It’s owing to the efforts of Maharja Digvijay Singh of Jamnagar that India has great relations with Poland: PM Modi in Jamnagar
May 02nd, 11:30 am
Addressing a rally in Jamnagar, PM Modi said “It’s owing to the efforts of Maharja Digvijay Singh of Jamnagar that India has great relations with Poland.” He added that Maharaja Digvijay Singh gave safe haven to Polish citizens fleeing the country owing to World War-2.Congress opposes abrogation of Article 370 and CAA to enable divisive politics: PM Modi in Junagadh
May 02nd, 11:30 am
Addressing a rally in Junagadh and attacking the Congress’s intent of pisive politics, PM Modi said, “Congress opposes abrogation of Article 370 and CAA to enable pisive politics.” He added that Congress aims to pide India into North and South. He said that Congress aims to keep India insecure to play its power politics.Congress 'Report Card' is a 'Report Card' of scams: PM Modi in Surendranagar
May 02nd, 11:15 am
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed powerful rally in Surendranagar, Gujarat. He added that his mission is a 'Viksit Bharat' and added, 24 x 7 for 2047 to enable a Viksit Bharat.PM Modi addresses powerful rallies in Anand, Surendranagar, Junagadh and Jamnagar in Gujarat
May 02nd, 11:00 am
Ahead of the impending Lok Sabha elections, Prime Minister Narendra Modi addressed powerful rallies in Anand, Surendranagar, Junagadh and Jamnagar in Gujarat. He added that his mission is a 'Viksit Bharat' and added, 24 x 7 for 2047 to enable a Viksit Bharat.টিভি নাইন কনক্লেভত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 26th, 08:55 pm
আমাৰ ইয়াত পুৰণি কালত যুদ্ধলৈ যোৱাৰ আগতে বৰ জোৰেৰে ডবা বজোৱা হৈছিল, ডাঙৰ ডাঙৰ বিউগল বজোৱা হৈছিল যাতে যোৱাসকল অলপ উদ্যমত যায়, ধন্যবাদ দাস! টিভি নাইনৰ সকলো দৰ্শকলৈ মোৰ নমস্কাৰ আৰু ইয়াত উপস্থিত আপোনালোক সকলোলৈ... মই প্ৰায়ে ভাৰতৰ বৈচিত্ৰ্যৰ কথা কওঁ। এই বৈচিত্ৰ্য টিভি নাইনৰ নিউজ ৰুম, আপোনালোকৰ ৰিপ’ৰ্টিং দলত স্পষ্টকৈ দেখা যায়। টিভি নাইনৰ কেইবাটাও ভাৰতীয় ভাষাত মিডিয়া প্লেটফৰ্ম আছে। আপোনালোক ভাৰতৰ সজীৱ গণতন্ত্ৰৰো প্ৰতিনিধি। মই বেলেগ বেলেগ ৰাজ্যত, বেলেগ বেলেগ ভাষাত টিভি নাইনত কাম কৰা সকলো সাংবাদিক বন্ধুক, আপোনালোকৰ কাৰিকৰী দলটোক বহুত বহুত অভিনন্দন জনাইছোঁ।নিউজ-৯ গ্ল’বেল ছামিটত ভাষণ প্ৰধানমন্ত্ৰীৰ
February 26th, 07:50 pm
আজি নতুন দিল্লীত অনুষ্ঠিত নিউজ-৯ গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। সন্মিলনৰ বিষয়বস্তু আছিল ‘ভাৰত: এক বিশাল জাঁপৰ বাবে সাজু’।গুজৰাটৰ ৰাজকোটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 25th, 07:52 pm
মঞ্চত উপৱিষ্ট গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদত মোৰ সহযোগী মনসুখ মাণ্ডৱিয়া, গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আৰু সংসদত মোৰ সহকৰ্মী চি আৰ পাটিল, মঞ্চত থকা আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু ৰাজকোটৰ মোৰ ভাই-ভনীসকল, নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ৰাজকোটত ৪৮,১০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
February 25th, 04:48 pm
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মাননীয় ৰাজ্যপাল আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, সাংসদ আৰু বিধান সভা তথা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্বীকাৰ কৰে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কেৱল নতুন দিল্লীতে সকলো গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচী সম্পাদন কৰাৰ সময়ৰ কথা স্মৰণ কৰি কয় যে বৰ্তমানৰ চৰকাৰে এই প্ৰৱণতা সলনি কৰি ভাৰত চৰকাৰক দেশৰ প্ৰতিটো কোণলৈ লৈ গৈছে। ৰাজকোটত আজিৰ এই কাৰ্যসূচী তেনে বিশ্বাসৰে প্ৰমাণ, প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷ তেওঁ লগতে কয় যে দেশৰ একাধিক স্থানত প্ৰকল্প উচৰ্গা আৰু আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে৷ এই কথাই এক নতুন পৰম্পৰাক আগুৱাই লৈ গৈছে। জম্মুৰ এক কাৰ্যসূচীৰ পৰা আইআইটি ভিলাই, আইআইটি তিৰুপতি, আইআইটি কুৰ্ণুল, আইএম বোধগয়া, আইআইএম বোধগয়া, আইআইএম জম্মু, আইআইএম বিশাখাপত্তনম আৰু আইআইএছ কানপুৰৰ শিক্ষানুষ্ঠানসমূহ উদ্বোধন কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি এইমছ ৰাজকোট, এইমছ মঙ্গলাগিৰি, এইমছ বাথিন্দা আৰু এআইআইৰ উদ্বোধন কৰা হৈছে।Rajkot will always have a very special place in my heart: PM
February 24th, 08:17 pm
The Prime Minister, Shri Narendra Modi today recalled his connection with Rajkot and shared a Modi Archive’s X post.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব
February 24th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ ফেব্ৰুৱাৰী, ২০২৪ত গুজৰাট ভ্ৰমণ কৰিব। অহা ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৭:৪৫ বজাত বেয়াত দ্বাৰকা মন্দিৰত পূজা আৰু দৰ্শন কৰিব। পূজাৰ পিছত, পুৱা ৮:২৫ বজাত সুদৰ্শন সেতু ভ্ৰমণ কৰিব। ইয়াৰ পিছত তেওঁ ৰাতিপুৱা ৯.৩০ বজাত দ্বাৰকাধীশ মন্দিৰলৈ যাব।বিকশিত ভাৰত বিকশিত গুজৰাট কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 10th, 01:40 pm
গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল, কেনে আছে….আশা কৰো সকলোৰে ভাল। আজি বিকশিত ভাৰত-বিকশিত গুজৰাটৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। আৰু মই জানিব পাৰিছো যে আজি একেসময়তে গুজৰাটৰ ১৮২ খন বিধানসভা সমষ্টিৰ পৰা, গুজৰাটৰ প্ৰতিটো কোণৰ পৰা লাখ লাখ লোক প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈ আছে। আপোনালোক সকলোৱে ইমান উৎসাহেৰে বিকশিত গুজৰাটৰ যাত্ৰাত যোগদান কৰিছে... মই আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে
February 10th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ দিয়ে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য আৱাস যোজনাৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মিত ১.৩ লাখৰো অধিক ঘৰৰ উদ্বোধন আৰু ভূমি পূজন সম্পন্ন কৰে। তেওঁ আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে।ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 30th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে বহুত বহুত আদৰণি জনাইছো৷ জুলাই মাহ, অৰ্থাৎ বৰষুণ বতৰ৷ বিগত কিছুদিন ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে, চিন্তা আৰু উদ্বেগপূৰ্ণ হৈ আছে৷ যমুনাসহ কেইবাখনো নদীৰ বানত বহু অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ সেই সময়ছোৱাত দেশৰ পশ্চিমাঞ্চলত, কিছু দিন পূৰ্বে গুজৰাটত বিভিন্ন অঞ্চলত বিপৰ্যয় ঘূৰ্ণীবতাহ আহিছিল৷ কিন্তু বন্ধুসকল, এই দুৰ্যোগৰ মাজতো আমি সকলো দেশবাসী পুনৰ দেখুৱাই দিলো যে সামূহিক প্ৰচেষ্টাৰ শক্তি কিমান৷ স্থানীয় লোকসকলে, আমাৰ এনডিআৰএফ জোৱানসকলে, স্থানীয় প্ৰশাসনৰ লোকসকলে দিনে-ৰাতিয়ে লাগি এই দুৰ্যোগৰ মোকাবিলা কৰিলে৷ যিকোনো ধৰণৰ দুৰ্যোগ প্ৰশমনত আমাৰ সামৰ্থ্য আৰু সম্পদৰ ভূমিকা অধিক-কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ সংবেদনশীলতা আৰু এজনে আনজনক হাতে হাত ধৰাটো সিমানেই গুৰুত্বপূৰ্ণ৷ সৰ্বজন হিতায়ৰ এই ভাৱনা ভাৰতৰ পৰিচয়ৰ লগতে শক্তিও৷গুজৰাটৰ ৰাজকোটত একাধিক উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 27th, 04:00 pm
এতিয়া বিজয়েও মোৰ কাণে কাণে কৈছিল যে মইও নিৰীক্ষণ কৰি আছো যে ৰাজকোটত কাৰ্যসূচী অনুষ্ঠিত হৈছে, ছুটীৰ দিনো নহয়, দুপৰীয়াৰ সময়, ৰাজকোটত কোনোবাই এই সময়ত সভা অনুষ্ঠিত কৰাৰ কথা নাভাৱে, তাতে ইমান বিশাল জনসভাত ইমান সংখ্যক লোক উপস্থিত আছে, আজি ৰাজকোটে ৰাজকোটৰ সকলো অভিলেখ ভংগ কৰিলে৷ নহ’লে আমি বছৰ বছৰ ধৰি দেখি আহিছো যে সন্ধিয়া ৮ বজাৰ পাছতহে সকলো ঠিক থাকে আৰু ৰাজকোটক দুপৰীয়া শুবৰ বাবে সময়ৰ প্ৰয়োজন৷গুজৰাটৰ ৰাজকোটত ‘ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ দেশবাসীক উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ
July 27th, 03:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৮৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে ছাউনী যোজনা লিংক ৩ পেকেজ ৮ আৰু ৯, দ্বাৰকা গ্ৰাম্য পানী যোগান আৰু অনাময় (আৰডব্লিউএছএছ)ৰ উন্নীতকৰণ; উপাৰকোট ফ’ৰ্টৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সংৰক্ষণ, পুনৰুদ্ধাৰৰ কাম আৰু বিকাশ; পানী শোধন প্ৰকল্প, নৰ্দমা শোধন প্ৰকল্প আৰু ফ্লাইঅভাৰ ব্ৰীজ আদি নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰা ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনো পৰিদৰ্শন কৰে।৪২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
June 28th, 07:49 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সমন্বিত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪২ সংখ্যক সংস্কৰণৰ বৈঠক অনুষ্ঠিত হয়।গুজৰাটৰ গান্ধীনগৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 12th, 12:35 pm
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, চি আৰ পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সকলো হিতাধিকাৰী পৰিয়াল, আন সকলো গণ্যমান্য ব্যক্তি আৰু গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গান্ধীনগৰত প্ৰায় ৪,৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে
May 12th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত প্ৰায় ৪৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে। ইয়াৰ ভিতৰত আছে নগৰ উন্নয়ন বিভাগ, পানী যোগান বিভাগ, পথ আৰু পৰিবহন বিভাগ আৰু খনি আৰু খনিজ বিভাগৰ সৈতে সম্পৰ্কিত ২,৪৫০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯৫০ কোটি টকাৰ প্ৰধানমন্ত্ৰী-আৱাস যোজনা (গ্ৰাম্য আৰু নগৰ) প্ৰকল্পৰ আধাৰশিলাও উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে, যাৰ সময়ত তেওঁ আঁচনিখনৰ হিতাধিকাৰীসকলক চাবি প্ৰদান কৰি আঁচনিখনৰ অধীনত নিৰ্মাণ কৰা প্ৰায় ১৯,০০০ ঘৰৰ গৃহ প্ৰৱেশত অংশগ্ৰহণ কৰে। একে সময়তে, তেওঁ ভিডিঅ' লিংকৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপো কৰে।শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ তম অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 24th, 11:10 am
পূজ্য শাস্ত্ৰীজী মহাৰাজ শ্ৰী ধৰ্মজীৱন দাসজী স্বামীৰ অনুপ্ৰেৰণাত ৰাজকোট গুৰুকুলে ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ৰাজকোট গুৰুকুলৰ ৭৫ বছৰীয়া এই যাত্ৰাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। ভগৱান শ্ৰী স্বামী নাৰায়ণৰ নাম স্মৰণ কৰিলে এক নতুন চেতনা আহে আৰু আজি আপোনালোক সকলো সাধুৰ উপস্থিতিত স্বামীনাৰায়ণৰ নাম স্মৰণ কৰাটো এক পৃথক বিশেষাধিকাৰৰ উপলক্ষ। মই নিশ্চিত যে এই ঐতিহাসিক প্ৰতিষ্ঠানটোৰ ভৱিষ্যত আৰু অধিক সফল হ'ব। ইয়াৰ অৱদান আৰু অধিক অতুলনীয় হ'ব।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট প্ৰতিষ্ঠানৰ ৭৫ সংখ্যক অমৰুত মহোৎসৱত ভাষণ প্ৰধানমন্ত্ৰীৰ
December 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট প্ৰতিষ্ঠানৰ ৭৫সংখ্যক অমৰুট মহোৎসৱত ভাষণ আগবঢ়ায়।