বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।PM congratulates P V Sindhu on winning Gold medal in Badminton at CWG 2022
August 08th, 03:56 pm
The Prime Minister, Shri Narendra Modi has congratulated P V Sindhu on winning the Gold medal in Badminton at the Commonwealth Games 2022 in Birmingham.প্ৰধানমন্ত্ৰীয়ে পি ভি সিন্ধুক তেওঁৰ প্ৰথম ছিংগাপুৰ অপেন খিতাপ জয় কৰাৰ বাবে অভিনন্দন জনায়
July 17th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পি ভি সিন্ধুক প্ৰথমবাৰৰ বাবে ছিংগাপুৰ অপেন খিতাপ অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে লগতে কয় যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু আন খেলুৱৈসকলকো ই অনুপ্ৰেৰণা প্ৰদান কৰিব।প্ৰথম শ্ৰেণীৰ বেডমিন্টন খেলুৱৈ পিভি সিন্ধুৱে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাই তেওঁক কিদৰে অনুপ্ৰাণিত কৰিছে সেই সম্পৰ্কে ক’লে
March 29th, 01:51 pm
পিভি সিন্ধুৱে এটা ভিডিঅ'ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰন্তৰ সমৰ্থন আৰু প্ৰশংসাই দেশখনৰ বাবে অধিক কাম কৰিবলৈ তেওঁক কিদৰে অনুপ্ৰেৰণা যোগাইছে, সেই কথা স্মৰণ কৰে। তেওঁ ২০২১ ত টকিঅ' অলিম্পিকৰ পূৰ্বে আৰু পিছত তথা একেদৰে পদ্মভূষণ গ্ৰহণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাতৰ কথা স্মৰণ কৰে আৰু ইয়াক 'অতিশয় স্মৰণীয়' বুলি অভিহিত কৰে।ছুইচ অপেন ২০২২ ত বিজয় সাব্যস্ত কৰাৰ বাবে শ্বাটলাৰ পি ভি সিন্ধুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 27th, 10:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুক ছুইচ অপেন ২০২২ত বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।টকিঅ’ অলিম্পিক ২০২০ৰ বেডমিণ্টনত ব্ৰঞ্জ পদক অৰ্জনৰ বাবে পি.ভি সিন্ধুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 01st, 08:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক ২০২০ৰ বেডমিণ্টনত ব্ৰঞ্জ পদক অৰ্জনৰ বাবে পি.ভি সিন্ধুক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সিন্ধু ভাৰতৰ গৌৰৱ আৰু তেওঁ আমাৰ অন্যতম সফল অলিম্পিয়ান।টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য
July 13th, 05:02 pm
মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।টকিঅ’ অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈসকলৰে কৰা প্ৰধানমন্ত্ৰীৰ বৰ্তালাপৰ পাঠ
July 13th, 05:01 pm
প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 13th, 05:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 28th, 11:30 am
২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰবিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা পিভি সিন্ধুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 25th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা পি.ভি সিন্ধুক অভিনন্দন জ্ঞাপন কৰিছে৷