You hold the key to a better future and a Viksit Bharat: PM Modi in Aligarh
April 22nd, 02:20 pm
At the Aligarh event, Prime Minister Narendra Modi was greeted with love and admiration from all corners of Uttar Pradesh. He shared his transparent vision of a Viksit Uttar Pradesh and a Viksit Bharat with the crowd, reaffirming his commitment to serving every citizen of the country.PM Modi delivers a stirring address to an enthusiastic crowd at a public meeting in Aligarh, UP
April 22nd, 02:00 pm
At the Aligarh event, Prime Minister Narendra Modi was greeted with love and admiration from all corners of Uttar Pradesh. He shared his transparent vision of a Viksit Uttar Pradesh and a Viksit Bharat with the crowd, reaffirming his commitment to serving every citizen of the country.উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 02nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।আলীগড়ত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:01 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেলজী, উত্তৰ প্ৰদেশৰ সফল আৰু ক্ষীপ্ৰতৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী দিনেশ শৰ্মাজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, অন্যান্য সাংসদ, বিধায়ক আৰু আলিগড়ৰ মোৰ মৰমৰ ভাই-ভনীসকল,PM lays the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh
September 14th, 11:45 am
Prime Minister Narendra Modi laid the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh. Paying rich tribute to Raja Mahendra Pratap Singh ji said, the life of Raja Mahendra Pratap Singh ji, teaches us the indomitable will and a willingness to go to any extent to fulfill our dreams.কাইলৈ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রীয়ে
September 13th, 11:20 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১৪ ছেপ্টেম্বৰ) দুপুৰ ১২টা নগদ উত্তৰ প্রদেশৰ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ ইয়াৰপাছত তেওঁ উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আদৰ্শ প্রদর্শনী পৰিদৰ্শন কৰিব৷