PM Modi attends India Today Conclave 2024
March 16th, 08:00 pm
Addressing the India Today Conclave, PM Modi said that he works on deadlines than headlines. He added that reforms are being undertaken to enable India become the 3rd largest economy in the world. He said that 'Ease of Living' has been our priority and we are ensuring various initiatives to empower the common man.মহাৰাষ্ট্ৰৰ পুনেত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 06th, 12:01 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশিয়াৰী জী, মোৰ কেবিনেট সতীৰ্থ ৰামদাস আঠৱালে জী, উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ জী, মহাৰাষ্ট্ৰ চৰকাৰৰ অন্যান্য মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনভিছ জী, মোৰ সংসদ সতীৰ্থ প্ৰকাশ জাভড়েকাৰ জী, আন-আন সাংসদ, বিধায়ক, পুনেৰ মেয়ৰ মুৰুলীধৰ মোহল জী, পিম্প্ৰি চিঞ্চৱাডৰ মেয়ৰ শ্ৰীমতী মাই ধৰে জী, ইয়াত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!প্ৰধানমন্ত্ৰীৰ পুনে ভ্ৰমণ আৰু ‘পুনে মেট্ৰো ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা
March 06th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে ভ্ৰমণ কৰে আৰু ‘পুনে মেট্ৰো ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে বহুকেইটা উন্নয়নী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশীয়াৰী, উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালে, সাংসদ শ্ৰী প্ৰকাশ জাৱড়েকাৰ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ৬ মাৰ্চত পুনে ভ্ৰমণ কৰিব আৰু পুনে মেট্ৰ' ৰে'ল প্ৰকল্পউদ্বোধন কৰিব
March 05th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৬ মাৰ্চত পুনে ভ্ৰমণ কৰিব আৰু পুনে মেট্ৰ' ৰে'ল প্ৰকল্পউদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু স্থাপন কৰিব।‘টাইমলেছ লক্ষ্মণ’ শীৰ্ষক গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰীৰ
December 18th, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত কাৰ্টুনিষ্ট আৰকে লক্ষ্মণৰ আধাৰত ৰচিত ‘টাইমলেছ লক্ষ্মণ’ শীৰ্ষক কফি টেবুল গ্ৰন্থখন উন্মোচন কৰে৷