Biggest infringement of human rights takes place when they are seen from political prism: PM
October 12th, 11:09 am
Prime Minister Modi addressed 28th National Human Rights Commission Foundation day programme. The PM cautioned against the selective interpretation of human rights and using human rights to diminish the image of the country.PM attends 28th National Human Rights Commission (NHRC) Foundation day programme
October 12th, 11:08 am
Prime Minister Modi addressed 28th National Human Rights Commission Foundation day programme. The PM cautioned against the selective interpretation of human rights and using human rights to diminish the image of the country.মধ্য প্ৰদেশত স্বামীত্ব আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰণ
October 06th, 12:31 pm
স্বামীচ্ব আঁচনিৰ পৰা গাওঁখনলৈ অহা আত্মবিশ্বাস হিতাধিকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপতো স্পষ্টভাৱে প্ৰতিফলিত হৈছে আৰু মই আজি ইয়াতো দেখিছো যে আপুনি মোক আপোনাৰ বাঁহৰ চকীবোৰ দেখুৱাইছিল কিন্তু মোৰ চকু মানুহৰ উৎসাহ আৰু উৎসাহ, তেওঁলোকৰ উৎসাহৰ ওপৰত স্থিৰ হৈ আছিল। মই সম্পূৰ্ণৰূপে কল্পনা কৰিব পাৰো যে জনসাধাৰণৰ পৰা ইমান প্ৰেম, ইমান আশীৰ্বাদ লাভ কৰিলে তেওঁলোকৰ কিমান কল্যাণ হ'ব। মই এইমাত্ৰ কথা পাতিবলৈ সুযোগ পোৱা সহকৰ্মীসকলে এই আঁচনিখনৰ জৰিয়তে কিমান শক্তিৰ উদ্ভৱ হৈছে সেয়া বুজাই দিছে। স্বামীত্ব আঁচনিৰ পিছত, লোকসকলৰ বাবে বেংকৰ পৰা ঋণ প্ৰাপ্ত কৰা সহজ হৈ পৰিছে।PM interacts with beneficiaries of SVAMITVA scheme in MP
October 06th, 12:30 pm
PM Modi interacted with the beneficiaries of the SVAMITVA scheme in Madhya Pradesh. The PM said availing loans from the banks have become easier with the launch of the PM SVAMITVA scheme. He lauded Madhya Pradesh for the speed with which it has implemented the scheme.ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা, ২০২১ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 11:55 am
অনুষ্ঠানত মোৰ সৈতে সংযুক্ত হোৱা পঞ্চায়তীৰাজ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ জী, ৰাজস্থান, মধ্যপ্ৰদেশ, কৰ্ণাটক, হাৰিয়ানা, অৰুণাচলপ্ৰদেশ, উত্তৰপ্ৰদেশ, হিমাচলপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰীসকল, হাৰিয়ানা উপ-মুখ্যমন্ত্ৰী, ৰাজ্যসমূহৰ পঞ্চায়তীৰাজ মন্ত্ৰী, গ্ৰামীণ বিকাশ মন্ত্ৰী, সমগ্ৰ দেশৰ গাঁও পঞ্চায়তৰ সৈতে জড়িত প্ৰতিনিধিবৰ্গস্বামীত্ব আঁচনিৰ অধীনত প্রধানমন্ত্রী ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্
April 24th, 11:54 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে স্বামীত্ব আঁচনিৰ অধীনত আজি ভিডিঅ’ কনফাৰেন্সযোগে ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৪.৯ লাখ সম্পত্তিৰ মালিকানাধীন ব্যক্তিক ই-সম্পত্তি কার্ড প্ৰদান কৰা হয়। একেদৰে সমগ্ৰ দেশত আজিৰে পৰা স্বামীত্ব আঁচনিৰো শুভাৰম্ভ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী শ্রী নৰেন্দ্র সিং তোমৰকে ধৰি কেইবাখনো ৰাজ্যৰ মূখ্যমন্ত্রী আৰু পঞ্চায়তীৰাজ মন্ত্রীসকল অনুষ্ঠানত উপস্থিত থাকে।We are committed to free Tea, Tourism and Timber from the controls of mafia: PM Modi in Siliguri
April 10th, 12:31 pm
Addressing a massive rally ahead of fifth phase of election in West Bengal’s Siliguri, Prime Minister Narendra Modi today said, “The entire North Bengal has announced that TMC government is going and BJP government is coming. Today, the entire nation is proud to see the willpower of the people of Bengal. This willpower is of the ‘Ashol Poriborton’. This willpower is the power of ‘Sonar Bangla’.”PM Modi addresses public meetings at Siliguri and Krishnanagar, West Bengal
April 10th, 12:30 pm
PM Modi addressed two mega rallies ahead of fifth phase of election in West Bengal’s Siliguri and Krishnanagar. “The entire North Bengal has announced that TMC government is going and BJP government is coming. Today, the entire nation is proud to see the willpower of the people of Bengal. This willpower is of the ‘Ashol Poriborton’. This willpower is the strength of ‘Sonar Bangla’,” he said in Siliguri rally.NDA Govt has ensured peace and stability in Assam: PM Modi in Bokakhat
March 21st, 12:11 pm
Continuing his election campaigning spree, PM Modi addressed a public meeting in Bokakhat, Assam. He said, “It is now decided that Assam will get 'double engine ki sarkar', 'doosri baar, BJP sarkar’, ‘doosri baar, NDA sarkar’. “Today I can respectfully say to all our mothers, sisters and daughters sitting here that we have worked hard to fulfill the responsibility and expectations with which you elected the BJP government,” he added.PM Modi addresses public meeting at Bokakhat, Assam
March 21st, 12:10 pm
Continuing his election campaigning spree, PM Modi addressed a public meeting in Bokakhat, Assam. He said, “It is now decided that Assam will get 'double engine ki sarkar', 'doosri baar, BJP sarkar’, ‘doosri baar, NDA sarkar’. “Today I can respectfully say to all our mothers, sisters and daughters sitting here that we have worked hard to fulfill the responsibility and expectations with which you elected the BJP government,” he added.Congress trying to malign India's image associated with tea: PM Modi in Chabua, Assam
March 20th, 03:27 pm
Resuming his election campaign in Assam, Prime Minister Narendra Modi today addressed a public meeting in Chabua. Slamming the Congress party, the PM said, “India's oldest party, who ruled over India for 50-55 years, is supporting people who're trying to remove India's image associated with tea. Can we forgive the Congress for this? Don't they deserve to get punished?”PM Modi campaigns in Chabua, Assam
March 20th, 03:26 pm
Resuming his election campaign in Assam, Prime Minister Narendra Modi today addressed a public meeting in Chabua. Slamming the Congress party, the PM said, “India's oldest party, who ruled over India for 50-55 years, is supporting people who're trying to remove India's image associated with tea. Can we forgive the Congress for this? Don't they deserve to get punished?”অসমৰ শোণিতপুৰ জিলাত উন্নয়নী প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 07th, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।‘অসম মালা’ৰ শুভাৰম্ভ আৰু দুখন চিকিৎসালয়ৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 07th, 11:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।অসমৰ শিৱসাগৰত ভূমি পত্তা বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 11:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।শিৱসাগৰত ভূমি আৱণ্টন প্ৰমাণ পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 23rd, 11:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।জিএইচটিচি-ইণ্ডিয়াৰ অধীনত লাইট হাউট প্ৰকল্প (এলএইচপি)ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
January 01st, 10:39 am
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ দিনটো হৈছে নতুন শক্তিৰে আগুৱাই যোৱাৰ দিন, নতুন সংকল্প গ্ৰহণৰ দিন আৰু আজি দেশখনে দৰিদ্ৰ, মধ্য বিত্তৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ নতুন প্ৰযুক্তি লাভ কৰিছে। তেখেতে কয়, কাৰিকৰী ভাষাত এই গৃহসমূহক লাইট হাউছ প্ৰজেক্ট বুলি কোৱা হয় কিন্তু এই ৬ প্ৰকল্প দৰাচলতে আলোকগৃহৰ দৰে যিয়ে দেশখনৰ গৃহ নিৰ্মাণ খণ্ডটোলৈ নতুন দিশৰ উন্মেষ ঘটাইছে।ছয় ৰাজ্যত লাইট হাউছ প্ৰজেক্ট (LHP)ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী
January 01st, 10:38 am
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ দিনটো হৈছে নতুন শক্তিৰে আগুৱাই যোৱাৰ দিন, নতুন সংকল্প গ্ৰহণৰ দিন আৰু আজি দেশখনে দৰিদ্ৰ, মধ্য বিত্তৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ নতুন প্ৰযুক্তি লাভ কৰিছে। তেখেতে কয়, কাৰিকৰী ভাষাত এই গৃহসমূহক লাইট হাউছ প্ৰজেক্ট বুলি কোৱা হয় কিন্তু এই ৬ প্ৰকল্প দৰাচলতে আলোকগৃহৰ দৰে যিয়ে দেশখনৰ গৃহ নিৰ্মাণ খণ্ডটোলৈ নতুন দিশৰ উন্মেষ ঘটাইছে।Access to piped drinking water would improve the health of poor families: PM Modi
November 22nd, 11:31 am
PM Modi laid foundation stone of rural drinking water supply projects in Mirzapur and Sonbhadra districts of Vindhyachal region of Uttar Pradesh. He said under the Jal Jeevan Mission, the life of our mothers and sisters is getting easier due to easy water access at the comfort of their homes. He added a major benefit of this has also been reduction of many diseases.উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল অঞ্চলত গ্ৰাম্য খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়
November 22nd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল অঞ্চলৰ মিৰ্জাপুৰ আৰু সোণভদ্ৰাত গ্ৰাম্য খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অঞ্চলকেইটাৰ ‘পানী আৰু অনাময় সমিতি/পানী সমিতি’সমূহৰ সদস্যসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয়। আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু মুখ্য মন্ত্ৰী শ্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰে।