অযোধ্যাত শ্ৰী ৰাম লালাৰ প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 22nd, 05:12 pm

শ্ৰদ্ধেয় ৰাইজ, শ্ৰদ্ধাৰ প্ৰতিগৰাকী সাধু তথা ঋষিগণ, ইয়াত উপস্থিত আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা আমাৰ সকলোৰে সৈতে সংযোজিত হৈ থকা প্ৰতিগৰাকী ৰামভক্ত, আপোনালোক সকলোকে প্ৰমাম, সকলোকে ৰাম ৰাম।

প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা সমাৰোহত অংশগ্ৰহণ কৰে

January 22nd, 01:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত নৱ-নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলালাৰ প্ৰাণ-প্ৰতিষ্ঠা (অভিষেক) সমাৰোহত অংশগ্ৰহণ কৰে। ইয়াত শ্ৰী মোদীয়ে শ্ৰী ৰাম জনমভূমি মন্দিৰ নিৰ্মাণত অৰিহণা যোগোৱা শ্ৰমজীৱীসকলৰ সৈতে মত-বিনিময় কৰে।

PM visits starting point of Ram Setu - Arichal Munai

January 21st, 03:42 pm

The Prime Minister, Shri Narendra Modi today visited Arichal Munai, the starting point of the Ram Setu.

১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 18th, 11:30 am

‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷