সাহসিকতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়৷

ৰাষ্ট্রপতিৰ জন্মদিন উপলক্ষে প্রধানমন্ত্রীৰ শুভেচ্ছা

October 01st, 10:34 am

ৰাষ্ট্রপতি শ্রী ৰামনাথ কোৱিন্দৰ জন্মদিন উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে তেওঁক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মহোদয়ৰ পুত্ৰৰ সৈতে কথা পাতি ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ বুজ লয়

March 26th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি মহোদয়ৰ পুত্ৰৰ সৈতে আজি বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে।

এনইপি ২০২০ সন্দৰ্ভত ৰাজ্যপালৰ সমাৱেশৰ মুকলি অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূপ

September 07th, 11:20 am

আদৰণীয় ৰাষ্ট্ৰপতি মহোদয়, মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী ৰমেশ পখৰিয়াল নিশাংক মহোদয়, সঞ্জয় ধত্ৰে মহোদয়, এই সন্মিলনত অংশগ্ৰহণ কৰা সকলো মাননীয় ৰাজ্যপাল, উপ-ৰাজ্যপাল, ৰাজ্যসমূহৰ শিক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় শিক্ষা নীতিক বাস্তৱায়িত কৰাত মুখ্য ভূমিকা পালন কৰা ডাঃ কস্তুৰীৰংগন মহোদয়া, তেওৰ দল, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষাবিদ, ভদ্ৰপুৰুষ তথা ভদ্ৰ মহিলাসকল!

ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কত ৰাজ্যপালসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

September 07th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত ৰাজ্যপালসকলৰ সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰে।এই সন্মিলনত অংশগ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। অনুষ্ঠানত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ৰাজ্যপাল, উপ-ৰাজ্যপাল আৰু ৰাজ্যিক বিশ্ববিদ্যালয় সমূহৰ উপাচাৰ্যসকলেও অংশগ্ৰহণ কৰে।

মাননীয় ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে কাইলৈ এনইপি-২০২০ বিষয়ত ৰাজ্যপালৰ সন্মিলনত ভাষণ প্ৰদান কৰিব

September 06th, 10:27 am

ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৭ ছেপ্টেম্বৰ ২০২০ তাৰিখে পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ৰাষ্ট্ৰীয় শিক্ষা নীতি বিষয়ত ৰাজ্যপালৰ সন্মিলনৰ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷