The unity of OBCs, SCs and STs is troubling Congress, and therefore they want the communities to fight each other: PM Modi in Pune
November 12th, 01:20 pm
In his final Pune rally, PM Modi said, Empowering Pune requires investment, infrastructure, and industry, and we’ve focused on all three. Over the last decade, foreign investment has hit record highs, and Maharashtra has topped India’s list of preferred destinations in the past two and a half years. Pune and nearby areas are gaining a major share of this investment.PM Modi addresses public meetings in Chimur, Solapur & Pune in Maharashtra
November 12th, 01:00 pm
Campaigning in Maharashtra has gained momentum, with PM Modi addressing multiple public meetings in Chimur, Solapur & Pune. Congratulating Maharashtra BJP on releasing an excellent Sankalp Patra, PM Modi said, “This manifesto includes a series of commitments for the welfare of our sisters, for farmers, for the youth, and for the development of Maharashtra. This Sankalp Patra will serve as a guarantee for Maharashtra's development over the next 5 years.৫ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 04th, 05:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। তেওঁ ৱাছিমলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১১:১৫ বজাত পহাৰাদেৱীৰ জগদম্বা মাতা মন্দিৰ দৰ্শন কৰিব। ৱাছিমৰ সন্ত সেৱালাল মহাৰাজ আৰু সন্ত ৰামৰাও মহাৰাজৰ সমাধিস্থলত তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছত প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বঞ্জাৰা জনগোষ্ঠীৰ চহকী ঐতিহ্যক উদযাপন কৰি বঞ্জাৰা ঐতিহ্য সংগ্ৰহালয় উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত কেইবাটাও পদক্ষেপ আৰম্ভ কৰিব। বিয়লি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে থানেত ৩২,৮০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৬ বজাত বিকেচি মেট্ৰ’ ষ্টেচনৰ পৰা বিকেচিৰ আআৰু মুম্বাইৰ আৰে জেভিএলআৰলৈ চলিবলগীয়া মেট্ৰ’ ৰে’লৰ ফ্লেগ অফ কৰিব। বিকেচি আৰু চাণ্টাক্ৰুজ ষ্টেচনৰ মাজত মেট্ৰ’ত যাত্ৰাও গ্ৰহণ কৰিব।মহাৰাষ্ট্ৰত ২৯ ছেপ্টেম্বৰত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
September 28th, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ২৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১২:৩০ বজাত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।Cabinet approves Pune Metro Phase-1 project extension towards south from Swargate to Katraj spanning 5.46 km
August 16th, 09:35 pm
Pune Metro Phase-1 Project Extension: The Cabinet, chaired by PM Modi, has given the green light for the extension of Pune Metro's Phase-1 from Swargate to Katraj. This extension spans 5.46 km and will further improve the metro connectivity in Pune, easing the commute for residents in the southern part of the city.মহাৰাষ্ট্ৰৰ পুণেত বিভিন্ন প্ৰকল্প প্ৰতিষ্ঠা আৰু উদ্বোধনৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 01st, 02:00 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছ জী আৰু অজিত পাৱাৰ জী, দিলীপ জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক, ভাতৃ-ভগ্নীসকল!মহাৰাষ্ট্ৰৰ পুনেত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
August 01st, 01:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে মেট্ৰ’ লাইনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা অংশ উদ্বোধন কৰাৰ লগতে মেট্ৰ’ ৰে’লৰ শুভাৰম্ভ কৰে। লগতে পিমপ্ৰি চিঞ্চৱাড় পৌৰ নিগমে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ১,২৮০টাতকৈও অধিক ঘৰ আৰু পুনে পৌৰ নিগমে নিৰ্মাণ কৰা ২,৬৫০টাতকৈও অধিক পিএমএৱাই আবাস হিতাধিকাৰীক অৰ্পণ কৰে। তেওঁ পিচিএমচিয়ে নিৰ্মাণ কৰিবলগীয়া প্ৰায় ১,১৯০টা পিএমএৱাই ঘৰ আৰু পুনে মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰিবলগীয়া ৬,৪০০ৰো অধিক ঘৰৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে প্রায় ৩০০ কোটি টকা ব্যয়েৰে বিকাশ সাধন কৰা পিচিএমচিৰ অধীনত এটা আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্লাণ্টো উদ্বোধন কৰে৷মহাৰাষ্ট্ৰৰ পুনেত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 06th, 12:01 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশিয়াৰী জী, মোৰ কেবিনেট সতীৰ্থ ৰামদাস আঠৱালে জী, উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ জী, মহাৰাষ্ট্ৰ চৰকাৰৰ অন্যান্য মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনভিছ জী, মোৰ সংসদ সতীৰ্থ প্ৰকাশ জাভড়েকাৰ জী, আন-আন সাংসদ, বিধায়ক, পুনেৰ মেয়ৰ মুৰুলীধৰ মোহল জী, পিম্প্ৰি চিঞ্চৱাডৰ মেয়ৰ শ্ৰীমতী মাই ধৰে জী, ইয়াত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!প্ৰধানমন্ত্ৰীৰ পুনে ভ্ৰমণ আৰু ‘পুনে মেট্ৰো ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা
March 06th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনে ভ্ৰমণ কৰে আৰু ‘পুনে মেট্ৰো ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে বহুকেইটা উন্নয়নী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশীয়াৰী, উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালে, সাংসদ শ্ৰী প্ৰকাশ জাৱড়েকাৰ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ৬ মাৰ্চত পুনে ভ্ৰমণ কৰিব আৰু পুনে মেট্ৰ' ৰে'ল প্ৰকল্পউদ্বোধন কৰিব
March 05th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৬ মাৰ্চত পুনে ভ্ৰমণ কৰিব আৰু পুনে মেট্ৰ' ৰে'ল প্ৰকল্পউদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু স্থাপন কৰিব।Social Media Corner - 25 December 2016
December 25th, 07:13 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!India is urbanising at a very quick pace. It’s essential to improve quality of life in villages: PM
December 24th, 07:18 pm
Prime Minister Narendra Modi today laid the foundation stone of Pune metro. During his address, PM Modi said that India is urbanising at a very quick pace and it is vital to improve quality of life in villages as well as think of ways to mitigate the challenges our urban areas are facing. He added that after 8th November, the power of the 'big' people has reduced and the poor are empowered.PM Modi lays foundation stone of Pune Metro Rail
December 24th, 07:17 pm
Prime Minister Narendra Modi today laid the foundation stone of Pune metro. During his address, PM Modi said that India is urbanising at a very quick pace and it is vital to improve quality of life in villages as well as think of ways to mitigate the challenges our urban areas are facing. He added that after 8th November, the power of the 'big' people has reduced and the poor are empowered.