২৩৪খন নতুন চহৰ/নগৰত ব্যক্তিগত এফ এম ৰেডিঅ’ মুকলি কৰিবলৈ কেবিনেটৰ অনুমোদন
August 28th, 05:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ব্যক্তিগত এফএম ৰেডিঅ’ ফেজ-৩ নীতিৰ অধীনত ২৩৪খন নতুন চহৰত ৭৩০টা চেনেলৰ বাবে আনুমানিক সংৰক্ষিত মূল্য ৭৮৪.৮৭ কোটি টকাৰে তৃতীয় গোটৰ ই-নিলামত অনুমোদন জনাইছে৷সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।প্ৰধানমন্ত্ৰীয়ে মন কী বাত সন্দৰ্ভত জাপানী দূতাবাসৰ বাৰ্তাৰ উত্তৰ দিয়ে
May 03rd, 08:40 pm
ভাৰতৰ জাপানী দূতাবাসে মন কী বাতৰ ১০০ তম খণ্ডৰ বাবে টুইট কৰিছিল। অনুষ্ঠানটোৰ প্ৰতি শুভেচ্ছা জনাই দূতাবাসে জাপানৰ স্বৰ্গীয় প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ 'মন কী বাত: এ ছ'চিয়েল ৰিভলিউচন অন ৰেডিঅ' নামৰ কিতাপখনৰ প্ৰস্তাৱনাত দিয়া বাৰ্তাটো স্মৰণ কৰে।৩০.০৪.২০২৩ তাৰিখে ‘মন কী বাত’ৰ ১০০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
April 30th, 11:31 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আজি হ’ল 'মন কী বাত'ৰ শততম খণ্ড। মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছো, লাখ লাখ বাৰ্তা... আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছো, সেইবোৰ চাইছো আৰু বাৰ্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো। বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে, মই আৱেগিক হৈ পৰিছিলো,মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে চম্ভালি লৈছিলো। আপোনালোকে মোক 'মন কী বাত'ৰ ১০০তম খণ্ডৰ বাবে অভিনন্দন জনাইছে, কিন্তু মই মোৰ হৃদয়ৰ পৰা কওঁ,... দৰাচলতে, আপোনালোক সকলোৱে, 'মন কী বাত'ৰ শ্ৰোতাসকল, আমাৰ দেশবাসীসকল অভিনন্দনৰ যোগ্য। 'মন কী বাত' হৈছে কোটি কোটি ভাৰতীয়ৰ 'মন কী বাত', এয়া তেওঁলোকৰ অনুভূতিৰ অভিব্যক্তি।বিশ্ব ৰেডিঅ' দিৱসত সকলো ৰেডিঅ' শ্ৰোতাক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
February 13th, 01:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে সম্প্ৰচাৰ ব্যৱস্থাৰ সৈতে জড়িত সকলো ৰেডিঅ’ শ্ৰোতা, আৰ.জে আৰু আন সকলোকে সম্ভাষণ জনাইছে। শ্ৰী মোদীয়ে নাগৰিকসকলক ২৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে সম্প্ৰচাৰ হ’বলগীয়া মন কি বাত কাৰ্যসূচীৰ বাবে তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ শ্বেয়াৰ কৰিবলৈও আহ্বান জনাইছে।প্ৰধানমন্ত্ৰীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ শ্ৰোতা আৰু শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে
February 13th, 03:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ শ্ৰোতা আৰু শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে।বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে শ্ৰোতাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
February 13th, 10:57 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱসত ৰেডিঅ’ৰ সকলো শ্রোতাক শুভেচ্ছা জনাই কয় যে ৰেডিঅ’ হ’ল এক চমৎকাৰী মাধ্যম, যি সামাজিক যোগাযোগক দৃঢ় কৰে।PM at the helm of India’s Fight against COVID-19
March 29th, 10:00 am
Prime Minister Shri Narendra Modi is continuing his interactions with various stakeholders in India’s fight against COVID-19.PM interacts with Radio Jockeys
March 27th, 06:48 pm
PM Narendra Modi interacted with Radio Jockeys (RJs) via video conference. The PM exhorted the RJs to disseminate positive stories and case studies, particularly of patients who have fully recovered from coronavirus infection.মন কী বাতত আপোনাৰ মতামত আগবঢ়াওক!
September 19th, 12:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ছেপ্টেম্বৰ, দেওবাৰে ‘মন কী বাত’ বিনিময় কৰিব৷ যদি আপোনাৰ কোনো ধৰণৰ উদ্ভাৱনীমূলক পৰামৰ্শ আৰু অৰ্ন্তদৃষ্টি আছে তেন্তে ইয়াৰ জৰিয়তে প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰাৰ সুযোগ পাব৷ ইয়াৰে কিছুমান পৰামৰ্শ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰিব৷আপোনাৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’ৰ অংশ হ’ব পাৰে... ইয়াক বিনিময় কৰক!
August 16th, 10:55 am
২৬ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ সম্প্ৰচাৰ কৰিব আৰু ইয়াতেই আপুনি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ বাবে আপোনাৰ চিন্তা-ধাৰা বিনিময় কৰিব পাৰিব৷PM Modi inaugurates Buddha Jayanti 2018 celebrations
April 30th, 03:55 pm
While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.Government is working with compassion to serve people, in line with the path shown by Lord Buddha: PM Modi
April 30th, 03:42 pm
While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.সতৰ্ক হৈ থকা আৰু নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
February 25th, 11:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ অনুষ্ঠানৰ সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বহল ব্যাখ্যা আগবঢ়ায়। এই বোৰৰ ভিতৰত প্ৰযুক্তিৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা, ‘স্বচ্ছ ভাৰত’ৰ পৰা ‘গোৱৰধন যোজনা’ উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে মহিলাকেন্দ্ৰিক উন্নয়নৰ প্ৰতি উৎসাহ জন্মোৱাৰ লগতে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ কেনেদৰে ‘নতুন ভাৰত’ৰ ভেঁটি সুদৃঢ় কৰিব পাৰে সেই বিষয়ে কয়।বিশ্ব ৰেডিঅ’ দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
February 13th, 01:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ সৈতে জড়িত সকলো বিষয়ববীয়া, কৰ্ম-কৰ্তা তথা শ্ৰোতাক শুভেচ্ছা জ্ঞাপন কৰিছে৷চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জানুৱাৰী 2018
January 08th, 07:27 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!Task of transforming India is proceeding at an unprecedented scale: PM Modi at ASEAN Business Summit
November 13th, 03:28 pm
Addressing the ASEAN Business and Investment Summit in Manila, Philippines, Prime Minister Modi remarked how task of transforming India was proceeding at an unprecedented scale and the government was working day and night towards easy, effective and transparent governance.Your suggestions can become a part of PM Modi's 'Mann Ki Baat'... Share them now!
October 18th, 03:15 pm
Prime Minister Narendra Modi would share his ‘Mann Ki Baat’ on 29th October and here is an opportunity for you to share ideas for the Prime Minister’s address.