চিকিৎসালয়লৈ গৈ স্বামী স্মৰণানন্দ জী মহাৰাজৰ স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে
March 05th, 09:08 pm
‘ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন’ৰ অধ্যক্ষ শ্ৰীমত্ স্বামী স্মৰণানন্দ জী মহাৰাজৰ স্বাস্থ্যৰ বুজ ল’বলৈ কলকাতাৰ এখন চিকিৎসালয়লৈ যায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ
March 04th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰে।