৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ‘কৰ্তব্য পথ’ মুকলি কৰাৰ লগতে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব
September 07th, 01:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ৭ বজাত আনুষ্ঠানিক ভাবে ‘কৰ্তব্য পথ’ মুকলি কৰিব। ক্ষমতাৰ এক প্ৰতীকস্বৰূপ পূৰ্বৰ ‘ৰাজপথ’ৰ পৰা ‘কৰ্তব্য পথ’লৈ হোৱা পৰিৱৰ্তনে জনস্বত্ব তথা সবলীকৰণৰ এক নিদৰ্শনকে প্ৰতীয়মান কৰিব। একেটা উপলক্ষতে প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। এই পদক্ষেপ নতুন ভাৰতৰ অমৃত কালৰ বাবে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ‘পঞ্চপণ’ৰ দ্বিতীয়টি পণ : ঔপনিৱেশিক মানসিকতাৰ চিন-মোকাম নোহোৱা কৰা-ৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে।ভাৰতীয় সংস্কৃতিৰ স্পন্দনে সমগ্ৰ বিশ্বৰ জনতাক সদায়েই আকৰ্ষিত কৰেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 30th, 11:30 am
বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখনে এই প্ৰচেষ্টাৰ জৰিয়তে ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ পুনৰ প্ৰতিষ্ঠা কৰি আছে। আমি দেখিছিলো যে ইণ্ডিয়া গেটৰ ওচৰত থকা 'অমৰ জোৱান জ্যোতি' আৰু ওচৰৰ 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ৰ অগ্নি সন্মিলিত কৰা হৈছিল। এই আৱেগিক অনুষ্ঠানত, বহুতো দেশবাসী আৰু শ্বহীদ পৰিয়ালৰ চকুত চকুপানী আছিল। 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ত স্বাধীনতাৰ পিছৰে পৰা দেশৰ সকলো শ্বহীদৰ নাম লিপিবদ্ধ কৰা হৈছে। মোলৈ কিছুমান প্ৰাক্তন সেনা জোৱানে লিখিছে যে – শ্বহীদসকলৰ স্মৃতিৰ সন্মুখত জ্বলি থকা 'অমৰ জোৱান জ্যোতি' শ্বহীদসকলৰ অমৰত্বৰ প্ৰতীক। সঁচাকৈয়ে, 'অমৰ জোৱান জ্যোতি'ৰ দৰে, আমাৰ শ্বহীদসকল, তেওঁলোকৰ অনুপ্ৰেৰণা আৰু তেওঁলোকৰ অৱদানো অমৰ। মই আপোনালোক সকলোকে ক'ম, যেতিয়াই আপোনালোকে সুযোগ পায়, আপুনি 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক' দৰ্শন কৰিব। আপোনাৰ পৰিয়াল আৰু সন্তানকো লৈ যাওক। ইয়াত আপুনি এক পৃথক শক্তি আৰু অনুপ্ৰেৰণা অনুভৱ কৰিব।Glimpses from 73rd Republic Day celebrations at Rajpath New Delhi
January 26th, 01:00 pm
India marked 73rd Republic Day with immense fervour and enthusiasm. The country's perse culture, prowess of the Armed Forces were displayed at Rajpath in New Delhi. President Ram Nath Kovind, Prime Minister Narendra Modi and other dignitaries attended the iconic parade.Glimpses from 72nd Republic Day celebrations at Rajpath, New Delhi
January 26th, 12:16 pm
India marked the 72nd Republic Day with great fervour. At Rajpath in New Delhi, President Ram Nath Kovind unfurled the National Flag. PM Narendra Modi paid homage to the martyrs at the Rashtriya Samar Smarak for their former sacrifice.‘হুনৰ হাট’ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
February 19th, 03:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘হুনৰ হাট’ পৰিদৰ্শন কৰে৷ দেশৰ ভিন্ন প্ৰান্তৰ শিল্পী, হস্তশিল্প আৰু ব্যঞ্জন বিশেষজ্ঞৰ ষ্টলসমূহ তেওঁ পৰিদৰ্শন কৰে৷ ইণ্ডিয়া গেটৰ কাষত প্ৰায় ২৫০খন ষ্টল স্থাপন কৰা হৈছে৷