Odisha is experiencing unprecedented development: PM Modi in Bhubaneswar

November 29th, 04:31 pm

Prime Minister Narendra Modi addressed a large gathering in Bhubaneswar, Odisha, emphasizing the party's growing success in the state and reaffirming the BJP's commitment to development, public welfare, and strengthening the social fabric of the state.

PM Modi's Commitment to Making Odisha a Global Hub of Growth and Opportunity

November 29th, 04:30 pm

Prime Minister Narendra Modi addressed a large gathering in Bhubaneswar, Odisha, emphasizing the party's growing success in the state and reaffirming the BJP's commitment to development, public welfare, and strengthening the social fabric of the state.

India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana

November 22nd, 03:02 am

PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে

November 22nd, 03:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।

Even small leaders of BJD have now become millionaires: PM Modi in Dhenkanal

May 20th, 10:00 am

The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”

PM Modi addresses mega public rallies in Dhenkanal and Cuttack, Odisha

May 20th, 09:58 am

The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”

Prime Minister Narendra Modi to visit multiple temples in Tamil Nadu

January 18th, 06:59 pm

Prime Minister Narendra Modi will visit various significant temples in Tamil Nadu on 20-21 January, 2024. On 20th January, the Prime Minister will participate in a programme at Sri Ranganathaswamy Temple in Tiruchirappalli, Tamil Nadu. He will also listen to various scholars reciting verses from the Kamba Ramayanam in this temple. On 21st January, the Prime Minister will perform Darshan and Pooja at Kothandaramaswamy Temple, Dhanushkodi. Near Dhanushkodi, the Prime Minister will also visit Arichal Munai, which is said to be the place from where the Ram Setu was built.

ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

June 20th, 08:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 18th, 11:30 am

‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷

ওড়িশাত একাধিক ৰে’লৱে প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 18th, 01:00 pm

আজি ওড়িশা আৰু পশ্চিমবংগৰ লোকসকলে বন্দে ভাৰত ৰে’ল উপহাৰ হিচাপে পাইছে৷ বন্দে ভাৰত ৰে’ল আধুনিক ভাৰত আৰু আকাংক্ষিত ভাৰতীয়, দুয়োটাৰে প্ৰতীক হৈ পৰিছে৷ আজি যেতিয়া বন্দে ভাৰত এটা স্থানৰ পৰা আন এটা স্থানলৈ যাত্ৰা কৰে, তেতিয়া তাত ভাৰতৰ গতি আৰু ভাৰতৰ প্ৰগতিও পৰিলক্ষিত হয়৷

ওড়িশাত ৮০০০ কোটি টকাতকৈ অধিক মূল্যৰ কেইবাটাও ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

May 18th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওড়িশাত ৮,০০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ, পুৰী আৰু কটক ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন, ওড়িশাৰ ৰে’ল নেটৱৰ্কৰ ১০০% বিদ্যুতীকৰণৰ উচৰ্গা, সম্বলপুৰ-তিতলাঘৰ ৰে’ল লাইন দ্বৈত পথলৈ উন্নীতকৰণ, আংগুল-সুকিন্দাৰ মাজত নতুন ব্ৰড গজৰ ৰে’ল লাইন; মনোহৰপুৰ-ৰুৰকেলা-ঝাৰছুগুডা-জামগা সংযোগ কৰা তৃতীয় লাইন আৰু বিচুপলী-ঝাৰতৰভাৰ মাজত নতুন ব্ৰড-গজ লাইন উল্লেখযোগ্য৷

প্ৰধানমন্ত্ৰীয়ে ১৮ মে’ত ওড়িশাত ৮০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰিব

May 17th, 08:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ মে’ৰ দুপৰীয়া প্ৰায় ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওড়িশাত ৮০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰিব।

ভাৰত গৌৰৱ পৰ্যটন ৰেলৰ গংগা পুষ্কৰালা যাত্ৰাই আধ্যাত্মিক পৰ্যটনক উদ্দীপনা যোগাবঃ প্ৰধানমন্ত্ৰী

May 01st, 03:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত গৌৰৱ পৰ্যটন ৰেলযোগে তেলেংগানাৰ ছেকেন্দ্ৰাবাদ ৰেলৱে ষ্টেচনৰপৰা ফ্লেগ অফ কৰা গংগা পুষ্কৰালা যাত্ৰাই পুৰী, কাশী আৰু অযোধ্যাৰ পৱিত্ৰ চহৰসমূহ অতিক্ৰমেৰে দেশৰ আধ্যাত্মিক পৰ্যটনক উদ্দীপনা যোগাব।

আমি পানী সংৰক্ষণ কৰিবলৈ সকলোধৰণৰ প্ৰয়াস কৰিব লাগিব: মন কী বাতত প্ৰধানমন্ত্ৰী

March 27th, 11:00 am

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। যোৱা সপ্তাহত, আমি এনে এক কৃতিত্ব অৰ্জন কৰিছিলোঁ যিয়ে আমাক গৌৰৱান্বিত কৰি তুলিছিল। আপুনি হয়তো শুনিছে যে ভাৰতে যোৱা সপ্তাহত ৪০০ বিলিয়ন ডলাৰ, অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য লাভ কৰিছে। প্ৰথমবাৰৰ বাবে, এনে লাগে যে ই অৰ্থনীতিৰ সৈতে সম্পৰ্কিত, কিন্তু ই অৰ্থনীতিতকৈ অধিক, ই ভাৰতৰ শক্তি, ভাৰতৰ সম্ভাৱনাৰ সৈতে সম্পৰ্কিত। এটা সময়ত, ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ আছিল ১০০ বিলিয়ন, কেতিয়াবা ১৫০ বিলিয়ন, কেতিয়াবা ২০০ বিলিয়ন, এতিয়া, ভাৰত ৪০০ বিলিয়ন ডলাৰত উপনীত হৈছে। ইয়াৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বতে ভাৰতত নিৰ্মাণ কৰা বস্তুৰ চাহিদা বৃদ্ধি পাইছে, আনটোৰ অৰ্থ হৈছে যে ভাৰতৰ যোগান শৃংখলা দিনক দিনে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ এটা ডাঙৰ বাৰ্তাও আছে। যেতিয়া সংকল্প সপোনতকৈ ডাঙৰ হয় তেতিয়া দেশখনে মহান পদক্ষেপ গ্ৰহণ কৰে। যেতিয়া অহৰ্নিশে সংকল্পৰ বাবে আন্তৰিক প্ৰচেষ্টা কৰা হয়, সেই সংকল্পবোৰো প্ৰমাণিত হয়, আৰু আপুনি দেখিছে, এজন ব্যক্তিৰ জীৱনতো একে ধৰণৰ ঘটনা ঘটে। যেতিয়া এজনৰ সংকল্প, তেওঁৰ প্ৰচেষ্টা তেওঁৰ সপোনতকৈ ডাঙৰ হয়, তেতিয়া সাফল্য নিজে বাট বুলি তেওঁৰ ওচৰলৈ আহে।

PM Narendra Modi visits Jagannath Temple in Puri, Odisha

February 07th, 01:31 pm