We have begun a new journey of Amrit Kaal with firm resolve of Viksit Bharat: PM Modi

December 09th, 01:30 pm

PM Modi addressed the event at Ramakrishna Math in Gujarat via video conferencing. Remarking that the the potential of a fruit from a tree is identified by its seed, the Prime Minister said Ramakrishna Math was such a tree, whose seed contains the infinite energy of a great ascetic like Swami Vivekananda. He added that this was the reason behind its continuous expansion and the impact it has on humanity was infinite and limitless.

গুজৰাটত ৰামকৃষ্ণ মঠে আয়োজন কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

December 09th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰামকৃষ্ণ মঠত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক অনুষ্ঠানত ভাষণ দিয়ে। ভাষণত শ্ৰীযুত মোদীয়ে ভাৰত আৰু বিদেশৰ পৰা অহা ৰামকৃষ্ণ মঠ আৰু মিছনৰ শ্ৰদ্ধাৰ সন্ত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য বিশিষ্ট অতিথিসকলক সন্মানীয় শ্ৰীমৎ স্বামী গৌতমানন্দ জী মহাৰাজক শুভেচ্ছা জ্ঞাপন কৰে। লগতে দেৱী শাৰদা, গুৰুদেৱ ৰামকৃষ্ণ পৰমহন, স্বামী বিবেকানন্দক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ শ্ৰীমত স্বামী প্ৰেমানন্দ মহাৰাজৰ জন্ম জয়ন্তী উদযাপনৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ ওপৰত আলোকপাত কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।

ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

March 04th, 06:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে অহা ৮ আৰু ৯ এপ্ৰিলত তেলেংগানা, তামিলনাডু আৰু কৰ্ণাটক ভ্ৰমণ কৰিব

April 05th, 07:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৮ আৰু ৯ এপ্ৰিলত তেলেংগানা, তামিলনাডু আৰু কৰ্ণাটক ভ্ৰমণ কৰিব।

বিশিষ্ট কন্নড় লেখক ডঃ সিদ্দালিঙ্গাইয়াৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

June 12th, 03:51 pm

বিশিষ্ট কন্নড় লেখক ডঃ সিদ্দালিঙ্গাইয়াৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।