এছিয়ান পেৰা গেমছত পুৰুষৰ ডাবলছ বেডমিণ্টনত ৰূপৰ পদক জয় কৰা চিৰাগ বাৰেথা, ৰাজকুমাৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

এছিয়ান পেৰা গেমছত পুৰুষৰ ডাবলছ বেডমিণ্টনত ৰূপৰ পদক জয় কৰা চিৰাগ বাৰেথা, ৰাজকুমাৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

October 27th, 09:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ ‘এছিয়ান পেৰা গে’মছ’ত পুৰুষৰ ‘ডাবলছ বেডমিণ্টন এছইউ৫ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে চিৰাগ বাৰেথা আৰু ৰাজকুমাৰক অভিনন্দন জ্ঞাপন কৰে।