সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী

June 30th, 11:00 am

ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।

জম্মু-কাশ্মীৰৰ এগৰাকী উদ্যোগী তথা চৰকাৰী আঁচনিৰ হিতাধিকাৰী নাজিমৰ সৈতে ছেলফিৰ বাবে সঁহাৰি দিলে প্ৰধানমন্ত্ৰীয়ে

March 07th, 03:23 pm

জম্মু-কাশ্মীৰৰ পুলৱামাৰ এগৰাকী উদ্যোগী তথা চৰকাৰী আঁচনিৰ হিতাধিকাৰী শ্ৰী নাজিমে ‘বিকশিত ভাৰত বিকশিত জম্মু কাশ্মীৰ’ কাৰ্যসূচীত হোৱা বাৰ্তালাপৰ সময়ত কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ‘ছেলফি’ উঠাৰ বাবে সাজু হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰীয়ে পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

February 14th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলক স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে পুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

February 14th, 11:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিপুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

No place for corruption in 'Nawa Punjab', law and order will prevail: PM Modi

February 15th, 11:46 am

Prime Minister Narendra Modi addressed a public meeting in Jalandhar, Punjab. He said, “Punjab has supported me, given me a lot. I will always be indebted to this place; hence I will always work to uplift the state. It's certain that an NDA will form a government in Punjab. Nawa Punjab, Bhajpa De Naal.”

PM Modi campaigns in Punjab’s Jalandhar

February 14th, 04:37 pm

Prime Minister Narendra Modi addressed a public meeting in Jalandhar, Punjab. He said, “Punjab has supported me, given me a lot. I will always be indebted to this place; hence I will always work to uplift the state. It's certain that an NDA will form a government in Punjab. Nawa Punjab, Bhajpa De Naal.”

পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

February 14th, 10:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ আজিৰ দিনটোতে সংঘটিত পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ প্ৰতি তেওঁলোকৰ অনবদ্য সেৱাৰ স্মৰণ কৰে৷

চেন্নাইত বিভিন্ন প্ৰকল্পৰ উদঘাটন/হস্তান্তৰকৰণ/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 14th, 11:31 am

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”

তামিলনাডুত এলানি গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু শিলান্য়াস কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 14th, 11:30 am

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”

২৭.১২.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

December 27th, 11:30 am

বন্ধুসকল, আমি এই ভাৱনা বৰ্তাই ৰাখিব লাগিব আৰু বঢ়াব লাগিব৷ মই পূৰ্বেও কৈছো আৰু পুনৰবাৰ দেশবাসীক আহ্বান জনাম৷ আপোনালোকেও এখন তালিকা প্ৰস্তুত কৰক৷ দিনটোত আমি যি সামগ্ৰী ব্যৱহাৰ কৰো, সেই সামগ্ৰীসমূহ বিবেচনা কৰি চাওক যে অজানিতে আমাৰ জীৱনত কোনবোৰ বিদেশী সামগ্ৰীয়ে প্ৰৱেশ কৰিছে৷ আমাক এক প্ৰকাৰে বন্দী কৰি তুলিছে৷ ইয়াৰ ভাৰতীয় বিকল্পসমূহ সন্ধান কৰক আৰু নিশ্চিত কৰক যে আগলৈ ভাৰতত নিৰ্মিত, ভাৰতৰ জনসাধাৰণৰ পৰিশ্ৰম তথা ঘামেৰে উৎপাদিত সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰিম৷ আপোনালোকে প্ৰতিবছৰে নৱবৰ্ষৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে, এইবাৰ এনে এক প্ৰতিজ্ঞা দেশৰ বাবে গ্ৰহণ কৰক৷

People of Bihar have decided that there will be no entry for Jungle Raj: PM Modi

November 01st, 04:01 pm

PM Narendra Modi while addressing the election rally in Bagaha, Bihar said, The trends in the first phase clearly indicate that people of Bihar have put up a no entry board for Jungle Raj in the state. He said that in the ongoing elections, the people have made up their minds to elect a stable NDA government under Nitish Ji's leadership.

PM Modi campaigns in Chhapra, Samastipur, Motihari and Bagaha in Bihar

November 01st, 03:54 pm

Continuing his election campaigning spree, PM Modi addressed public meetings in Chhapra, Samastipur, Motihari and Bagaha today. He said, “It is clear after the first phase polls itself that Nitish Babu will head the next govt in Bihar. The opposition is totally rattled, but I would ask them not to vent their frustration on the people of Bihar.”

Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down: PM

November 01st, 02:55 pm

PM Modi, in his poll rally in Motihari, cautioned people against the jungle raj that would return if the Congress-RJD alliance came to power. He said Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down.

NDA will defeat "double-double yuvraj" in Bihar: PM Modi

November 01st, 10:50 am

At a poll rally in Chhapra, PM Modi took on the Mahagathbandhan and urged people to keep selfish forces away for a better future. Exuding confidence, PM Modi said that the first phase of voting in the state assembly polls indicated that NDA is coming back to power in Bihar.

জন ঔষধি কেন্দ্ৰৰ হিতাধিকাৰীসকলৰ সৈতে কথা পাতোতে প্ৰধানমন্ত্ৰী মোদীয়ে কিয় সোঁৱৰণ কৰিলে কংগ্ৰেছৰ গুলাম নবী আজাদক….জানক অধিকভাৱে

March 07th, 03:21 pm

জম্মু আৰু কাশ্মীৰৰ পুলৱামাৰ জন ঔষধিৰ হিতাধিকাৰী গুলাম নবী ডৰে প্ৰধানমন্ত্ৰী মোদীক আঁচনিটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে ইয়াৰ জৰিয়তে তেওঁ আৰু আন নাগৰিকসকলে ব্যয়সাধ্য মূল্যত জেনেৰিক ঔষধৰ দ্বাৰা উপকৃত হৈছে৷

৭ মাৰ্চ ২০২০ তাৰিখে জন ঔষধি দিৱসত জন ঔষধি পৰিযোজনা কেন্দ্ৰসমূহৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 05th, 06:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ মাৰ্চ ২০২০ তাৰিখে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে জন ঔষধি দিৱস উদযাপনত অংশগ্ৰহণ কৰিব৷ শ্ৰী মোদীয়ে সাতটা প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰৰ সৈতে বাৰ্তালাপ কৰিব৷ আঁচনিটোৰ সাফল্য উদযাপিত কৰিবলৈ তথা পৰৱৰ্তী কাৰ্যাৱলী প্ৰস্তুতিৰ বাবে ৭ মাৰ্চ দিনটোক ‘জন ঔষধি দিৱস’ হিচাপে সমগ্ৰ ভাৰততে পালন কৰা হয়৷

পুলৱামাৰ আক্ৰমণৰ বীৰ শ্বহীদসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

February 14th, 12:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষত পুলৱামাত সংঘটিত হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদসকললৈ আজি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

PM Modi flags off Vande Bharat Express

February 15th, 10:52 am

PM Narendra Modi today flagged off the Vande Bharat Express from New Delhi. Addressing the gathering, PM Modi condemned the dastardly terror attack on the CRPF personnel in Pulwama and assured that their supreme sacrifice won’t go in vain. The PM said that the perpetrators of the heinous attack will not be spared.

বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 15th, 10:52 am

সৰ্বপ্ৰথমে মই পুলৱামাত সন্ত্রাসবাদী আক্রমণত শ্বহীদ হোৱা জোৱান সকললৈ শ্রদ্ধাঞ্জলি জনাইছো। তেওঁলোকে দেশৰ সেৱা কৰিবলৈ গৈ নিজৰ প্ৰাণ উছৰ্গা কৰিছে। এই দুখজনক সময়ত তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈও মোৰ লগতে সমগ্ৰ ভাৰতবাসীৰ হৈ সমবেদনা জনাইছো।