প্ৰধানমন্ত্ৰীৰ ভিয়েন্টিয়ান, লাও পিডিআৰ ভ্ৰমণ (১০ -১১ অক্টোবৰ, ২০২৪) ৰ ফলাফলৰ তালিকা
October 11th, 12:39 pm
ভাৰতীয় গণৰাজ্যৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু লাও জনগণতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজিৰ চুক্তি।২০২৩-২৪ বৰ্ষৰ বাবে প্ৰতিৰক্ষা উৎপাদনত পঞ্জীভুক্ত ভাৰতৰ সৰ্বাধিক বৃদ্ধিত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
July 05th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা উৎপাদন ১,২৬,৮৮৭ কোটি টকালৈ বৃদ্ধি হোৱাৰ বাবে ভাৰতক প্ৰশংসা কৰে, যি সৰ্বাধিক আৰু বিগত বিত্তীয় বৰ্ষৰ উৎপাদন মূল্যৰ তুলনাত ১৬.৮% অধিক।ৰাজস্থানৰ পোখৰাণত 'এক্সাৰচাইজ ভাৰত শক্তি' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 12th, 02:15 pm
ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভজন লাল শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ ৰাজনাথ সিং জী, গজেন্দ্ৰ শেখাৱত জী, কৈলাশ চৌধুৰী জী, পিএছএৰ অধ্যাপক অজয় সুদ জী, প্ৰতিৰক্ষা মুৰব্বী, জেনেৰেল অনিল চৌহান, এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, নৌসেনা প্ৰধান এডমিৰেল হৰি কুমাৰ, আৰ্মি চিফ জেনেৰেল মনোজ পাণ্ডে, জ্যেষ্ঠ বিষয়াসকল, তিনিওটা সেনাৰ সকলো বীৰ… আৰু ইয়াত উপস্থিত পোখৰাণৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!প্ৰধানমন্ত্ৰী 'ভাৰত শক্তি'ৰ সাক্ষী - ৰাজস্থানৰ পোখৰাণত সেনাৰ তিনিটা বাহিনীৰ টোপ অনুশীলন আৰু কৌশল প্ৰদৰ্শন
March 12th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ পোখৰাণত তিনিওটা বাহিনীৰ টোপৰ অনুশীলন আৰু কৌশল অনুশীলনৰ ৰূপত থলুৱা প্ৰতিৰক্ষা সামৰ্থ্যৰ এক সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। 'ভাৰত শক্তি'ত দেশৰ অত্মনিৰ্ভৰ উদ্যোগৰ ওপৰত আধাৰিত দক্ষতাৰ প্ৰদৰ্শন হিচাপে বিভিন্ন থলুৱা অস্ত্ৰ প্ৰণালী আৰু মঞ্চ প্ৰদৰ্শন কৰা হ'ব।নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 27th, 04:30 pm
এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ বিদেশ আৰু প্ৰতিৰক্ষা সচিবক গ্ৰহণ কৰে
November 10th, 08:04 pm
আমেৰিকাৰ বিদেশ সচিব মহামহিম এণ্টনি ব্লিংকেন, আৰু প্ৰতিৰক্ষা সচিব, মহামহিম লয়ড অষ্টিনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বী কৰাৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
March 17th, 12:48 pm
ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বিত কৰাৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধিয়ে ভাৰতীয় প্ৰতিভাৰ ওপৰত থকা আমাৰ বিশ্বাসকো পুনৰাই সুদৃঢ় কৰে’ বুলি তেওঁ মন্তব্য কৰে।Seventh meeting of Governing Council of NITI Aayog concludes
August 07th, 05:06 pm
The Prime Minister, Shri Narendra Modi, today heralded the collective efforts of all the States in the spirit of cooperative federalism as the force that helped India emerge from the Covid pandemic.Virtual Interaction between Prime Minister Shri Narendra Modi and President of USA Joseph R. Biden
April 10th, 09:02 pm
Prime Minister Narendra Modi will hold a virtual meeting with US President Joe Biden on 11 April 2022. The two leaders will review ongoing bilateral cooperation and exchange views on recent developments in South Asia, the Indo-Pacific region and global issues of mutual interest.লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 05th, 10:31 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!PM inaugurates ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow
October 05th, 10:30 am
PM Narendra Modi inaugurated ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow. He digitally handed over house keys to 75,000 beneficiaries of Awas Yojana in 75 districts of Uttar Pradesh.দেশৰ ভিন্ন প্ৰান্তত প্ৰতিমূৰ্তি ভঙা কাৰ্যক তীব্ৰ নিন্দা প্ৰধানমন্ত্ৰীৰ
March 07th, 10:44 am
দেশৰ কিছু কিছু স্থানত প্ৰতিমূৰ্তি ভঙা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ কৈছে যে এই ঘটনাৰ সৈতে জড়িত দোষীসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ এই সন্দৰ্ভত তেওঁ গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ সৈতে বাৰ্তালাপ কৰিছে আৰু ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ গৃহ মন্ত্ৰালয়ে প্ৰতিমূৰ্তি ভঙা কাৰ্যক অত্যন্ত গভীৰভাৱে গ্ৰহণ কৰিছে আৰু এনে ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক পৰ্যাপ্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে৷ এইধৰণৰ ঘটনাৰ সৈতে জড়িত লোকসকল কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে৷