উত্তৰপ্ৰদেশৰ বুলণ্ডচহৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 25th, 02:00 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী ব্ৰিজেশ পাঠক জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভি কে সিং জী, উত্তৰ প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী ভূপেন্দ্ৰ চৌধুৰী জী, অন্যান্য প্ৰতিনিধি আৰু বুলন্দচহৰৰ মোৰ মৰমৰ ভাই-ভনীসকল,

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বুলন্দচহৰত ১৯,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে

January 25th, 01:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বুলন্দচহৰত ১৯,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহ ৰেল, পথ, তেল আৰু গেছ তথা নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰে জড়িত।

অযোধ্যাত শ্ৰী ৰাম লালাৰ প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 22nd, 05:12 pm

শ্ৰদ্ধেয় ৰাইজ, শ্ৰদ্ধাৰ প্ৰতিগৰাকী সাধু তথা ঋষিগণ, ইয়াত উপস্থিত আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা আমাৰ সকলোৰে সৈতে সংযোজিত হৈ থকা প্ৰতিগৰাকী ৰামভক্ত, আপোনালোক সকলোকে প্ৰমাম, সকলোকে ৰাম ৰাম।

প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা সমাৰোহত অংশগ্ৰহণ কৰে

January 22nd, 01:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা (অভিষেক) সমাৰোহত অংশগ্ৰহণ কৰে। ইয়াত শ্ৰী মোদীয়ে শ্ৰী ৰাম জনমভূমি মন্দিৰ নিৰ্মাণত অৰিহণা যোগোৱা শ্ৰমজীৱীসকলৰ সৈতে মত-বিনিময় কৰে।

Today there is a government in the country which thinks about the poor first: PM Modi

January 15th, 12:15 pm

PM Modi released the first instalment to 1 lakh beneficiaries of Pradhan Mantri Awas Yojana - Gramin (PMAY - G) under Pradhan Mantri Janjati Apasi Nyaya Maha Abhiyan (PM-JANMAN) via video conferencing. The Prime Minister also interacted with the beneficiaries of PM-JANMAN on the occasion. On the one hand, Diwali is being celebrated in Ayodhya, while 1 lakh people from the extremely backward tribal community are also celebrating Diwali”, PM Modi said.

পিএম-জনমানৰ অধীনত ১ লাখ পিএমএৱাই(জি) হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন মুকলি প্ৰধানমন্ত্ৰীৰ

January 15th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)ৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণ (PMAY - G)ৰ ১ লাখ হিতাধিকাৰীলৈ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পিএম-জনমানৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময়ো কৰে।

শ্রী ৰাম লালাক আদৰণি জনোৱা স্বাতী মিশ্রৰ ভক্তিপূৰ্ণ ভজন আকৰ্ষণীয়: প্ৰধান মন্ত্ৰী

January 03rd, 08:07 am

প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাতী মিশ্ৰই শ্ৰী ৰাম লালাক আদৰণি জনাই পৰিবেশন কৰা ভক্তিপূৰ্ণ ভজন শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে কয় যে এই ভজনটোৰ সন্মোহন আছে।

অযোধ্যাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

December 30th, 02:15 pm

অযোধ্যাজীৰ সকলো ৰাইজক মোৰ প্ৰণাম! আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ। এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উত্তেজনা আৰু উৎসাহ অতি স্বাভাৱিক। মই ভাৰতৰ মাটিৰ প্ৰতিটো কণা আৰু ভাৰতবাসীৰ উপাসক আৰু আপোনালোকৰ দৰেই মইও সমানেই আগ্ৰহী। আমাৰ সকলোৰে এই উৎসাহ আৰু উত্তেজনা অলপ সময়ৰ আগতে অযোধ্যাজীৰ ৰাজপথত সম্পূৰ্ণৰূপে দেখা গৈছিল। এনে লাগিছিল যেন গোটেই অযোধ্যা চহৰখন ৰাজপথলৈ ওলাই আহিল। এই মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ লগত কওক - সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়।

১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

December 30th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধামত ১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰকল্পৰ সৈতে জড়িত প্ৰায় ৪৬০০ কোটি টকাৰ প্ৰকল্প আছে।

১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 26th, 11:30 am

মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।