হাৰিয়ানাৰ পানীপটত উন্নয়নমূলক কাম মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 09th, 05:54 pm
হাৰিয়ানাৰ ৰাজ্যপাল বান্দৰু দত্তত্ৰেয় জী, এই ৰাজ্যৰ কৰ্মপৰায়ণ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত নয়াব সিং জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সন্মানীয় সহকৰ্মী নিৰ্মলা সীতাৰমণ জী, আৰু ভূমিপুত্ৰ, সংসদৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰত মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী; হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী শ্ৰী কৃষ্ণ পাল জী; শ্ৰুতি জী, আৰতি জী, সাংসদ, বিধায়ক, আৰু সমগ্ৰ দেশৰ বিভিন্ন এল আই চি কেন্দ্ৰৰ সৈতে জড়িত সকলো সহকৰ্মী, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এল আই চিৰ বীমা সখী যোজনাৰ শুভাৰম্ভ কৰে
December 09th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপটত নাৰী সৱলীকৰণ আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি জীৱন বীমা নিগমৰ ‘বিমা সখী যোজনা’ মুকলি কৰে।এই উপলক্ষে তেওঁ কৰ্ণালৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি ভাৰতে নাৰী সবলীকৰণৰ দিশত আন এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে আজি মাহৰ ৯ তাৰিখ হোৱাটো বিশেষ কাৰণ আমাৰ শাস্ত্ৰত ৯ নম্বৰটো শুভ বুলি গণ্য কৰা হয় আৰু ই নৱৰাত্ৰিৰ সময়ত পূজা কৰা নৱ দুৰ্গাৰ নটা ৰূপৰ সৈতে জড়িত হৈ আছে। তেওঁ মন্তব্য কৰে যে আজি নাৰী শক্তিৰো পূজাৰ দিৱস।নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 06th, 02:10 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 06th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।Ek Hain To Safe Hain: PM Modi in Nashik, Maharashtra
November 08th, 12:10 pm
A large audience gathered for public meeting addressed by Prime Minister Narendra Modi in Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.Article 370 will never return. Baba Saheb’s Constitution will prevail in Kashmir: PM Modi in Dhule, Maharashtra
November 08th, 12:05 pm
A large audience gathered for a public meeting addressed by PM Modi in Dhule, Maharashtra. Reflecting on his bond with Maharashtra, PM Modi said, “Whenever I’ve asked for support from Maharashtra, the people have blessed me wholeheartedly.”PM Modi addresses public meetings in Dhule & Nashik, Maharashtra
November 08th, 12:00 pm
A large audience gathered for public meetings addressed by Prime Minister Narendra Modi in Dhule and Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.For the BJP, the aspirations and pride of tribal communities have always been paramount: PM Modi in Chaibasa
November 04th, 12:00 pm
PM Modi addressed a massive election rally in Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”PM Modi campaigns in Jharkhand’s Garhwa and Chaibasa
November 04th, 11:30 am
Prime Minister Narendra Modi today addressed massive election rallies in Garhwa and Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”‘২০২৫-২৬বৰ্ষৰ বিপণন ঋতু’ৰ বাবে ‘ৰবি শস্য’ৰ ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি)লৈ অনুমোদন জনাইছে কেবিনেটে
October 16th, 03:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ‘২০২৫-২৬ বৰ্ষৰ বিপণন ঋতু’ৰ বাবে সকলো ‘বাধ্যতামূলক ৰবি শস্য’ৰ বাবে ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি) বৃদ্ধিৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।Congress is such a selfish party that it sees nothing beyond votes: PM Modi in Hisar
September 28th, 07:51 pm
Prime Minister Narendra Modi addressed the massive gathering at Hisar in Haryana emphasizing the state’s remarkable progress under BJP’s governance. The Prime Minister paid homage to Haryana’s rich history and culture, acknowledging Agroha Dham, Guru Jambheshwar, Khatu Shyam Ji, and Mata Bhanbhori Bhramari Devi. He also highlighted the sacrifices made by the Bishnoi community in protecting nature, describing Haryana as a region known for its patriotism and commitment to the environment.PM Modi addresses public meeting in Hisar, Haryana
September 28th, 03:15 pm
Prime Minister Narendra Modi addressed the massive gathering at Hisar in Haryana emphasizing the state’s remarkable progress under BJP’s governance. The Prime Minister paid homage to Haryana’s rich history and culture, acknowledging Agroha Dham, Guru Jambheshwar, Khatu Shyam Ji, and Mata Bhanbhori Bhramari Devi. He also highlighted the sacrifices made by the Bishnoi community in protecting nature, describing Haryana as a region known for its patriotism and commitment to the environment.Voting for Congress means putting Haryana's stability and development at risk: PM Modi in Sonipat
September 25th, 12:48 pm
Initiating his speech at the Sonipat mega rally, PM Modi said, “As election day approaches, the Congress party is visibly weakening, struggling to maintain momentum, in stark contrast, the BJP is gaining widespread support throughout Haryana.” “The growing enthusiasm for the BJP is evident, with the people rallying behind the slogan – Phir Ek Baar, BJP Sarkar,” he further added.PM Modi addresses a massive gathering in Sonipat, Haryana
September 25th, 12:00 pm
Initiating his speech at the Sonipat mega rally, PM Modi said, “As election day approaches, the Congress party is visibly weakening, struggling to maintain momentum, in stark contrast, the BJP is gaining widespread support throughout Haryana.” “The growing enthusiasm for the BJP is evident, with the people rallying behind the slogan – Phir Ek Baar, BJP Sarkar,” he further added.ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত ৰবি ছিজন, ২০২৪ (০১.১০.২০২৪ৰ পৰা ৩১.০৩.২০২৫লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন
September 18th, 03:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাবি ঋতু, ২০২৪ (০১.১০.২০২৪ৰ পৰা ৩১.০৩.২০২৫লৈ)ৰ বাবে ফছফেটিক আৰু পটাচিক (P&K) সাৰৰ ওপৰত পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।Cabinet approves the Digital Agriculture Mission today with an outlay of Rs. 2817 Crore, including the central share of Rs. 1940 Crore
September 02nd, 06:30 pm
The Union Cabinet Committee chaired by the Prime Minister Shri Narendra Modi approved the Digital Agriculture Mission today with an outlay of Rs. 2817 Crore, including the central share of Rs. 1940 Crore.Cabinet approves seven major schemes for improving farmers’ lives and livelihoods with total outlay of Rs 14,235.30 Crore
September 02nd, 04:22 pm
The Union Cabinet chaired by Prime Minister, Shri Narendra Modi, today approved seven schemes to improve farmers’ lives and increase their incomes at a total outlay of Rs 14,235.30 Crore.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ কৃষকক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ
August 11th, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ১০৯টা নতুন শস্যৰ জাত মুকলি কৰি দেশৰ কৃষকসকলক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰিছে। তেওঁ আৰু কয় যে জলবায়ু অনুকূল আৰু অধিক উৎপাদনক্ষম জাতৰ শস্যই কৃষকৰ আয় বৃদ্ধি কৰিব।প্ৰধানমন্ত্ৰীয়ে ১০৯ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে
August 11th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নতুন দিল্লীস্থিত ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০৯ টা উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে।১১ আগষ্টত ১০৯বিধ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-সমৃদ্ধ জাতৰ শস্য মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
August 10th, 02:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ আগষ্ট, ২০২৪ৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০৯বিধ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-সমৃদ্ধ জাতৰ শস্য মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে কৃষক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰিব।